• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষাৰ ভোকাতুৰ, নিজেই ভংগ কৰিলে নিজৰ অভিলেখ, লাভ কৰিলে ১৬৮ ডিগ্ৰী-ডিপ্লমা

শিক্ষাৰ ভোকাতুৰ, নিজেই ভংগ কৰিলে নিজৰ অভিলেখ, লাভ কৰিলে ১৬৮ ডিগ্ৰী-ডিপ্লমা

2 years ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

12 minutes ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

41 minutes ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

2 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

3 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

3 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

6 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

13 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

14 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

15 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিক্ষাৰ ভোকাতুৰ, নিজেই ভংগ কৰিলে নিজৰ অভিলেখ, লাভ কৰিলে ১৬৮ ডিগ্ৰী-ডিপ্লমা

editor by editor
August 3, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
শিক্ষাৰ ভোকাতুৰ, নিজেই ভংগ কৰিলে নিজৰ অভিলেখ, লাভ কৰিলে ১৬৮ ডিগ্ৰী-ডিপ্লমা
0
SHARES
469
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিক্ষাৰ ভোকাতুৰ, নিজেই ভংগ কৰিলে নিজৰ অভিলেখ, লাভ কৰিলে ১৬৮ ডিগ্ৰী-ডিপ্লমা

ৰাজস্থানৰ উদয়পুৰ নিবাসী বিশেষভাৱে সক্ষম ডাঃ অৰবিন্দৰ সিঙৰ শিক্ষণ আৰু পঢ়া-শুনাৰ প্ৰতি ইমানেই আকৰ্ষণ আছে যে তেওঁ পুনৰবাৰ লাইমলাইটলৈ আহিছে। একাগ্ৰতা আৰু অধ্যৱসায়েৰে আন এক নতুন কৃতিত্ব অৰ্জন কৰিছে। এই কৃতিত্ব বহু লোকৰ বাবে প্ৰেৰণাদায়কো।

আচলতে ড° অৰবিন্দৰ সিঙে পুনৰ ইতিহাসৰ সৃষ্টি কৰিছে। সৰ্বমুঠ ১৬৮টা ডিগ্ৰী, ডিপ্লমা আৰু চাৰ্টিফিকেট লাভ কৰি তেওঁ নিজৰ বিশ্ব অভিলেখ ভংগ কৰিছে। এই কৃতিত্বৰ বাবে তেওঁ তৃতীয়বাৰৰ বাবে লণ্ডনৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে। সৰ্বাধিক সংখ্যক ডিগ্ৰী, ডিপ্লমা আৰু চাৰ্টিফিকেট লাভ কৰি ড° অৰবিন্দৰ সিঙে তৃতীয়বাৰৰ বাবে লণ্ডনৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছত নিজৰ নাম পঞ্জীয়ন কৰিছে।

ড০ অৰবিন্দৰ সিঙে তৃতীয়বাৰৰ বাবে লণ্ডনৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰাৰ পিছত ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী ড০ প্ৰেম চন্দ বৈৰৱাইও তেওঁক সন্মান জনাইছে। উল্লেখযোগ্য যে ড° অৰবিন্দৰ সিঙৰ শিক্ষাৰ ক্ষুধা আচৰিত। বৰ্তমানলৈ তেওঁৰ বয়সৰ তিনিগুণ ডিগ্ৰী, ডিপ্লমা আৰু চাৰ্টিফিকেট লাভ কৰিছে।

১৯৮৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত চিকিৎসা বিজ্ঞানৰ উপৰিও তেওঁ মেনেজমেণ্ট, আইন, কচমেট’লজী, কচমেটিক ডাৰ্মাট’লজী আৰু ডিজিটেল মাৰ্কেটিং আদিও আয়ত্ত কৰিছে। এই ১৬৮টা ডিগ্ৰীৰ ভিতৰত ৯৪টা শৈক্ষিক আৰু ৭৪টা অশৈক্ষিক বিষয় অন্তৰ্ভুক্ত আছে।

শেহতীয়াকৈ তেওঁক চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়, লণ্ডন আৰু ব্ৰিটেইনৰ সংসদে সন্মান জনাইছে। ছিংগাপুৰৰ এছিয়া বিজনেছ কনক্লেভত ‘গ্ল’বেল মাষ্টাৰ মাইণ্ড’ আৰু ভাৰতৰ ‘বেষ্ট অৱ ১০০ ইণ্ডিয়ানছ’ উপাধি লাভ কৰে।

ডাঃ অৰবিন্দৰ চিকিৎসা বিশেষজ্ঞতা, চিকিৎসা আইন আৰু ব্যৱসায়িক দক্ষতাৰ এক আচৰিত মিশ্ৰণ। তেওঁ অক্সফৰ্ড, ইউ কে, আমেৰিকান এছ’চিয়েশ্যন, ছুইডেন, কানাডা, ইজৰাইল আদিৰ পৰা বিভিন্ন বিষয়ত শিক্ষা লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DegreeDiplomaeducationHighest Degreeworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ
বাণিজ্য

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

July 28, 2026
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ
বিনোদন

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

July 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

July 28, 2026
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
Next Post
দৈনিক ৰাশিফল-  পুৱাই দান কৰক এই সামগ্ৰী, ভালেৰে পাৰ হ’ব আজিৰ ২৭ জুলাই দিনটো

দৈনিক ৰাশিফল- কোনো যাব আজি ৪ আগষ্টৰ দিন, মেষ- কৰ্কট আৰু তুলা ৰাশিৰ লোকে আজি দ্বীগ্ৰহ যোগৰ দ্বাৰা দুগুণ লাভ লাভ কৰিব

আজি ৩ বজাত ৰিঙত নামিব লাভলীনা, জয় হ’ব পাৰিলেই পদক নিশ্চিত, পদকৰ আশা লক্ষ্য সেনৰো

আজি ৩ বজাত ৰিঙত নামিব লাভলীনা, জয় হ'ব পাৰিলেই পদক নিশ্চিত, পদকৰ আশা লক্ষ্য সেনৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.