• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

10 months ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

14 minutes ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

38 minutes ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

47 minutes ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

2 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

3 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

4 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

5 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

7 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

editor by editor
November 8, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ফ্লেট ক্ৰয়, ঘৰ নিৰ্মাণ অথবা মাটি ক্ৰয়ৰ বাবে বহুতেই গৃহঋণৰ ওপৰত ভৰসা কৰে৷ দীৰ্ঘম্যাদত কম সুদৰ হাৰত লোৱা হয় হোম লোন৷ এইক্ষেত্ৰত মূলত ঋণগ্ৰহিতাসকলে সময়মতে লোনৰ মাহিলি কিস্তি প্ৰদান কৰিব লাগে৷ ইয়াৰ মাধ্যমেৰেই ঋণগ্ৰহিতাই সমস্ত লোনৰ অংক আৰু সুদ সংশ্লিষ্ট আৰ্থিক প্ৰতিষ্ঠানক উভতাই দিব লাগে৷ বেংকে সাধাৰণতে ঋণ পৰিশোধৰ পাছত সম্পত্তিৰ ওপৰত থকা নিজৰ আধিপত্য গৃহমালিকক এৰি দিয়ে৷
গৃহঋণত সুদৰ হাৰ নিৰ্ধাৰণৰ সময়ত ঋণদাতাসকলৰ পক্ষৰ পৰা কেইবাটাও বিষয় বিবেচনা কৰা হয়৷ এইসমূহৰ মাজত অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য হৈছে ক্ৰেডিট স্কোৰ৷ ইয়াৰোপৰি ঋণৰ অংক, এল টি ভি ৰেছিঅ, চাকৰি আৰু সুদৰ হাৰৰ ধৰণ বিবেচনা কৰা হয়৷
৭৫ লাখ টকাৰ ওপৰত অংকৰ বাবে হোম লোনৰ সুদৰ হাৰ
ৰাষ্ট্ৰায়ত্ত বেংক
এক সংবাদসংস্থাৰ সূত্ৰৰ খবৰ অনুসৰি বৰ্তমান ষ্টেট বেংক অফ ইণ্ডিয়াই ৭৫ লাখ টকাতকৈ বেছি পৰিমাণে গৃহঋণ ল’লে
৮.৫০ শতাংশৰ পৰা ৯.৮৫ শতাংশ পৰ্যন্ত সুদ দিব লাগিব৷ বেংক অফ বৰোদাত ঘৰৰ ঋণৰ বাবে সুদৰ হাৰ আছে ৮.৪০ শতাংশৰ পৰা ১০.৯০ শতাংশ পৰ্যন্ত৷ ইউনিয়ন বেংক অফ ইণ্ডিয়াত গৃহঋণৰ সুদৰ হাৰ হৈছে ৮.৩৫ শতাংশৰ পৰা ১০.১৫ শতাংশ পৰ্যন্ত৷ বেংক অফ ইণ্ডিয়াত গৃহঃঋণৰ ক্ষেত্ৰত ৮.৪০ শতাংশৰ পৰা ১০.৮৫ শতাংশ পৰ্যন্ত সুদ আছে৷ কানাড়া বেংকৰ গৃহঃঋণৰ বাবে সুদ ৮.৪০শতাংশৰ পৰা ১১.১৫ শতাংশ পৰ্যন্ত নিৰ্ধাৰণ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই৷  ইউতো বেংকৰ পৰা গৃহঋণ ল’লে ঋণগ্ৰহিতাই দিব লাগিব ৮.৪৫ শতাংশৰ পৰা ১০.৩০ শতাংশ পৰ্যন্ত সুদ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 26, 2026
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

August 26, 2026
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!
জীৱনশৈলী

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

August 26, 2026
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!
বাণিজ্য

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

August 26, 2026
Next Post
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.