• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

1 year ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

54 minutes ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

1 hour ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

2 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

4 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

15 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

16 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

17 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

17 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

18 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

19 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

editor by editor
May 16, 2025
in জীৱনশৈলী
0
সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি মঙল হৈছে সাহস, বীৰত্ব আৰু আত্মবিশ্বাসৰ কাৰক গ্ৰহ৷ মঙলৰ শুভ প্ৰভাৱত জাতকৰ সাহস আৰু আত্মবিশ্বাস বাঢ়ে৷ বৰ্তমান মঙলে কৰ্কট ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ৭ জুন দেওবাৰে নিশা ২ বাজি ১০ মিনিটত কৰ্কট ৰাশি ত্যাগ কৰি সিংহ ৰাশিত গোচৰ কৰিব ৰঙা গ্ৰহ মঙলে৷ ২৮ জুলাই পৰ্যন্ত মঙলে সিংহ ৰাশিত অৱস্থান কৰিব৷ জানি থওক এই সময়ত ভিতৰত মঙলৰ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হব কোন কোন ৰাশিৰ জাতক?

সিংহ ৰাশি

জুনৰ আৰম্ভণিতে সিংহ ৰাশিত প্ৰৱেশ কৰিব মঙলে৷ ইয়াৰ ফলত এই সময়ত প্ৰচুৰ এনাৰ্জি থাকিব সিংহ ৰাশিৰ জাতকৰ৷ এই এনাৰ্জি সঠিক ভাৱে ব্যৱহাৰ কৰিব পাৰিলে কেৰিয়াৰতত সকলো বাধা দূৰ কৰিব পাৰিব এওঁলোকে৷ চাকৰি আৰু ব্যৱসায়ত সকলো সমস্যা দূৰ হব৷ দাম্পত্য জীৱনৰ অশান্তি দূৰ হব৷ বিদ্যুতৰ পৰা এই সময়ত সাবধানে থাকিব লাগিব সিংহ ৰাশিৰ জাতক৷

কন্যা ৰাশি

সিংহ ৰাশিত মঙলৰ গোচৰত কন্যা ৰাশিৰ জাতকৰ জীৱনৰ বহু সমস্যা দূৰ হব৷ ব্যৱসায়ত যিসমূহ চুক্তি আপুনি বহু দিন ধৰি কৰাৰ চেষ্টা কৰিছিল এইবাৰ সেয়া চূড়ান্ত কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত দৰমহা বৃদ্ধিৰ যোগ আছে আৰু এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হব৷ দাম্পত্য জীৱনত সমস্যা থাকিলে সমাধান হব৷ সন্তানৰ শিক্ষা সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷
তুলা ৰাশি
মঙলৰ গোচৰৰ প্ৰভাৱত তুলা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতিত ডাঙৰ পৰিবৰ্তন আহিব পাৰে৷ আৰ্থিক বিষয়ত পৰিয়ালৰ সহায় পাব৷ আপোনাৰ কামৰ উন্নতি হব আৰু ডাঙৰ লাভ কৰিব পাৰে৷ স্বাস্থ্য ভালে থাকিব৷ কোনো সুখবৰ পাব, যিয়ে আপোনাৰ আত্মবিশ্বাস আৰু বঢ়াব৷ ব্যৱসায়ত লাভ হব৷ স্বাস্থ্যও ভালে থাকিব৷
বৃশ্চিক ৰাশি

সিংহ ৰাশিত মঙলৰ গোচৰৰ সুফল পাব বৃশ্চিক ৰাশিৰ জাতকে৷ চেষ্টা কৰক নিজৰ অতিৰিক্ত এনাৰ্জিক ভুল পথে চালনা নকৰিব৷ প্ৰতি মঙলবাৰে হনুমান চালিছা পাঠ কৰক৷ আপুনি নিজৰ সকলো কাম ধৈৰ্য ধৰি শান্ত মনেৰে কাম সম্পন্ন কৰিব পাৰিব৷ কামৰ প্ৰতি চিৰিয়াছনেছ বাঢ়িব৷ সাংসৰিক বিষয়ত সুখবৰ পাব পাৰে৷

মীন ৰাশি

মঙলৰ গোচৰৰ প্ৰভাৱত শত্ৰুক পৰাজিত কৰিব পাৰিব মীন ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব আৰু তাৰ সৈতে উপাৰ্জনো বাঢ়িব৷ সোণ আৰু তামৰ ব্যৱসায়ীসকল লাভৱান হব৷ মঙলৰ পৰা পোৱা এনাৰ্জি সঠিক কামত ব্যৱহাৰ কৰিলে সুফল পাব৷ প্ৰতিদ্বন্দীসকলক হৰুৱাই কেৰিয়াৰত উন্নতি কৰিব৷ কোনো সাহসী সিদ্ধান্ত ল’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!
জীৱনশৈলী

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

May 25, 2026
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?
জীৱনশৈলী

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

May 25, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

May 25, 2026
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক
জীৱনশৈলী

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

May 24, 2026
Next Post
১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.