• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোচনীয় পৰাজয়, পৰাজয়ৰ কাৰণ এই কেইগৰাকী খেলুৱৈ, এখনো মেচ জয়ী হব নোৱাৰিলে

শোচনীয় পৰাজয়, পৰাজয়ৰ কাৰণ এই কেইগৰাকী খেলুৱৈ, এখনো মেচ জয়ী হব নোৱাৰিলে

2 years ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

56 seconds ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

25 minutes ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

2 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

3 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

4 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

5 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

6 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

14 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

15 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

15 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

16 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শোচনীয় পৰাজয়, পৰাজয়ৰ কাৰণ এই কেইগৰাকী খেলুৱৈ, এখনো মেচ জয়ী হব নোৱাৰিলে

editor by editor
August 7, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
শোচনীয় পৰাজয়, পৰাজয়ৰ কাৰণ এই কেইগৰাকী খেলুৱৈ, এখনো মেচ জয়ী হব নোৱাৰিলে
0
SHARES
9.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোচনীয় পৰাজয়, পৰাজয়ৰ কাৰণ এই কেইগৰাকী খেলুৱৈ, এখনো মেচ জয়ী হব নোৱাৰিলে

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ থকা এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলতো পৰাস্ত হৈছে টিম ইণ্ডিয়া। এই সমগ্ৰ শৃংখলাত টিম ইণ্ডিয়াৰ বেটিং একেবাৰে ফ্লপ। ২৩০ৰ পৰা ২৫০ ৰানৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলে ভাৰতৰ শ্ৰেষ্ঠ বেটছমেনসকলে। শ্ৰীলংকাৰ স্পিন বলিঙৰ সন্মুখত ব্যৰ্থ ভাৰতৰ কিংবদন্তি বেটছমেন।

ৰোহিত শৰ্মা
এই ছিৰিজত টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ বেটে কাম কৰিলেও দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে। ৩খন এদিনীয়া খেলত মুঠ ১৫৭ ৰান সংগ্ৰহ কৰে ৰোহিত শৰ্মাই। এই শৃংখলাত তেওঁ ২টা অৰ্ধশতক অৰ্জন কৰিছিল আৰু তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৩৪.০৭। তিনিওখন মেচতে ছেট কৰি ৰোহিত শৰ্মাই উইকেট হেৰুৱাইছিল। কিন্তু ছেট হোৱাৰ পিছত খেলপথাৰত থাকিলে তেওঁ আৰু দীঘলীয়া ইনিংছ খেলি টিম ইণ্ডিয়াৰ হৈ মেচখন জয়ী হ’ব পাৰিলেহেঁতেন।

শুভমন গিল
টিম ইণ্ডিয়াৰ উদীয়মান তাৰকা খেলুৱৈ শুভমান গিলে এই ছিৰিজত ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছিল যদিও তেওঁৰ প্ৰদৰ্শন হতাশাজনক আছিল। এই ছিৰিজত শুভমান গিলে ৩খন মেচ খেলি মাত্ৰ ৫৭ ৰানহে কৰে। শুভমান গিলে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে অ’পেনিং কৰে যদিও তেওঁ সম্পূৰ্ণ ফ্লপ হৈ ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে।

বিৰাট কোহলী
বিৰাট কোহলী ভাৰতৰ এজন জ্যেষ্ঠ খেলুৱৈ। যিকোনো মেচতে তেওঁ ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। কিন্তু বিৰাট কোহলীও এই ছিৰিজত ফ্লপ। শ্ৰীলংকাৰ বিৰুদ্ধে ৩খন খেলত বিৰাট কোহলীয়ে ৫৮ ৰান সংগ্ৰহ কৰে। তেওঁৰ ব্যক্তিগত স্ক’ৰ আছিল সৰ্বাধিক ২৪ ৰান। বিৰাট কোহলীৰ এই দুৰ্বল প্ৰদৰ্শন টিম ইণ্ডিয়াৰ পৰাজয়ৰ কাৰণ হৈ পৰিল।

শ্ৰেয়াছ আয়াৰ
এই শৃংখলাত দীৰ্ঘদিন ধৰি টিম ইণ্ডিয়াত নিৰ্বাচিত হয় শ্ৰেয়াছ আয়াৰ। আশা কৰা হৈছিল যে তেওঁ নিজৰ প্ৰদৰ্শনেৰে নিজৰ বাছনি সঠিক বুলি প্ৰমাণ কৰিব। কিন্তু এই ছিৰিজত শ্ৰেয়াছ আয়াৰেও বেয়াকৈ ফ্লপ কৰিছিল। শ্ৰেয়াছ আয়েৰে ৩ খন মেচত ৩৮ ৰান সংগ্ৰহ কৰে। তেওঁৰ ষ্ট্ৰাইক ৰেটও আছিল ১০০ তকৈ কম।

কে এল ৰাহুল
টিম ইণ্ডিয়াই প্ৰথম ২ খন মেচত কে এল ৰাহুলক এটা সুযোগ দিছিল। কে এল ৰাহুলেও আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলে। ২ খন মেচত মাত্ৰ ৩১ ৰানহে কৰে। তেওঁৰ দুৰ্বল প্ৰদৰ্শন দেখি তৃতীয়খন মেচত ঋষভ পন্তক দলত অন্তৰ্ভুক্ত কৰা হয় যদিও ঋষভ পন্তেও বিশেষ প্ৰতিভা দেখুৱাব নোৱাৰিলে। মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট ঋষভ পন্ত।

শিৱম ডুবে
ভাৰতীয় দলটোৱেও প্ৰথম ২ খন এদিনীয়া খেলত শিৱম ডুবেক সুযোগ প্ৰদান কৰে। এই দুয়োখন মেচতে শিৱম ডুবেৰ বেটো নিমাত হৈ থাকে। শিৱমে ২ খন মেচত মাত্ৰ ২৫ ৰানহে কৰে। তৃতীয়খন মেচত ৰিয়ান পৰাগক তেওঁৰ ঠাইত প্লেইং-১১ত স্থান দিয়া হয়। ৩টা উইকেট লোৱাৰ উপৰিও ৰিয়ান পৰাগে ১৫ ৰান সংগ্ৰহ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs Sri lankaIndian Cricket Team. Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
Next Post
অতিমাত্ৰা মহ-মাখি আদি নেকি, বাৰিষাত ঘৰৰ বাৰাণ্ডাত ৰুই দিয়ক এই কেইবিধ গছ…

অতিমাত্ৰা মহ-মাখি আদি নেকি, বাৰিষাত ঘৰৰ বাৰাণ্ডাত ৰুই দিয়ক এই কেইবিধ গছ...

WhatsApp ব্যৱহাৰকাৰী সাৱধান! নতুন স্কীমৰ ক্ষেত্ৰত চিবিআইৰ সকীয়নি, এটা ভুলে খালী কৰি দিব পাৰে একাউণ্ট

WhatsApp ব্যৱহাৰকাৰী সাৱধান! নতুন স্কীমৰ ক্ষেত্ৰত চিবিআইৰ সকীয়নি, এটা ভুলে খালী কৰি দিব পাৰে একাউণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.