• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অচিৰেই ৰাজ্যত সলনি হ’ব চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া! পূৰ্ব লিখিত আৰু মৌখিক পৰীক্ষাৰ বিপৰীতে নতুন নিযুক্তি প্ৰক্ৰিয়া কি?

4 years ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

20 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

49 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

2 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

3 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অচিৰেই ৰাজ্যত সলনি হ’ব চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া! পূৰ্ব লিখিত আৰু মৌখিক পৰীক্ষাৰ বিপৰীতে নতুন নিযুক্তি প্ৰক্ৰিয়া কি?

editor by editor
December 15, 2021
in অসম, গুৱাহাটী, ভাৰত
0
অচিৰেই ৰাজ্যত সলনি হ’ব চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া! পূৰ্ব লিখিত আৰু মৌখিক পৰীক্ষাৰ বিপৰীতে নতুন নিযুক্তি প্ৰক্ৰিয়া কি?
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰিয়েই ৰাজ্যৰ নতুন বিজেপি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে প্ৰথম বৰ্ষতে এক লাখ নতুন যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব। ইয়াকে কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে চৰকাৰৰ সকলো বিভাগকে খালী থকা পদৰ বিজ্ঞাপন মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহু হাজৰ টেট উত্তীৰ্ণ যুৱক-যুৱতীক শিক্ষকৰ চাকৰিৰ নিযুক্তিপত্ৰ প্ৰদান কৰিছে। লগতে স্পষ্টও কৰিছিল যে অনাগত দিনত শিক্ষখণ্ডত আৰু কেইবা হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা। কিন্তু শিক্ষাখণ্ডত নিযুক্তি দিয়া এই যুৱক-যুৱতীসকলৰ সংখ্যাই চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি একলাখ নিযুক্তৰ ঘৰ নুচুয়েগৈ। সেয়েহে প্ৰথম বৰ্ষপুতিতে এক লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লোৱা মুখ্যমন্ত্ৰীয়ে সকলো চৰকাৰী বিভাগক নিযুক্তি মুকলি কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। কিন্তু এক লাখ যুৱক-যুৱতীক নিযুক্তি দিবৰ বাবে খৰতকীয়া কৰিব লাগিব সাক্ষ্যৎকাৰ প্ৰক্ৰিয়াটো। নিযুক্তি খৰতকীয়া কৰিবৰ বাবেই এই সাক্ষ্যৎকাৰ ব্যৱস্থা সলনি কৰাৰ চিন্তা চৰ্চা কৰি আছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২২ চনৰ পৰা ৰাজ্য চৰকাৰৰ বিভাগসমূহে নিজাববীয়াকৈ সুকীয়া সুকীয়াকৈ পাতিব নোৱাৰিব পৰীক্ষা। লগতে নিযুক্তি খৰতকীয়া কৰিবৰ বাবে Common Test অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰি আছে  ৰাজ্য চৰকাৰে। বিভাগসমূহৰ যিসমূহ পদৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা একেই লাগে, ইয়াৰ ওপৰিও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে Common Testৰ জৰিয়তে নিযুক্তি দিয়াৰ চিন্তা-চৰ্চা কৰি আছে অসম চৰকাৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Assam-Govtaxom live 24himanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

Next Post
শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব iPhone 14 Pro! নতুন কি কি বিশেষ সুবিধা থাকিব এইটো স্মাৰ্টফোনত?

শ্বহীদ বন্ধুৰ শেষ ইচ্ছা পুৰণ কৰিলে দুই ডজন সেনা জোৱানে। ভগ্নীৰ বিবাহত ভাতৃৰ ধৰ্ম পালন কৰিলে সেনা জোৱান সকলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন