খুচুৰা বজাৰত কমিছে সোণৰ দাম৷ সন্মুখত জন্মাষ্টমী৷ তাৰপূৰ্বেই বহুতে সোণ ক্ৰয়ৰ পৰিকল্পনা ৰাখিছে যদি এয়াই সোণালী সময়৷ আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৭২হাজাৰ ৬৫০টকা৷ ২২ কেৰেটৰ ১০গ্ৰাম সোণৰ দাম ৬৬হাজাৰ ৬০০ টকা৷ প্ৰতি কিঃগ্ৰাঃ ৰুপৰ দাম ৮৭ হাজাৰ টকা৷
২২ কেৰেট সোণৰ দাম
২২ কেৰেটৰ ১গ্ৰাম সোণৰ দাম আজিৰ বজাৰত ৬,৬৬০ টকা৷ বিগত সময়ত ইয়াৰ দাম আছিল ৬৬৭০টকা৷ ৮গ্ৰাম সোণৰ দাম ৫৩,২৮০টকা৷ আৰু ১০০ গ্ৰাম সোণৰ দাম ৬,৬৬,০০০টকা৷ বিগত সময়ত এই দাম আছিল ৬,৬৭,০০০ টকা৷
২৪ কেৰেট সোণৰ দাম
২৪ কেৰেটৰ ১গ্ৰাম সোণৰ দাম আজি ৭২৬৫টকা৷ ৮গ্ৰাম সোণৰ দাম ৫৮,১২০টকা৷ ১০ গ্ৰাম সোণৰ দাম ৭২,৬৫০টকা৷ ১০০ গ্ৰাম সোণৰ দাম ৭,২৬,৫০০ টকা৷ বিগত সময়ত এই দাম আছিল ৭,২৭,৭০০টকা৷
১৮ কেৰেট সোণৰ দাম
১৮ কেৰেটৰ ১ গ্ৰাম সোণৰ দাম ৫৪৪৯ টকা৷ ৮গ্ৰাম সোণৰ দাম ৪৩,৫৯২ টকা৷ ১০ গ্ৰাম সোণৰ দাম ৫৪,৪৯০ টকা৷ ১০০ গ্ৰাম সোণৰ দাম ৫,৪৪, ৯০০ টকা৷
জানি থওক ৰূপৰ দাম
আজি ১ গ্ৰাম ৰূপৰ দাম ৮৭ টকা৷ ৮৭,০০০ টকা পৰিব ১ কিঃগ্ৰাঃ ৰূপত৷ ৮গ্ৰাম ৰূপৰ দাম ৬৯৬,১০ গ্ৰামৰ দাম ৮৭০,১০০ গ্ৰামৰ দাম ৮৭০০টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ