• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

3 months ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

6 hours ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

7 hours ago
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

9 hours ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

10 hours ago
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

11 hours ago
জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

12 hours ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

13 hours ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ

editor by editor
October 10, 2025
in জীৱনশৈলী
0
PPFত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত ৰিটাৰ্ণ কিমান পাব? জানি থওক হিচাপ
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প’ষ্ট অফিচে তেওঁলোকৰ গ্ৰাহকক ডাক পৰিসেৱাৰ ওপৰিও বিভিন্ন ধৰণৰ আৰ্থিক পৰিসেৱা প্ৰদান কৰে৷ নিয়মিত সঞ্চয় একাউণ্টৰ ওপৰিও আৰ ডি একাউণ্ট, টি ডি একাউণ্ট, এম আই এছ একাউণ্ট আৰু পিপিএফ একাউণ্টো পোষ্ট অফিচত খুলিব পাৰি৷ পিপিএফ,  বা পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এক চৰকাৰী প্ৰকল্প৷ পিপিএফত প্ৰতিমাহে ২০০০ টকা জমা কৰিলে ১৫ বছৰৰ পাছত আপুনি কিমান টকা পাব?

PPF স্কিমত ৭.১ শতাংশ সুদ দিয়া হৈছে

বৰ্তমান পোষ্ট অফিচৰ পিপিএফ স্কিমত ৭.১ শতাংশ বাৰ্ষিক সুদ দিয়া হৈছে৷ বাৰ্ষিক সৰ্বনিম্ন ১০০০ টকা জমা কৰি এই স্কিম একাউণ্ট আপুনি খুলিব পাৰে৷ মনত ৰাখিব যে পিপিএফ একাউণ্ট সক্ৰিয় ৰাখিবলৈ এটা আৰ্থিক বছৰত সৰ্বনিম্ন ১০০০ টকা জমা ৰাখিব লাগিব৷ পিপিএফ স্কিমত এবছৰৰ ভিতৰত সৰ্বোচ্চ ১.৫ লাখ টকা জমা কৰিব পাৰে৷

আপুনি বাৰ্ষিক পিপিএফত এককালীন পৰিমাণো জমা কৰিব পাৰে৷ ইয়াৰোপৰি আপুনি পিপিএফ একাউণ্টত কিস্তিতো টকা জমা কৰিব পাৰে৷ আপুনি এটা পিপিএফ একাউণ্টত এবছৰৰ ভিতৰত সৰ্বাধিক ১২ টা কিস্তি জমা কৰিব পাৰে৷ অৰ্থাৎ আপুনি এমাহত সৰ্বোচ্চ এটা কিস্তি জমা কৰিব পাৰে৷

আপুনি যদি আপোনাৰ পিপিএফ একাউণ্টত প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰে তেন্তে আপোনাৰ বাৰ্ষিক বিনিয়োগ হ’ব ২৪০০০ টকা৷ পিপিএফ একাউণ্ট ১৫ বছৰত পৰিপক্ক হয়৷ কিন্তু আপুনি পাঁচ বছৰলৈ ইয়াৰ ম্যাদ বঢ়াব পাৰে৷ আপুনি প্ৰতিমাহে ২০০০ টকাকৈ জমা কৰিলে ১৫ বছৰৰ পাছত আপুনি মুঠ ৬, ৫০, ৯১৩ টকা পাব৷ ইয়াৰ মাজত সুদ হিচাপে অৰ্থাৎ ৰিটাৰ্ণ হিচাপেই ২,৯০,৯১৩ টকা পাব৷ পোষ্ট অফিচেই নহয়, বেংকতো আপুনি পিপিএফ একাউণ্ট খুলিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

January 3, 2026
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?
জীৱনশৈলী

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

January 3, 2026
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

January 3, 2026
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক
জীৱনশৈলী

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

January 3, 2026
Next Post
তুলালৈ আহিছে সূৰ্য, ৩ ৰাশিৰ উজলি উঠিব ভাগ্য, কাৰ কাৰ হাতলৈ আহিব ধন?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন