• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ বিপদৰ ইংগিত! আৰু মাত্ৰ ১০ বছৰ, বৰফশূন্য হৈ পৰিব আৰ্কটিক মহাসাগৰ

1 year ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

16 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

17 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

18 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

19 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

20 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

21 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

22 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়ংকৰ বিপদৰ ইংগিত! আৰু মাত্ৰ ১০ বছৰ, বৰফশূন্য হৈ পৰিব আৰ্কটিক মহাসাগৰ

ভয়ংকৰ বিপদৰ ইংগিত! আৰু মাত্ৰ ১০ বছৰ, বৰফশূন্য হৈ পৰিব আৰ্কটিক মহাসাগৰ

editor by editor
November 2, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
ভয়ংকৰ বিপদৰ ইংগিত! আৰু মাত্ৰ ১০ বছৰ, বৰফশূন্য হৈ পৰিব আৰ্কটিক মহাসাগৰ
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতত মাত্ৰ ১০ বছৰ৷ ইয়াৰ পাছতেই আৰ্কটিকত আৰু দেখা নাযাব বৰফ৷ আৰ্কাটিক হ’ল এখন মহাসাগৰ৷ ইয়াক উত্তৰ মহাসাগৰ বুলিও কোৱা হয়৷ ইয়াৰ অৱস্থান পৃথিৱীৰ একেবাৰে উত্তৰ প্ৰান্তত৷ সেয়ে ইয়াক সুমেৰু সাগৰ নামেৰেও জনা যায়৷ ইংৰাজীত ইয়াৰ নাম আৰ্কটিক অচেন৷ আৰু এই মহাসাগৰ সকলোসময়তে বৰফেৰে ঢাক খাই থাকে৷ আৰু সেই বৰফেই দেখা নাযাব আৰু ১০ বছৰৰ পাছত৷ নতুন গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷ এই বৰফ গলি বিশ্বৰ সমুদ্ৰপৃষ্ঠৰ ওপৰত প্ৰভাৱ পেলাব৷ ইউনিভাৰ্ছিটি অৱ কলোৰাডো বোল্ডাৰে প্ৰকাশ কৰা এক সমীক্ষা অনুসৰি চৰম গৰমতো আৰ্কাটিকত তুষাৰ দেখা যায়৷ আগন্তুক কেইবছৰৰ ভিতৰত এই তুষাৰ শেষ হৈ পৰিব৷ শীতকালতো দেখা নাযাব তুষাৰ৷

বিজ্ঞানীয়ে কি দাবী কৰিছে?

গৱেষণাৰ ফলাফল সন্মুখলৈ অহাৰ পাছতেই বিজ্ঞানীক দাবী যে ১০ বছৰৰ পাছত বৰফ গলি যাব যে সেয়া নিশ্চিত৷ এই শতাব্দীৰ মাজত ছেপ্টেম্বৰ মাহত আৰ্কটিক সাগৰত বৰফ দেখা নাযাব৷ গ্ৰীণহাউছ গেছ নিঃসৰণ কমাব পাৰিলেই এই পৰিস্থিতি তৈয়াপ নহ’ব বুলি দাবী কৰিছে বিজ্ঞানীয়ে৷ বৰষ গলি গ’লে সকলোতকৈ বেছি প্ৰভাৱ পৰিব আৰ্কটিকৰ প্ৰাণীৰ ওপৰত৷ ছীল আৰু মেৰু ভালুকৰ দৰে প্ৰাণী বিশ্বৰ পৰা হেৰাই যাব৷ ফলত পৃথিৱীত ভয়ানক এক অৱস্থাই দেখা দিব৷ আৰু সেই দিনলৈ বেছি দূৰ নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
লেব টেকনিছিয়ান নাই, YouTube চাই হাস্পতালত ECG কৰিছে ঠিকাভিত্তিক কৰ্মীয়ে, চাওক ভিডিঅ’

PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন