• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ IPLৰ সবাতোকৈ দামী খেলুৱৈ ঋষভ পণ্ট, শ্ৰেয়াছৰো ৰেকৰ্ড

২০২৫ IPLৰ সবাতোকৈ দামী খেলুৱৈ ঋষভ পণ্ট, শ্ৰেয়াছৰো ৰেকৰ্ড

1 year ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

53 minutes ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

1 hour ago
বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

2 hours ago
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

2 hours ago
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

3 hours ago
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

4 hours ago
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

4 hours ago
চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

4 hours ago
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

5 hours ago
খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

6 hours ago
ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

6 hours ago
কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২০২৫ IPLৰ সবাতোকৈ দামী খেলুৱৈ ঋষভ পণ্ট, শ্ৰেয়াছৰো ৰেকৰ্ড

editor by editor
November 24, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
২০২৫ IPLৰ সবাতোকৈ দামী খেলুৱৈ ঋষভ পণ্ট, শ্ৰেয়াছৰো ৰেকৰ্ড
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ IPLৰ সবাতোকৈ দামী খেলুৱৈ ঋষভ পণ্ট, শ্ৰেয়াছৰো ৰেকৰ্ড

আই পি এল ২০২৫ৰ মেগা নিলাম পৰ্ব। এইবাৰৰ নিলামত ভাৰতীয় খেলুৱৈ সকলৰ ভিতৰত সৰ্বাধিক দৰ উঠে ঋষভ পণ্টৰ। ২৭ কোটি টকাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টে ক্ৰয় কৰে এইগৰাকী খেলুৱৈক।

আনহাতে দ্বিতীয়তে ২৬.৭৫ কোটি টকাত শ্ৰেয়াছ আয়াৰক ক্ৰয় কৰিছে পঞ্জাব কিংছে। ইয়াৰ লগে লগে ঋষভ পণ্ট আৰপ শ্ৰেয়াছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈ পৰে।

ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আটাইতকৈ দামী খেলুৱৈ আছিল অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক, যাক কোলকাতা নাইট ৰাইডাৰ্চে আইপিএল ২০২৪ৰ নিলামত ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছিল। মেগা নিলামত আৰম্ভণিৰ পৰা শেষলৈকে শ্ৰেয়াছ আয়াৰৰ বাবে দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজত যুঁজ হৈছিল। কিন্তু শেষত পন্টক সৰ্বাধিক টকাৰে ক্ৰয় কৰি ৰেকৰ্ড কৰে লক্ষ্মৌৱে।

শ্ৰেয়াছৰ পাছতে দৰ উঠে আৰ্শদীপ সিঙৰ, যাৰ ভিত্তি মূল্য আছিল ২ কোটি টকা। কেকেআৰে অৰ্শদীপৰ ওপৰত প্ৰথম নিবিদা দিছিল যদিও ৯.৭৫ কোটি টকাৰ বাহিৰলৈ নাযাবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছতে পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছে ইটোৰ পিছত সিটোকৈ এক কোটি টকাকৈ বৃদ্ধি কৰি গৈছিল। অৱশেষত ১৮ কোটি টকাৰ পাঞ্জাৱেই ক্ৰয় কৰে অৰ্শদীপক।

শ্ৰেয়াছ আয়াৰৰ ওপৰত প্ৰথম নিবিদা ১৫ কোটি, তাৰ পিছত ২০ কোটি আৰু আনকি ২৫ কোটি টকা অতিক্ৰম কৰি অৱশেষত পঞ্জাবে ২৬.২৫ কোটি টকাৰ দৰত ক্ৰয় কৰে। আনকি দিল্লীয়ে শ্ৰেয়াছক পাবলৈ ২৬.৫০ কোটি টকা পৰ্যন্ত দিছিল, কিন্তু অৱশেষত বাজি মাৰে পাঞ্জাৱ দলে।

পণ্টক পাবৰ বাবে ছানৰাইডাৰছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত প্ৰতিযোগিতা চলে। অৱশেষত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২৭ কোটি টকাৰ নিবিদা দি তেওঁক নিজৰ দলত অন্তৰ্ভুক্ত কৰে। পন্টে মাথো ২ কোটি ভিত্তি মূল্যৰে নিলামত প্ৰৱেশ কৰিছিল।

বিগৰ বাৰৰ সবাতোকৈ দামী খেলুৱৈ মিচেল ষ্টাৰ্কক লৈ এইবাৰ দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত প্ৰতিযোগিতা চলিছিল। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰেও ২ কোটি টকাৰ বেচ প্ৰাইজ লৈ অহা এই খেলুৱৈজনক নিবলৈ চেষ্টা কৰিছিল যদিও শেষত দিল্লীয়ে তেওঁক ১১.৭৫ কোটি টকাত ক্ৰয় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2025Mega ActionRishabh Pant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন
জীৱনশৈলী

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

May 19, 2026
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ
জীৱনশৈলী

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

May 19, 2026
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?
ক্ৰীড়া

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

May 19, 2026
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?
অসম

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

May 19, 2026
Next Post
পুনৰ দৰ্শকক মনোৰঞ্জন দিবলৈ আহি আছে CID-২, দৰ্শকৰ মাজত কৌতুহল, জীয়াই আছে দয়া

পুনৰ দৰ্শকক মনোৰঞ্জন দিবলৈ আহি আছে CID-২, দৰ্শকৰ মাজত কৌতুহল, জীয়াই আছে দয়া

IPL ২০২৫ৰ সৰ্বাধিক দৰ উঠা ৫ খেলুৱৈ কোন কোন, চাওক তালিকা

IPL ২০২৫ৰ সৰ্বাধিক দৰ উঠা ৫ খেলুৱৈ কোন কোন, চাওক তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.