• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছ – আপৰ মিত্ৰতা ভাঙোনৰ দিশে, আপে অকলেই নিৰ্বাচন খেলাৰ দিশে

কংগ্ৰেছ – আপৰ মিত্ৰতা ভাঙোনৰ দিশে, আপে অকলেই নিৰ্বাচন খেলাৰ দিশে

2 years ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

29 seconds ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

53 minutes ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

1 hour ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

19 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

20 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

21 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

21 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

22 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

23 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

23 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কংগ্ৰেছ – আপৰ মিত্ৰতা ভাঙোনৰ দিশে, আপে অকলেই নিৰ্বাচন খেলাৰ দিশে

editor by editor
September 7, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
কংগ্ৰেছ – আপৰ মিত্ৰতা ভাঙোনৰ দিশে, আপে অকলেই নিৰ্বাচন খেলাৰ দিশে
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কংগ্ৰেছ – আপৰ মিত্ৰতা ভাঙোনৰ দিশে, আপে অকলেই নিৰ্বাচন খেলাৰ দিশে

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনীতিত আহিছে মিত্ৰতা ভাঙোনৰ ইংগিত। কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজৰ মিত্ৰতা ভংগ হোৱাৰ দিশে। কিয়নো হাৰিয়ানা বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা আম আদমী পাৰ্টিৰ।

৮ ছেপ্টেম্বৰ তাৰিখ দেওবাৰে আম আদমী পাৰ্টীয়ে অকলেই নিৰ্বাচন খেলাৰ উদ্দেশ্যৰে প্ৰথমখন প্ৰাৰ্থী তালিকাও প্ৰকাশ কৰিব পাৰে। আম আদমী পাৰ্টিয়ে ৰাজ্যখনৰ ৯০ খন আসনৰ ৫০খন আসনত অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।

ইয়াৰ পূৰ্বে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত সহসন্মতি সাপেক্ষে আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনা চলি আছিল। শুকুৰবাৰে আসন ভাগ-বতৰা সন্দৰ্ভত দুয়োটা দলৰ মাজত কোনো চুক্তি কৰিব পৰা নগ’ল, তেতিয়াৰ পৰাই হাৰিয়ানা বিধানসভা নিৰ্বাচনত দুয়োটা দলৰ মাজত কোনো মিত্ৰতা নহ’ব বুলি জল্পনা-কল্পনা চলি আছে।

তথ্য অনুসৰি আম আদমী পাৰ্টিয়ে হাৰিয়ানাত ১০খন আসন দাবী কৰিছিল, আনহাতে কংগ্ৰেছে আম আদমী পাৰ্টিক ১০খন আসন দিবলৈ সাজু নহয়। সূত্ৰৰ পৰা জানিব পৰা মতে আম আদমী পাৰ্টিয়ে কংগ্ৰেছৰ সূত্ৰ মানি নলয়। হাৰিয়ানাত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১২ ছেপ্টেম্বৰ।

আনহাতে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আম আদমী পাৰ্টীৰ সৈতে কংগ্ৰেছ দলৰ হোৱা মিত্ৰতাত কংগ্ৰেছ দলৰ একাংশ নেতাই আপত্তি প্ৰকাশ কৰিছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি হুদা গ্ৰুপৰ লগতে আন একাংশ নেতাই আপৰ সৈতে আসন ভাগ-বতৰা কৰাৰ বিৰোধিতা কৰিছে। এই নেতাসকলৰ মতে কেজৰিৱালৰ দলৰ হাৰিয়ানাত কোনো বিশেষ ভিত্তি নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aam Admi PartyCongressCongress AAPHariyana Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
Next Post
২টা নহয় ৫ টা সন্তানৰ মাতৃ কৰিশ্মা, ৰাষ্ট্ৰীয় টেলিভিছনত অভিনেত্ৰীয়ে নিজেই ক’লে এই কথা

২টা নহয় ৫ টা সন্তানৰ মাতৃ কৰিশ্মা, ৰাষ্ট্ৰীয় টেলিভিছনত অভিনেত্ৰীয়ে নিজেই ক'লে এই কথা

আদিত্য ৰয় কাপুৰৰ পাছত নতুন প্ৰেমত অভিনেত্ৰী অনন্যা পাণ্ডে, পাছে কোন হয় এই নতুন প্ৰেমিক

আদিত্য ৰয় কাপুৰৰ পাছত নতুন প্ৰেমত অভিনেত্ৰী অনন্যা পাণ্ডে, পাছে কোন হয় এই নতুন প্ৰেমিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.