• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

3 months ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

2 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

3 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

3 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

4 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

5 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

17 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

17 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

18 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

19 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

20 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

editor by editor
April 18, 2026
in অসম, জীৱনশৈলী, ভাৰত
0
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?
0
SHARES
62
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমবাসীয়ে তেওঁলোকৰ প্ৰাণৰ জুবিনক বিগত বৰ্ষত হেৰুৱালে৷ এই ক্ষতি আমাৰ সকলোৰে বাবেই অপূৰণীয় এক ক্ষতি৷ কেনেকৈ ছিংগাপুৰত শেষ হৈ গ’ল সেই সুৰীয়া সত্ত্বা, তাৰ বিচাৰ আজিও কৰ্টৰ আওঁতাধীন৷ কিন্তু এইবাৰৰ ব’হাগ জুবিন অবিহনে অসমবাসীয়ে পালন কৰিবলৈ গৈ বাৰে বাৰে উচুপিবলগীয়া হৈছে৷ ৰঙালীয়ে এইবাৰ যেন ৰঙালী হৈ হঁহুৱাব পৰা নাই অসমীয়াক৷ অসমীয়াই বাৰে বাৰে সকলোবোৰ সামৰি আগুৱাব খুজিও ৰৈ গৈছে ১৯ ছেপ্টেম্বৰৰ সেই দিনটোতেই৷ একেই পৰিস্থিতি জুবিন গাৰ্গৰ কাষত ছায়াৰ দৰে থকা পত্নী গৰিমা গাৰ্গৰো৷ পত্নী গৰিমাই জুবিন নোহোৱা হোৱাৰে পৰাই উচুপি আছে প্ৰতিদিনে৷ মাজে মাজে হাস্পতালত ভৰ্তি হৈছে৷ আকৌ আধৰুৱা কামবোৰ সামৰিবৰ বাবে মাজে মাজে ৰাইজৰ কাষলৈ ওলাই আহিছে৷ তাৰমাজতেই কৰ্টতো হাজিৰ হ’বলগীয়া হৈছে৷ সকলো সামৰি গৰিমাই এইবাৰ বিহুমঞ্চলৈকো ওলাই আহিছে৷ শুকুৰবাৰে নিশা পাণ্ডু বিহুসন্মিলনীত উপস্থিত হৈ গৰিমাই আকৌ এবাৰ দাঙি ধৰিছে তেওঁ ভাঙি পৰিলেও তেওঁৰ শৰীৰতো জুবিনৰ দৰেই এক যুঁজাৰু মনে বাস কৰে৷ গৰিমাই পাণ্ডু বিহুমঞ্চৰ পৰা কৈছে-

‘বিগত সাত মাহত মই আৱেগিকভাৱে ভাঙি পৰিছো৷ এয়া ক’বলগীয়া কথা নহয় যদিও কৈছো, মই যি হেৰুৱাইছো জীৱনত সেয়া কেতিয়াও বুজাব নোৱাৰো৷ বিহুৰ প্ৰথমদিনাখন মই সদায়ে তেওঁৰ লগত কথা পাতিছিলো৷ বিহুৰ সময়ত প্ৰতিবছৰে আমাৰ প্ৰস্তুতি বেলেগ হয়৷ বিয়া হোৱাৰ পাছৰে পৰাই এই ২৩-২৪ বছৰে মই সদায়ে দেখিছো বিহুৰ প্ৰস্তুতি কেনেকুৱা৷ প্ৰথম বিহুৰ পৰাই আৰম্ভ হয় কি পিন্ধিব, কি কৰিব, ক’লৈ যাব, এমাহ দুমাহৰ বাবে আমাৰ প্ৰস্তুতি, গোটেই ঘৰখনত কেনেকুৱা এটা পৰিবেশ থাকে৷ কিন্তু এইবাৰ সকলো নিস্তব্ধ, কিবা একো নাই শূন্যতাৰ বাহিৰে৷ আৰু মই তেওঁৰ লগত যেতিয়া কথা পাতিছিলো তেতিয়া তেওঁক কৈছিলো, তুমিয়েই দেখোন লিখিছিলা, শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়৷ কৰোবাততো সেইয়া চলি থাকিব লাগিব৷ কৰোবাততো নতুন আৰম্ভণি হ’ব লাগিব৷ তোমাৰ মোৰ যাত্ৰা ইয়াতেই শেষ নেকি? কৰোবাততো এটা নতুন যাত্ৰাৰ আৰম্ভণি হ’ব লাগিব নহয় গল্ডী৷

এই যাত্ৰা ক’ৰ পৰা কেনেকৈ হ’ব? কি কৰিলে হ’ব? ছাগে তেওঁৱেই সেয়া মোক বাট দেখুৱালে৷ প্ৰথমদিনা লতাশিল বিহুলৈ গলো৷ আৰু মই মই প্ৰাৰ্থনা কৰিলে কথা পাতিলে এনেকুৱা লাগে, তেওঁ সদায়ে মোৰ কথা শুনে৷ সদায়ে কিবা এটা উত্তৰ দিয়ে৷ আজিও চাগে তেওঁৱেই মোক বাট দেখুৱালে আপোনালোকৰ সন্মুখত থিয় হ’বলৈ৷ তেওঁৰেই কেইটামান শব্দ, তেওঁৰেই শাৰীকেইটামান, জুবিলিৰ সৈতে দাঙি ধৰাৰ বাবে থিয় হৈছো৷ মোৰ সৈতে তেওঁ সদায়ে থাকক সেয়াই কামনা কৰো৷ আপোনালোকে আশীৰ্বাদ কৰিব জুবিন আৰু মোৰ যাত্ৰা, জুবিন আৰু আমাৰ যাত্ৰা, জুবিন আৰু অসমৰ যাত্ৰা কেতিয়াও শেষ নহওক৷ চিৰন্তৰ হওক এই যাত্ৰা, জুবিন অমৰ হওক৷ জুবিন আমাৰ মাজত সদায়ে জীয়াই থাকক৷ ইমানখিনি সাহস দি মোক ওলিয়াই অনাৰ বাবে জুবলি তোমাক ধন্যবাদ কৈ শেষ নকৰো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
Next Post
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.