• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

8 months ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

8 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

9 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

9 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

9 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

11 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

11 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

12 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

13 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

13 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

14 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

14 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
July 24, 2025
in জীৱনশৈলী
0
গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট মাহ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন৷ জ্যোতিষ গণনা অনুসৰি দেখা গৈছে যে আগন্তুক মাহত উন্নতিৰে সকলোকে পিছপেলাব ৫ ৰাশিৰ জাতকে৷ আগষ্টত মিথুন ৰাশিত বৃহস্পতি আৰু শুক্ৰৰ মিলত গঠিত হব গজলক্ষ্মী  ৰাজযোগ৷ ইয়াৰোপৰি ১১ আগষ্টত কৰ্কট ৰাশিত মাৰ্গী হব বুধ আৰু ১৬ আগষ্টত সূৰ্যই সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ ২১ আগষ্টৰ পৰা কৰ্কট ৰাশিত শুক্ৰৰ গোচৰৰ ফলত গঠিত হব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত আগন্তুক মাহত উজলিব ৫ৰাশিৰ সৌভাগ্য৷ জানি থওক আগষ্টত উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ ভাগ্যত?

মিথুন ৰাশি

আগষ্ট মাহত গজলক্ষ্মী ৰাজযোগৰ ভৰপুৰ সুফল পাব মিথুন ৰাশিৰ জাতকে৷ আগন্তুক মাহত আপোনাৰ জীৱনলৈ প্ৰেমৰ জোৱাৰ আহিব৷ পাৰ্টনাৰৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ চাকৰিয়ালেও বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ কোনো ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

কৰ্কট ৰাশি

আগন্তুক মাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ সুপ্ৰভাৱ বৰ্তি থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ মজবুত হব৷ ব্যক্তিগত জীৱনতো সংগীৰ সৈতে ভাল সময় কটাব পাৰে৷ নিজৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব পাৰে৷ প্ৰয়োজনত পৰিয়ালৰ কাষত থাকিব পাৰে৷ আপুনি মানসিক শান্তিও এই সময়ত লাভ কৰিব৷

তুলা ৰাশি

আগষ্ট মাহত নানান দিশৰ পৰা লাভৱান হব তুলা ৰাশিৰ জাতক৷ এই সময়ত পৰিয়াল আৰু সমাজত আপোনাৰ ভাৱমূৰ্তি উজ্জ্বল হব৷ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল পাব তুলা ৰাশিৰ জাতক৷ ভাল কামৰ বাবে অফিচত সকলোৰে পৰা প্ৰশংসা পাব৷ উপাৰ্জন বাঢ়িব আৰু সৃজনশীল কামত উৎসাহ পাব৷

ধনু ৰাশি

গজলক্ষ্মী ৰাজযোগৰ ফলত আগষ্টত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ ধনু ৰাশিৰ সপ্তমত এই যোগ থকাত প্ৰচুৰ সম্পদ লাভ কৰিব আপুনি৷ অফিচত আপোনাৰ কাম দেখি মেনেজমেণ্ট সুখী হব আৰু আপোনাক নতুন কামৰ দায়িত্ব দিয়া হব৷ এই নতুন দায়িত্বই আপোনাৰ কেৰিয়াৰ প্ৰফাইলক মজবুত কৰিলেও প্ৰচুৰ পৰিশ্ৰম কৰি শৰীৰ বেয়াও হব পাৰে৷

মকৰ ৰাশি

আগষ্টত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ সুফল থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত মাতৃৰ পৰা সম্পদ প্ৰাপ্তি হব পাৰে আপোনাৰ৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি পাব পাৰে৷ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক অত্যন্ত মধুৰ হব আগন্তুক মাহত৷ যিসকলে বেচৰকাৰী চাকৰি কৰে তেওঁলোকৰ দৰমহা বাঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
Next Post
সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

কিয় চন্দ্ৰক মূৰত ধাৰণ কৰে মহাদেৱে? শাওনতেই জানি থওক পুৰাণৰ অজানা কাহিনী

কিয় চন্দ্ৰক মূৰত ধাৰণ কৰে মহাদেৱে? শাওনতেই জানি থওক পুৰাণৰ অজানা কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.