• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশবাসীক সস্তাত ইণ্টাৰনেট যোগান ধৰিব এলন মাস্কে! জিঅ’, এয়াৰটেলক চিন্তাত পেলোৱা ষ্টাৰলিংক কি?

2 years ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

2 minutes ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

21 minutes ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

1 hour ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

2 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

3 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

4 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

5 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

দেশবাসীক সস্তাত ইণ্টাৰনেট যোগান ধৰিব এলন মাস্কে! জিঅ’, এয়াৰটেলক চিন্তাত পেলোৱা ষ্টাৰলিংক কি?

editor by editor
November 13, 2023
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
দেশবাসীক সস্তাত ইণ্টাৰনেট যোগান ধৰিব এলন মাস্কে! জিঅ’, এয়াৰটেলক চিন্তাত পেলোৱা ষ্টাৰলিংক কি?
0
SHARES
10.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতত ফ্ৰী ইণ্টাৰনেট পৰিসেৱাৰে নতুন যুগৰ সূচনা কৰিছিল জিঅ’ই৷ সস্তাত গ্ৰাহকক ডাটা পেক, ৰিচাৰ্ছৰ সুবিধা দিয়াৰ ফলত বজাৰত এই সংস্থাৰ দখলো সকলোতকৈ বেছি৷ জিঅ’ৰ ওচৰত টিকিব নোৱাৰিয়েই ডাঙৰ ডাঙৰ কোম্পানী যেনে এয়াৰটেল আৰু ভোডাফোন সকলোৰে মাৰ্কেট বেয়া হৈছিল৷ বিগত কেইবা বছৰ ধৰি বজাৰ দখল কৰাৰ পাছত এইবাৰ এলন মাস্ক আহিছে জিঅ’ক টক্কৰ দিবৰ বাবে৷ এলনে আৰম্ভ কৰিছে ষ্টাৰলিংক৷

এই সংস্থা মূলত ছেটেলাইট ভিত্তিক ইণ্টাৰনেট পৰিসেৱা৷ বিশ্বৰ ৬০খন দেশত পোনতে এই পৰিসেৱা আৰম্ভ কৰিব ষ্টাৰলিংকে৷ ভাৰততো এই পৰিসেৱা আৰম্ভ কৰিবলৈ আগ্ৰহী এই সংস্থা৷ কেৱল অপেক্ষা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনলৈকেহে৷ ইতিমধ্যে জিঅ’ ফাইবাৰ, জিঅ’ এয়াৰ ফাইবাৰ আৰম্ভ কৰিছে আম্বানীৰ ৰিলায়েন্সেও৷ ইয়াৰ সৈতে ৫জি নেটৱৰ্কো আছে৷ ষ্টাৰলিংকক টক্কৰ দিবলৈকে জিঅ’ স্পেছ ফাইবাৰৰ আৰম্ভ কৰিছে মুকেশ আম্বানীৰ সংস্থাই৷ আনকি সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰাও লাইছেন্স লাভ কৰিছে জিঅ’ই৷

জিঅ’ বনাম এয়াৰটেল
জিঅ’ আৰু এয়াৰটেলৰ Oneweb দুই সংস্থাই লাইচেন্স লাভ কৰিছে৷ ছেটেলাইট ভিত্তিক ইণ্টাৰনেট পৰিসেৱাৰ দৌৰত চামিল এই দুই সংস্থা৷ ভাৰতত যিহেতু ষ্টাৰলিংকৰ অনুমতি এতিয়াও দিয়া হোৱা নাই তেনেক্ষেত্ৰত জিঅ’ আৰু এয়াৰটেলেই শেষ ভৰষা হ’ব গ্ৰাহকৰ৷

জিঅ’, এয়াৰটেল বনাম ষ্টাৰলিংক
বিশ্বৰ অন্যতম ধনী ব্যক্তি হৈছে এলন মাস্ক৷ এলন মাস্কৰেই এটা সংস্থা হৈছে ষ্টাৰলিংক৷ ভাৰতত ডাটা কমিউনিকেছনৰ পৰিসেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে মাস্কেও৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা অনুমোদন লাভ নকৰাৰ বাবে কাম সামৰি ৰাখিব লগা হৈছে মাস্কে৷ বিগত বৰ্ষতেই ষ্টাৰলিংকৰ বাবে আৱেদন জনাইছিল মাস্কে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই আবেদন নাকচ কৰা হয়৷ অৱশ্যে আৱেদন নাকচ হ’লেও পুনৰ আৱেদন কৰিব ষ্টাৰলিংকে বুলি মাস্কৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

April 13, 2026
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
Next Post
ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ প্ৰতিবাদ পাণ্ডৱে নকৰিলেও প্ৰতিবাদ কৰিছিল এজন মাত্ৰ ব্যক্তিয়েই! কোন সেই বিশেষ ব্যক্তি, আজিও নাজানে বহুতেই

যুদ্ধ অচিৰেই শেষ হ’ব! হামাছৰ দখলচ্যুত হ’ল গাজা, ১৬ বছৰৰ পাছত এই সাফল্য, দাবী ইজৰাইলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন