• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘স্থান গ’লে মানো যায়!’ ইমৰাণ খানৰ ১৮ কোটি টকীয়া নেকলেচৰ বিৰুদ্ধে তদন্ত ঘোষণা

‘স্থান গ’লে মানো যায়!’ ইমৰাণ খানৰ ১৮ কোটি টকীয়া নেকলেচৰ বিৰুদ্ধে তদন্ত ঘোষণা

4 years ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

12 minutes ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

31 minutes ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

42 minutes ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

1 hour ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

2 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

3 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

3 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

3 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

4 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

4 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

4 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘স্থান গ’লে মানো যায়!’ ইমৰাণ খানৰ ১৮ কোটি টকীয়া নেকলেচৰ বিৰুদ্ধে তদন্ত ঘোষণা

editor by editor
April 13, 2022
in বিশ্ব, ৰাজনীতি
0
‘স্থান গ’লে মানো যায়!’ ইমৰাণ খানৰ ১৮ কোটি টকীয়া নেকলেচৰ বিৰুদ্ধে তদন্ত ঘোষণা
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ গাদী হেৰুওৱাৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ জীৱনলৈ ক্ৰমাৎ অশনি সংকেত আহিছে৷ শ্বেহবাজ শ্বৰীফে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে৷

পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ইমৰাণ খানৰ এডাল অতি বিলাসী নেকলেচৰ বিৰুদ্ধে দেশখনৰ অনুসন্ধানকাৰী সংস্থাই তদন্তৰ ঘোষণা কৰিছে৷

বুধবাৰে পাকিস্তানৰ অনুসন্ধানকাৰী সংস্থা ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চিয়ে ইমৰাণ খানৰ ১৮ কোটি টকীয়া এডাল নেকলেচৰ বিক্ৰী সংক্ৰান্তীয় গোচৰৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে৷

লগতে পঢ়ক উচ্চ শিক্ষাৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ! একেলগে ল’ব পাৰিব উচ্চ শিক্ষাৰ দুটাকৈ ডিগ্ৰী

উল্লেখ্য যে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ইমৰাণ খানে ১৮ কোটি টকাৰ মূল্যৰ এডাল নেকলেচ উপহাৰ হিচাপে লাভ কৰিছিল৷ ইমৰাণ খানে উক্ত নেকলেচডাল ত’চা-খানাত জমা দিয়াৰ বিপৰীতে তেওঁৰ প্ৰাক্তন সহযোগী জুলফিকৰ বুখাৰীক প্ৰদান কৰে৷ আৰু বুখাৰীয়ে সেই নেকলেচডাল লাহোৰৰ এজন জুৱেলাৰী ব্যৱসায়ীক ১৮ কোটি টকাত বিক্ৰী কৰে৷

FIAএ এই মূল্যৱান ১৮ কোটি টকীয়া নেকলেচডাল ইমৰাণ খানে উপহাৰ হিচাপে লাভ কৰা, ৰাষ্ট্ৰীয় উপহাৰ ভঁৰালত জমা নিদি বুখাৰীক প্ৰদান কৰা আৰু বুখাৰীয়ে ব্যৱসায়ীক বিক্ৰী কৰা এই সকলোবোৰ দিশকে সাঙুৰি তদন্ত কৰিব৷

লগতে পঢ়ক কোভিড বিধি ভংগ! প্ৰধানমন্ত্ৰীসহ বিত্তমন্ত্ৰীক জৰিমনা আৰক্ষীৰ

ৰাজহুৱা এই উপহাৰ ব্যক্তিগতভাৱে ব্যৱহাৰ কৰিবলৈ ইমৰাণ খানে ইয়াৰ আধা মূল্য ৰাষ্ট্ৰীয় কোষাগাৰত জমা দিব লাগিছিল যদিও তেওঁ সেয়া নকৰি ইয়াৰ বিনিময়ত মাত্ৰ কেইহাজাৰ মান টকাহে জমা দিছিল৷ যিটোক পাকিস্তানত বেআইনী বুলি ধৰা হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamEx PM Imran Khanimran khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই
ৰাজনীতি

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
Next Post
হিমাচল প্ৰদেশত নিৰ্বাচন : আপে-এ বিজেপিক দিলে ৪৪০ ভল্টৰ বৈদ্যুতিক আঘাত

হিমাচল প্ৰদেশত নিৰ্বাচন : আপে-এ বিজেপিক দিলে ৪৪০ ভল্টৰ বৈদ্যুতিক আঘাত

বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু

বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.