• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

8 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

8 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

9 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

9 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

10 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

10 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

11 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

11 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

11 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

11 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

12 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

editor by editor
July 15, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চতুৰ্থবাৰ ইউৰো কাপ জয় কৰি ইতিহাস সৃষ্টি স্পেইনৰ, ২-১ গ’লত পৰাস্ত ইংলেণ্ড

ইউৰো কাপৰ অন্তিমখন খেলত ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি অভিলেখ সৃষ্টিকাৰী চতুৰ্থবাৰৰ বাবে ইউৰোপীয় চেম্পিয়নশ্বিপ জয় কৰিবলৈ সক্ষম হয় স্পেইনে। দেওবাৰে জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত স্পেইনৰ খেলুৱৈ মাইকেল অয়াৰজাবালে ৮৭ মিনিটত এটা গ’ল দিয়ে। চূড়ান্ত মেচ শেষ হোৱাৰ মাথো ৩ মিনিট আগে অহা গ’লৰ বাবেই স্পেনিছ দলটোৱে পুনৰবাৰ চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৬৪, ২০০৮ আৰু ২০১২ চনতো স্পেনিছ দলটোৱে ইউৰো কাপৰ খিতাপ দখল কৰিছিল।

দুয়োটা দলৰ প্ৰচেষ্টা সত্ত্বেও প্ৰথমাৰ্ধ গ’লবিহীন হৈ থাকে। মেচখনৰ তিনিওটা গ’ল দ্বিতীয়ার্ধত দিয়ে৷ প্ৰথমাৰ্ধত অতি সতৰ্কতাৰে য’ত স্পেইনে বেছিভাগ প’ছেছন লাভ কৰিছিল আৰু বিপক্ষৰ লক্ষ্যত একমাত্ৰ শ্বট আছিল। দ্বিতীয়াৰ্ধত খেল পুনৰ আৰম্ভ হোৱাৰ পিছত স্পেনিছ দলটোৱে এই অচলাৱস্থা ভংগ কৰিবলৈ মাত্ৰ দুমিনিট সময় লয়।

https://x.com/EURO2024/status/1812591272588156971

১৬ বছৰীয়া কিশোৰ লেমিন য়ামালে (Lamine Yamal) সোঁফালে ঠাই বিচাৰি পাই সতীৰ্থ নিকো উইলিয়ামছক ক্ৰছ প্ৰদান কৰে আৰু সেই সুন্দৰ সুযোগৰ সদব্যৱহাৰ কৰি গ’ল দিয়ে। ইয়াৰ পিছত স্পেইনে কেইবাটাও আক্ৰমণেৰে ইংলেণ্ডৰ ইতিমধ্যে শক্তিশালী ডিফেন্স লাইন ভাঙি পেলায়।

উল্লেখ্য যে, দেওবাৰে ফাইনেল খেলাৰ পূৰ্বে শনিবাৰে য়ামালে ১৭ বছৰীয়া  জন্মদিন পালন কৰিছিল। এই জয়ৰ পাচতে য়ামালে কয়- ইয়াতকৈ ভাল জন্মদিনৰ উপহাৰ একো হব নোৱাৰে।

১২ বছৰৰ মূৰকত স্পেইনে ইউৰোপীয় কাপ খিতাপ দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। খেলখনৰ শেষ মুহূৰ্তত স্পেইনে আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়ায়, যাৰ বাবে দলটোৱে ইংলেণ্ড দলৰ ওপৰত অগ্ৰগতি লাভ কৰাত সফল হয়। ইয়াৰ পূৰ্বে ১৯৬৪, ২০০৮ আৰু ২০১২ চনত স্পেইনে এই প্ৰতিযোগিতাত জয়লাভ কৰিছিল। যোৱা দুটা খিতাপ তেওঁলোকে লাভ কৰিছিল ২০১০ চনৰ বিশ্বকাপ জয় কৰাৰ পিছত, যিটো আছিল জাভি হাৰ্নাণ্ডেজ, জাবি এল’নছ’ আৰু আন্দ্ৰেছ ইনিয়েষ্টাৰ সোণালী যুগ।

https://x.com/UEFA/status/1812598648095506533

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: englandEuropean ChampionshipSpainspain vs England
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

৪৫ বছৰে ধৰি মাত্ৰ ১০ টকাত চিকিৎসা সেৱা, নিতৌ ৩০০-৪০০ ৰোগী

চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.