• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ SOP, ১ আগষ্টৰ পৰা কাৰ্যকৰী

ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ SOP, ১ আগষ্টৰ পৰা কাৰ্যকৰী

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

14 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

15 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

16 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

17 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

18 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

19 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

20 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

20 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

20 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 days ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ SOP, ১ আগষ্টৰ পৰা কাৰ্যকৰী

editor by editor
July 22, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ SOP, ১ আগষ্টৰ পৰা কাৰ্যকৰী
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ SOP, ১ আগষ্টৰ পৰা কাৰ্যকৰী

সামাজিক ন্যায় সৱলীকৰণ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু বিভাগীয় বিষয়াৰ উপস্থিতিত নিচামুক্তি কেন্দ্ৰ সন্থা আৰু স্বত্বাধিকাৰী লগত অসম ৰিহাব চেণ্টাৰ SOP সন্দৰ্ভত আলোচনা। SOP ত কি ৰি নিৰ্দেশনা থাকিব সেই সন্দৰ্ভত আলোচনা।

SOP ত অন্তভুৰ্ক্ত হোৱা কেইবাটাও বিষয় সন্দৰ্ভত পৰামৰ্শ সন্থাৰ। নিচামুক্তি কেন্দ্ৰ চলোৱাৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম সমূহ কেনেকুৱা হ’ব সেই সন্দৰ্ভতো বক্তব্য প্ৰদান।

মন্ত্ৰী পিয়ুষ হাজৰিকাই ভাষণ দি ৰিহাব চেণ্টাৰ সন্দৰ্ভত কয়- ৰিহাব চেণ্টাৰ কেতিয়াও জেইল নহয়। ১ আগষ্টৰ ৰিহাব চেণ্টাৰ SOP কাৰ্য্যকৰী হ’ব। ৰিহাব চেণ্টাৰ সন্থা আৰু স্বত্বাধিকাৰীৰ পৰামৰ্শ মতে বহু নিয়ম সালসলনি কৰা হৈছে।

নিচামুক্তি কেন্দ্ৰ সমূহ চিকিৎসা, অনুজ্ঞাপত্ৰ, থকা খোৱা, পৰিচৰ্যা কৰা ব্যক্তি শিক্ষাগত অৰ্হতা কিমান হ’ব লাগে সেই সন্দৰ্ভত ব্যাখা। ২০১৪ -২১ লৈ ড্ৰাগছ আসক্ত সন্দৰ্ভত Narcotics Bureau ৰ চলোৱা চাৰ্ভে আৰু তথ্য ভিত্তিত অসমত সৰ্বাধিক ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে।

জিলা সমূহত নিচামুক্তি কেন্দ্ৰ খুলিবলৈ হ’লে উপায়ুক্তৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব। জিলা কমিটিৰ পিছত ৰাজ্যিক কমিটিলৈ আহিব তাৰ পিছত ৰাজ্যিক কমিটিয়ে ইয়াক অনুমোদন বা অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিব। Mental Health Act বলৱৎ হলে নিচামুক্তি কেন্দ্ৰত Mental Health চিকিৎসাৰ ব্যৱস্থা থাকিব লাগিব ৷

SOP নিৰ্দেশনা অনুসৰি
সকলো নিচামুক্তি কেন্দ্ৰত মনো বিশেষজ্ঞ থাকিব লাগিব। এই সকলো নিয়ম চৰকাৰী আৰু ব্যক্তিগত নিচামুক্তি কেন্দ্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব ।

এই ক্ষেত্ৰত ব্যক্তিগত নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু সন্থাৰ কিছু অভিযোগ দেখা গৈছে। SOP কাৰ্যক্ষম হোৱাৰ পিছতে চাদেন ভিজিট দিব মন্ত্ৰী পিয়ুষ হাজৰিকাই। SOP ৰ নিয়ম মতে চিকিৎসক আৰু নাৰ্চ থকাটো বাঞ্ছনীয়।

নিচামুক্তি কেন্দ্ৰত ৰোগী মৃত্যু হলে কঠোৰ হ’ব নিচামুক্তি কেন্দ্ৰটোৰ ক্ষেত্ৰত। তাৎক্ষণিক তদন্ত আৰু ব্যৱস্থা গ্ৰহণ কৰিব বিভাগে।

নতুন ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্তব্য- চৰকাৰী নিচামুক্তি কেন্দ্ৰ আছে ছটা। নতুনকৈ এনে কেন্দ্ৰ য’ধে মধে খুলিব নোৱাৰিব। নিচামুক্তি কেন্দ্ৰৰ পৰা ৬ মাহ থাকি উলাই আহি এনে কেন্দ্ৰ খুলিব নোৱাৰিব। প্ৰায় তিনি বছৰ নিচামুক্তি কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰা লোকেহে খুলিব পাৰিব নিচামুক্তি কেন্দ্ৰ।

নিচামুক্তি কেন্দ্ৰৰ সকলো কাম কাজ চোৱা কৰ্মচাৰীজন গেজুৱেট হ’ব লাগিব । মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত একেটা চৌহদ হলেও পৃথক কেম্পাচ্ হ’ব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam MinisterAssam Rihab CenterPiyush Hazarika SOPSOP on rehab center
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে

৪ বছৰীয়া কন্যাই মুখাগ্নি কৰিলে ৭৪ বছৰীয়া পিতৃৰ, দৃশ্য দেখি চকুপানী টুকিলে বহু লোকে

নীতিশ কুমাৰৰ সপোন ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে, এতিয়া মোদীৰ সংগ এৰি দিব নেকি !

নীতিশ কুমাৰৰ সপোন ভাঙি পেলালে নৰেন্দ্ৰ মোদীয়ে, এতিয়া মোদীৰ সংগ এৰি দিব নেকি !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.