অসম লাইভ২৪ঃ
পুনৰ মুুখথেকেচা অসম চৰকাৰৰ।
উচ্ছেদ বন্ধ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
ৰাজহ গাঁৱত চলাব নোৱাৰিব উচ্ছেদ।
আইনৰ ওচৰত হাৰ মানিলে চৰকাৰে।
উচ্ছেদ বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ।
বাল্যবিবাহৰ পিছতে উচ্ছেদক লৈ মুখথেকেচা অসম চৰকাৰৰ।
বনভূমিৰ বাহিৰে ৰাজহ গাঁৱত উচ্ছেদ নচলাবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
বুঢ়াচাপৰি উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী।
প্ৰশাসনে সুঁতিৰ পাৰ গাঁও পঞ্চায়তৰ ১নং, ২নং, ৩নং ৱাৰ্ডত চলাইছিল উচ্ছেদ।
উচ্ছেদ কাৰ্যত বাধা দিছিল বিধায়ক নুৰুল হুদাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ