• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় গৰু গোবৰৰ মাহাত্ম্য! পয়গম্বৰ বিতৰ্কৰ স্বত্বেও কুৱেটলৈ ১.৯২ লাখ কিঃগ্ৰাঃ গোবৰ ৰপ্তানি

ভাৰতীয় গৰু গোবৰৰ মাহাত্ম্য! পয়গম্বৰ বিতৰ্কৰ স্বত্বেও কুৱেটলৈ ১.৯২ লাখ কিঃগ্ৰাঃ গোবৰ ৰপ্তানি

4 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

37 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

1 hour ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ভাৰতীয় গৰু গোবৰৰ মাহাত্ম্য! পয়গম্বৰ বিতৰ্কৰ স্বত্বেও কুৱেটলৈ ১.৯২ লাখ কিঃগ্ৰাঃ গোবৰ ৰপ্তানি

editor by editor
June 16, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতীয় গৰু গোবৰৰ মাহাত্ম্য! পয়গম্বৰ বিতৰ্কৰ স্বত্বেও কুৱেটলৈ ১.৯২ লাখ কিঃগ্ৰাঃ গোবৰ ৰপ্তানি
0
SHARES
348
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ বাবে শেহতীয়াকৈ ভাৰতে চৌদি আৰব, কাটাৰ, কুৱেইট আৰু বাকী আৰব বিশ্বৰ সমালোচনাৰ সন্মুখীন হৈছে। আনকি উক্ত ৰাষ্ট্ৰসমূহে ভাৰতীয় ৰাষ্ট্ৰদূতক তলৱ কৰি নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ বাবে জবাবদিহিও কৰোৱাইছিল৷

মধ্যপাচ্যৰ কে’বাখনো দেশত ভাৰত বিৰোধী তথা নূপুৰ শৰ্মাৰ উক্ত বিতৰ্কতি মন্তব্যৰ বিৰুদ্ধে গণ প্ৰতিবাদো দেখা গৈছিল৷ ইয়াৰ প্ৰভাৱ কেৱল কূটনৈতিক দিশতে নহয় বাণিজ্যিক ক্ষেত্ৰতো পৰিব বুলি আশংকা কৰা হৈছিল৷ কিন্তু তাৰ মাজতো দেখা গৈছে যে মধ্যপ্ৰাচ্যৰ কিছু দেশে ভাৰতৰ ওপৰত এতিয়াও নিৰ্ভৰশীল হৈ আছে৷

এই বিতৰ্কিত পৰিস্থিতিতো ভাৰতৰ পৰা কুৱেইটলৈ ১ লাখ ৯২ হাজাৰ কেজি গৰুৰ গোবৰ ৰপ্তানি কৰা হৈছে। প্ৰকাশিত সূত্ৰৰ মতে জৈৱিক খেতিৰ বাবে কুৱেইটলৈ গৰুৰ গোবৰ প্ৰেৰণ কৰা হৈছে। ১৫ জুন বুধবাৰে কনকপুৰা ৰে’ল ষ্টেচনৰ পৰা কুৱেইট অভিমুখে প্ৰথমটো গোটৰ গৰুৰ গোবৰ প্ৰেৰণ কৰা হৈছে। লগতে জানিব পৰা গৈছে যে শুল্ক বিভাগৰ তত্বাৱধানত গৰুৰ গোবৰ পেকিঙৰ কাম চলি আছে।

লগতে পঢ়ক ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে গৰম কালিত কি কি খাদ্য খাব?

জয়পুৰৰ এখন গৌশালৰ পৰা পঠোৱা হৈছে এই বৃহৎ পৰিমাণৰ গৰুৰ গোবৰ। কুৱেইটৰ এটা ব্যক্তিগত কোম্পানীলৈ ৰপ্তানি কৰা হৈছে গৰুৰ গোবৰ। সূত্ৰৰ মতে, এই সন্দৰ্ভত ইতিমধ্যে দুয়োখন দেশৰ মাজত এক চুক্তিও স্বাক্ষৰিত হৈছে।

বিষয়টো নিশ্চিত কৰি ভাৰতীয় জৈৱিক কৃষক উৎপাদক সন্থাৰ ৰাষ্ট্ৰীয় সভাপতি অতুল গুপ্তাই কয় যে জয়পুৰস্থিত এটা কোম্পানীক বিপুল পৰিমাণে গৰুৰ গোবৰ ৰপ্তানি কৰাৰ দায়িত্ব দিয়া হৈছে।

জয়পুৰস্থিত কোম্পানীটোৰ পৰিচালক প্ৰশান্ত চতুৰ্বেদীয়ে কয় যে সম্ভৱতঃ প্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা কুৱেইটৰ দৰে দেশলৈ গৰুৰ গোবৰ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক বিশ্বৰ আটাইতকৈ দামী পানীৰ বটলটোৰ দাম কিমান লাখ টকা? জানিলে আপোনাৰ চকু কপালত উঠিব!

সমগ্ৰ দেশতে গৰুৰ গোবৰৰ ওপৰত বহু গৱেষণা চলি আছে। শস্য উৎপাদন বৃদ্ধি কৰাৰ উপৰিও বহু গৱেষণাত দাবী কৰা হৈছে যে গৰুৰ গোবৰৰ পৰা উৎপাদিত শস্য খালে বহু ৰোগৰ পৰা মুক্তি পাব পাৰি।

কুৱেইটত গৰুৰ গোবৰেৰে জৈৱিক খেতিৰ ওপৰত গৱেষণা বহুদিনৰ পৰা চলি আহিছে। কুৱেইটৰ কৃষিৰ ক্ষেত্ৰত মূল বৈপৰীত্যসমূহ হ’ল শুকান জলবায়ু আৰু পৰ্যাপ্ত পানীৰ অভাৱ। আৰু এই কাৰণেই কুৱেইটে গৰুৰ গোবৰ ব্যৱহাৰ কৰি জৈৱিক কৃষিৰ প্ৰতি মনোনিৱেশ কৰিছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCow dungKuwait
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
Next Post
কাশ্মীৰী পণ্ডিতৰ হত্যাকাণ্ড আৰু ম’ব লিঞ্চিং একে! কিয় বিতৰ্কিত মন্তব্য অভিনেত্ৰী ছাই পল্লৱীৰ?

কাশ্মীৰী পণ্ডিতৰ হত্যাকাণ্ড আৰু ম’ব লিঞ্চিং একে! কিয় বিতৰ্কিত মন্তব্য অভিনেত্ৰী ছাই পল্লৱীৰ?

তীখা উদ্যোগত বিনিয়োগৰ সুযোগ; শ্বেয়াৰ মাৰ্কেটত দেশৰ গৌৰৱ SAILৰ দপদপনি!

তীখা উদ্যোগত বিনিয়োগৰ সুযোগ; শ্বেয়াৰ মাৰ্কেটত দেশৰ গৌৰৱ SAILৰ দপদপনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.