• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ ঘৰে ঘৰে লাখপতি থাকিব, কি নতুন প্ৰকল্প আৰম্ভ কৰিছে SBIয়ে?

এইবাৰ ঘৰে ঘৰে লাখপতি থাকিব, কি নতুন প্ৰকল্প আৰম্ভ কৰিছে SBIয়ে?

1 year ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

55 minutes ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

1 hour ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

3 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

3 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

3 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

4 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

4 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

4 hours ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

5 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

6 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ ঘৰে ঘৰে লাখপতি থাকিব, কি নতুন প্ৰকল্প আৰম্ভ কৰিছে SBIয়ে?

এইবাৰ ঘৰে ঘৰে লাখপতি থাকিব, কি নতুন প্ৰকল্প আৰম্ভ কৰিছে SBIয়ে?

editor by editor
December 10, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
এইবাৰ ঘৰে ঘৰে লাখপতি থাকিব, কি নতুন প্ৰকল্প আৰম্ভ কৰিছে SBIয়ে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ দেশৰ প্ৰতিঘৰ মানুহেই লাখপতি হ’ব৷ ভাৰতৰ সকলোতকৈ ডাঙৰ ঋণদাতা ৰাষ্ট্ৰীয় বেংকে তেওঁৰ জমা বৃদ্ধিৰ বাবে এটা বিশেষ কৌশল ব্যৱহাৰৰ বাবে আগবাঢ়িছে৷ এয়া এটা আকৰ্ষণীয় পণ্য যি গ্ৰাহকসকলক তেওঁলোকৰ জমা একলাখ টকাত পৰিণত কৰাত সহায় কৰিব৷ যি কেৱল ৰেকাৰিং ডিপোজিট স্কিমৰ মাধ্যমেৰেহে সম্ভৱ৷

SBIৰ চেয়াৰমেন চি এছ ছেটীয়ে কয়, ‘আৰ ডি হৈছে প্ৰকৃততে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন৷ পূৰ্বে মানুহে জানিব খোজে তেওঁলোকৰ জমা কিমান সময়ৰ অন্তত দ্বিগুণ হয়৷ আমি যি পণ্যক লৈ কাম কৰিছো সেয়া হৈছে ঘৰে ঘৰে লাখপতি৷ যাৰ লক্ষ্য হ’ল আৰ ডিৰ মাধ্যমেৰে ১লাখ টকা সঞ্চয় কৰা৷ আমি লক্ষ্যভিত্তিক জমা কৰাব খুজিছো৷’

গ্ৰাহকসকলক নিৰ্দিষ্ট আমানতৰ পৰা আৰ্জিত সুদৰ এটা অংশ মিউছুৱেল ফাণ্ড আৰু অন্য এটা অংশ পেনছন কৰ্পাছ তৈয়াৰ বাবেও অপছন দিছে এই বেংকে৷ ছেটীয়ে এই সন্দৰ্ভত কয়, ‘কোনোৱে যদি আমাৰ ওচৰত এটা ফিক্সড ডিপোজিট কৰে তেন্তে কেনেকৈ আমি FD, RD, SIP আৰু নেছনেল পেঞ্চন চিষ্টেমক একত্ৰিত কৰিব পাৰো? সেই উপায়ো আমি বুজাই দিছো৷ এছ বি আইয়ে এই মাহতেই দুটাকৈ বিশেষ স্কিম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে৷ ছেপ্টেম্বৰৰ শেষত আমাৰ ইয়াত জমাৰ পৰিমাণ আছিল ৫১ ট্ৰিলিয়ন টকা, যি এতিয়া প্ৰায় ৫২ ট্ৰিলিয়ন হৈছেগৈ৷’

বৰ্তমানৰ অৰ্থবছৰৰ প্ৰথম ৬মাহত এছ বি আইয়ে প্ৰায় ২ ট্ৰিলিয়ন টকাৰ জমা সংগ্ৰহ কৰিছে৷ কিন্তু বাৰ্ষিক প্ৰবৃদ্ধি ১০শতাংশৰ তলত আছে৷ বিগত দুই বছৰ বেংকৰ বাবে চেলেঞ্জ হৈ থিয় দিছে৷ কাৰণ সঞ্চয়কাৰীয়ে ক্ৰমশ শ্বেয়াৰ বজাৰ আৰু বিকল্প বিনিয়োগ বাচি লৈছে৷

ইয়াৰোপৰি জমা বৃদ্ধিৰ হাৰ ঋণৰ তুলনাত পিছুৱাই গৈছে৷ ফলত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ঋণদাতাসকলৰ বাবে নতুন নতুন স্কিম তৈয়াৰ কৰাৰ পৰামৰ্শ দিছে৷ এপ্ৰিলৰ পৰা নৱেম্বৰ পৰ্যন্ত ইয়াৰ সৰ্বশেষ তথ্য অনুসৰি নৱেম্বৰৰ ১৫ তাৰিখৰ অৰ্ধমাহৰ জমাৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আছিল ১১.২ শতাংশ আৰু ঋণৰ বৃদ্ধিৰ হাৰ আছিল ১১.১ শতাংশ৷ এতিয়া ঘৰে প্ৰতি লাখপতি হোৱাত কোনো বাধা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো
জীৱনশৈলী

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 20, 2026
Next Post
নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

নতুন বছৰত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে, কি কৈছে ভৱিষ্যদ্ৰষ্টাই?

৭টা SBI মিউছুৱেল ফাণ্ড য’ত সৰ্বোচ্চ SIP ৰিটাৰ্ণ আছে, বিনিয়োগতেই পাব সুফল

৭টা SBI মিউছুৱেল ফাণ্ড য’ত সৰ্বোচ্চ SIP ৰিটাৰ্ণ আছে, বিনিয়োগতেই পাব সুফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.