• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭টা SBI মিউছুৱেল ফাণ্ড য’ত সৰ্বোচ্চ SIP ৰিটাৰ্ণ আছে, বিনিয়োগতেই পাব সুফল

৭টা SBI মিউছুৱেল ফাণ্ড য’ত সৰ্বোচ্চ SIP ৰিটাৰ্ণ আছে, বিনিয়োগতেই পাব সুফল

2 years ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

6 minutes ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

35 minutes ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

1 hour ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

2 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

2 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

3 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

4 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

4 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

7 hours ago
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

8 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

৭টা SBI মিউছুৱেল ফাণ্ড য’ত সৰ্বোচ্চ SIP ৰিটাৰ্ণ আছে, বিনিয়োগতেই পাব সুফল

৭টা SBI মিউছুৱেল ফাণ্ড য’ত সৰ্বোচ্চ SIP ৰিটাৰ্ণ আছে, বিনিয়োগতেই পাব সুফল

editor by editor
December 10, 2024
in বাণিজ্য, বিবিধ, ভাৰত
0
৭টা SBI মিউছুৱেল ফাণ্ড য’ত সৰ্বোচ্চ SIP ৰিটাৰ্ণ আছে, বিনিয়োগতেই পাব সুফল
0
SHARES
722
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশেষ ৭টা SBI মিউচুৱেল ফাণ্ড য’ত সৰ্বোচ্চ SIP ৰিটাৰ্ণ দিছে SBIয়ে৷ খুব কম সময়তেই বাঢ়িব আপোনাৰ ধন৷ এই সমস্ত ফাণ্ডসমূহৰ বিষয়ে যদি জানি থয় তেন্তে বিনিয়োগ কৰিলেই পাব সঠিক ৰিটাৰ্ণ৷

SBI PSU ফাণ্ড

ইয়াত ৩ বছৰৰ বাবে SIP ৰিটাৰ্ণ পাব পাৰে ৪৪.০২শতাংশ৷ মুঠ বিনিয়োগ কৰিব লাগিব ২লাখ টকা৷ ফাইনেল ভেলু থাকিব ১১ লাখ ৬ হাজাৰ ১১৬টকা৷

SBI কণ্ট্ৰা ফাণ্ড

ইয়াত ৩ বছৰৰ বাবে SIP ৰিটাৰ্ণ পাব পাৰে ৩০শতাংশ৷ মুঠ বিনিয়োগ কৰিব পাৰিব ২লাখ টকা৷ ফাইনেল ভেলু থাকিব ৮লাখ ১৬ হাজাট ৪৫০টকা৷

SBI মেগনাম চিলড্ৰেন্স বেনিফিট ফাণ্ড

ইয়াত ৩বছৰৰ বাবে SIP ৰিটাৰ্ণ পাব পাৰে ২৯.৯৯ শতাংশ৷ মুঠ বিনিয়োগ কৰিব পাৰিব ২লাখ টকা৷ ফাইনেল ভেলু থাকিব ৯লাখ ১৯ হাজাৰ ৯০০ টকা৷

SBI মিগনাম মিডকেপ ফাণ্ড

ইয়াত ৩বছৰৰ বাবে এছ আই পিত ৰিটাৰ্ণ পাব ৩৬.১৪শতাংশ৷ মুঠ বিনিয়োগ কৰিব পাৰিব ২ লাখ টকা৷ ফাইনেল ভেলু থাকিব ১৯লাখ ৬৮হাজাৰ৷

SBI হেলথকেয়াৰ অপৰচুনিটি ফাণ্ড

ইয়াত ৩বছৰৰ বাবে SIP ৰিটাৰ্ণ পাব পাৰে ৩৩.৩৯শতাংশ৷ মুঠ বিনিয়োগ কৰিব পাৰিব ২লাখ টকা৷ ফাইনেল ভেলু থাকিব ১০লাখ ১৩২ টকা৷

SBI ইনফ্ৰাছট্ৰাকচাৰ ফাণ্ড

ইয়াত ৩বছৰৰ বাবে এছ আই পি ৰিটাৰ্ন পাব পাৰে ২৯.৭০শতাংশ৷ মুঠ বিনিয়োগ কৰিব পাৰিব ২লাখ টকা৷ ফাইনেল ভেলু থাকিব ৯লাখ ৬৮হাজাৰ ৫৪০টকা৷

SBI নিফটি নেক্সট ৫০ ইনডেক্স ফাণ্ড

ইয়াত ৩ বছৰৰ বাবে এছ আই পি ৰিটাৰ্ণ পাব পাৰে ২৮.৯শতাংশ৷ মুঠ বিনিয়োগ কৰিব পাৰিব ২লাখ টকা৷ ফাইনেল ভেলু থাকিব ৯লাখ ১১ হাজাৰ ৮৩৮ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!
জীৱনশৈলী

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?
প্ৰযুক্তি

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

September 28, 2026
Next Post
মোক্ষদা একাদশীত মোক্ষলাভ কৰিব ৫ৰাশিৰ জাতকে, সিদ্ধিদাতাৰ কৃপাত আঁতৰিব এইসমূহ বাধা

মোক্ষদা একাদশীত মোক্ষলাভ কৰিব ৫ৰাশিৰ জাতকে, সিদ্ধিদাতাৰ কৃপাত আঁতৰিব এইসমূহ বাধা

২০২৫ৰ আৰম্ভণিতেই মালব্য ৰাজযোগ, ভাগ্যত ৰাজসুখ আছে এই ৩ৰাশিৰ

২০২৫ৰ আৰম্ভণিতেই মালব্য ৰাজযোগ, ভাগ্যত ৰাজসুখ আছে এই ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.