• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় দলৰ বিৰুদ্ধেই আক্ৰমনাত্মক হ’ব এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, অপেক্ষা টি-২০ বিশ্বকাপলৈ

ভাৰতীয় দলৰ বিৰুদ্ধেই আক্ৰমনাত্মক হ’ব এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, অপেক্ষা টি-২০ বিশ্বকাপলৈ

2 years ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

1 hour ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

3 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

3 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

4 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

4 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

5 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

6 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

6 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

7 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

10 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতীয় দলৰ বিৰুদ্ধেই আক্ৰমনাত্মক হ’ব এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, অপেক্ষা টি-২০ বিশ্বকাপলৈ

editor by editor
May 30, 2024
in ক্ৰীড়া, ভাৰত
0
ভাৰতীয় দলৰ বিৰুদ্ধেই আক্ৰমনাত্মক হ’ব এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, অপেক্ষা টি-২০ বিশ্বকাপলৈ
0
SHARES
511
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় দলৰ বিৰুদ্ধেই আক্ৰমনাত্মক হ’ব এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, অপেক্ষা টি-২০ বিশ্বকাপলৈ

ক্ৰিকেট প্ৰেমী দৰ্শকৰ অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাথো দুটা দিন। আৰম্ভ হ’বলৈ গৈ আছে টি-২০ বিশ্ব কাপ। ইতিমধ্যে ক্ৰিকেট দল বোৰো ৰাওনা হৈছে বিশ্বকাপ থলীলৈ বুলি। ৫ জুন তাৰিখে আৰম্ভ হ’ব ভাৰতৰ প্ৰথম খন খেল। প্ৰথমখন খেলত  ভাৰতীৰ দলৰ বিৰুদ্ধে আছে আয়াৰলেণ্ড।

পাছে এইবাৰ ভাৰতীয় দলৰ বিৰুদ্ধে মাৰাত্মক ভাৱে খেলিবলৈ সাজু হৈছে ভাৰতৰে এগৰাকী খেলুৱৈ। পূৰ্বে ভাৰতৰ হৈয়ে খেলা খেলুৱৈ এইবাৰ বিশ্বকাপত খেলপথাৰত নামিব ভাৰতৰ বিৰুদ্ধে।

নিউয়ৰ্কত হ’ব লগা ১২ জুনৰ খেলত ভাৰতীয়ই নামিব ভাৰতীয়ৰ বিৰুদ্ধে। ভাৰতৰ বাহিৰে ভাৰতীয় ক্ৰিকেটাৰ থকা দলটোৱে হৈছে আমেৰিকা। আমেৰিকাৰ দলটোৰ প্ৰায় আধা সংখ্যক খেলুৱৈয়ে হৈছে ভাৰতীয় মূলৰ। তাতোকৈ ডাঙৰ কথা অধিক সংখ্যকেই ভাৰতৰ হৈ আণ্ডাৰ ১৯ বিশ্বকাপ খেলি ভাৰতক জয়ৰ সোৱাদ দি থৈছে।

আমেৰিকাৰ দলৰ কেপ্টেইনগৰাকীয়ে হৈছে ভাৰতৰ মনাংক পেটেল (Monank Patel)। ইয়াৰ বাহিৰে অন্য ভাৰতীয় খেলুৱৈ হৈছে- হৰমীত সিং (Harmeet Singh), জেচ্চী সিং (Jessy Singh), মিলিন্দ কুমাৰ (Milind Kumar), নিশাৰ্গ পেটেল (Nisarg Patel), নিতিশ কুমাৰ (Nitish Kumar), সৌৰভ নেত্ৰলভাকাৰ (Saurabh Nethralvakar)। ইয়াৰ বাহিৰে আমেৰিকাৰ দলটোত দুগৰাকী পাকিস্তানী খেলুৱৈয়ো স্থান পাইছে।

ইয়াৰে ভিতৰত বৰ্তমানে সবাতোকৈ আক্ৰমণাত্মক হৈ আছে সৌৰভ । ১৯৯১ চনত মুম্বাইত জন্ম হোৱা সৌৰভে ২০১০ৰ আণ্ডাৰ ১৯ বিশ্বকাপ দলত কে এল ৰাহুল, জয়দেৱ উনাদকট, মায়াংক আগাৰৱাল আদিৰ সৈতে খেলিছিল। পাছত ভাৰতীয় দলত স্থান নোপোৱাত আমেৰিকালৈ গুচি যায়।

পাছত ২০১৯ চনত আমেৰিকাৰ হৈ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰে. সৌৰবে বৰ্তমানলৈ আমেৰিকাৰ হৈ ৪৮ খন এদিনীয়া, ২৭ খন টি -২০ খেল খেলিছে। এদিনীয়া আন্তৰাষ্ট্ৰীয় খেলত ৭৩ টা আৰু টি-২০ আন্তৰাষ্ট্ৰীয় খেলত ২৭ টা উইকেট দখল কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CricketerIndian Cricktert 20 WorldCup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
Next Post
আৰক্ষীৰ বৃহৎ সাফল্য, এটা বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু

আৰক্ষীৰ বৃহৎ সাফল্য, এটা বন্ধ গুদামৰ পৰা উদ্ধাৰ সৰ্বমুঠ ৫৭ টা শিশু

ব্ৰাছ কৰাৰ পিছতো আপোনাৰ দাঁত হালধীয়া হৈ থাকে নেকি, তেন্তে সৰিয়হৰ তেলৰ সৈতে মিহলাই লগাওক এইবিধ সামগ্ৰী

ব্ৰাছ কৰাৰ পিছতো আপোনাৰ দাঁত হালধীয়া হৈ থাকে নেকি, তেন্তে সৰিয়হৰ তেলৰ সৈতে মিহলাই লগাওক এইবিধ সামগ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.