• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ICCৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ- নিউডিলেণ্ডৰ অলৰাউণ্ডাৰ তাৰকাই আঁজুৰিলে বঁটা

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ICCৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ- নিউডিলেণ্ডৰ অলৰাউণ্ডাৰ তাৰকাই আঁজুৰিলে বঁটা

editor by editor
January 28, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
ICCৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ- নিউডিলেণ্ডৰ অলৰাউণ্ডাৰ তাৰকাই আঁজুৰিলে বঁটা
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ICCৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ- নিউডিলেণ্ডৰ অলৰাউণ্ডাৰ তাৰকাই আঁজুৰিলে বঁটা

২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিছে আই চি চিয়ে। নিউজিলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ আমেলিয়া কাৰে এই বঁটা লাভ কৰিছে। এই বঁটা লাভ কৰা খেলুৱৈজনক ৰেচেল হেহো ফ্লিণ্ট ট্ৰফী প্ৰদান কৰা হয়। এই বঁটা লাভ কৰা নিউজিলেণ্ডৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় আমেলিয়া।

এই বঁটাৰ বাবে ২৪ বছৰীয়া আমেলিয়াই এল উলভাৰ্ড, চামাৰী আটাপাট্টু আৰু এনাবেল চাথাৰলেণ্ডক পৰাস্ত কৰে। আমেলিয়া কেৱল ৰেচেল হেহ’ ফ্লিণ্ট ট্ৰফী লাভ কৰা নিউজিলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ নহয়, যিকোনো শাখাতে আইচিচিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী কিউই খেলুৱৈ।

২০২৪ চনত খেলৰ প্ৰতিটো দিশতে পাৰদৰ্শিতা দেখুৱাই বিশ্বমানৰ অল ৰাউণ্ডাৰ হিচাপে নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছিল। তেওঁৰ উৎকৃষ্ট ফিল্ডিঙে নিউজিলেণ্ডৰ হৈ বহু ৰান ৰক্ষা কৰাৰ বিপৰীতে লেগ স্পিনাৰ হিচাপে তেওঁৰ দক্ষতাই তেওঁক বিশ্বৰ অন্যতম বিপজ্জনক ষ্ট্ৰাইক বলাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল।

বলৰ সমানে সমানে বেটেৰেও উজলি উঠিছিল আমেলিয়া। নিউজিলেণ্ডৰ মিডল অৰ্ডাৰৰ মেৰুদণ্ড আছিল আমেলিয়া। দলটোক বহু কঠিন পৰিস্থিতিৰ পৰা মেছ উদ্ধাৰ কৰোতাৰ ৰূপত জয়ী কৰাইছিল আমেলিয়াই।

উল্লেখ্য যে, ২০১৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল এই ৰেচেল হেহো ফ্লিণ্ট ট্ৰফী। আমেলিয়াৰ পূৰ্বে মাত্ৰ তিনিগৰাকী খেলুৱৈকহে দিয়া হৈছিল এই বঁটা। ইয়াৰ ভিতৰত আছে অষ্ট্ৰেলিয়াৰ এলিজ পেৰী, ভাৰতৰ স্মৃতি মান্ধনা আৰু ইংলেণ্ডৰ নেট ছিভাৰ ব্ৰুণ্ট। তিনিওগৰাকী খেলুৱৈয়ে দুবাৰকৈ এই বঁটা লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIcc CricketICC Cricket women player of the year
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
৫৯ বছৰীয়া শ্বাহৰুখ খানক লগ দিছে এক বেমাৰে! নিজেই ৰাজহুৱাকৈ কৰিলে সদৰি

নিশাটো পাৰ হ’লেই মৌনী অমাবস্যা, কেনেকৈ পূজা কৰিলে সুফল পাব? জানক স্নান আৰু দানৰ সঠিক মুহূৰ্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন