• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম

যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম

4 years ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

44 minutes ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

1 hour ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

2 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

5 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

5 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

7 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম

editor by editor
May 20, 2022
in বাণিজ্য, বিশ্ব, ভাৰত
0
যাত্ৰী-চালক সকলোকে সকাহ উবেৰৰ! প্ৰৱৰ্তন কৰিলে নতুন নিয়ম
0
SHARES
206
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰাহক আৰু চালকৰ হাজাৰ হাজাৰ অভিযোগৰ পিছত কেব এগ্ৰিগেটৰ উবেৰে এতিয়া গ্ৰাহক আৰু চালকৰ সমস্যা সমাধানত সহায়ক হোৱাকৈ কেইবাটাও নিয়ম প্ৰণয়ন কৰিছে।

চালকসকলৰ বিৰুদ্ধে ট্ৰিপ বাতিল কৰা বা এচি অন কৰিব নিবিচৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত প্ৰতিষ্ঠানটোৱে কিছুমান নিয়ম প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰিছে।

ইফালে গ্ৰাহকসকল বহু পৰিমাণে অসন্তুষ্ট হ’লেও চালকসকলে ইন্ধনৰ দাম বৃদ্ধি, দীৰ্ঘ দূৰত্বৰ পিক-আপ আৰু পেমেণ্ট নিয়ম আদিকে কৰি নিজৰ উপাৰ্জন সংকোচিত হোৱাৰ বিষয়ে প্ৰতিষ্ঠানটোক অৱগত কৰিছিল। ইয়াৰ পিছতে প্ৰতিষ্ঠানটোৱে তলত উল্লিখিত নতুন কিছু নিয়ম প্ৰৱৰ্তন কৰিছে৷

লগতে পঢ়ক সাৱধান হওক, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে মাংকি পক্স!

বৰ্ধিত মূল্যৰ ইন্ধন ব্যয়

প্ৰতিষ্ঠানটোৰ মতে, ইন্ধনৰ মূল্য বৃদ্ধিয়ে সকলোকে প্ৰভাৱিত কৰিছে, বিশেষকৈ ইন্ধনৰ মূল্যবৃদ্ধিয়ে চালকসকলক অধিক পৰিমাণে প্ৰভাৱিত কৰিছে।

মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে উবেৰ ড্ৰাইভাৰ পৰামৰ্শ দাতা পৰিষদৰ বৈঠক আহ্বান কৰা হয়। পৰিষদত চালক সদস্যসকলে ইন্ধনৰ মূল্যবৃদ্ধিৰ মূল বিষয়টো উত্থাপন কৰে।

ভাৰতৰ বহু চহৰত বৃদ্ধি পোৱা ইন্ধনৰ মূল্যৰ বাবে লোকচানত পৰা চালকসকলক সকাহ দিবলৈ যোৱা কেইসপ্তাহমানৰ পৰা কোম্পানীটোৱে উবেৰৰ ভাড়া বৃদ্ধি কৰিছে।

লগতে পঢ়ককৰোনাৰ পিছত মাংকি পক্সৰ আতংক! কোন কোন দেশত বিয়পিছে এই ৰোগ?

দীৰ্ঘ দূৰত্বৰ পিক-আপ

ইফালে চালকসকলৰ বিৰুদ্ধে আটাইতকৈ বেছি উত্থাপন হোৱা অভিযোগসমূহৰ ভিতৰত এটা হ’ল তেওঁলোকে যাত্ৰীক সঠিক বাটেৰে নিবলৈ ইচ্ছুক নহয়। দীৰ্ঘ দূৰত্বৰ ক্ষেত্ৰত সৃষ্টি হোৱা এই সমস্যা সমাধান কৰিবলৈ এতিয়া প্ৰতিষ্ঠানটোৱে চালকসকলক অতিৰিক্ত উপাৰ্জন দিব বুলিও সদৰী কৰিছে৷

পেমেন্ট সূচী

সমগ্ৰ দেশৰ চালকসকলৰ পৰা সততে শুনা এটা বাক্যাংশ হ’ল— আমি নগদ ধনেৰে পেমেণ্ট বিচাৰো, যিটো বহু সময়ত যাত্ৰীৰ বাবে সমস্যাজনক।

লগতে পঢ়ক নৱেম্বৰ নে ডিচেম্বৰ! কিয় শীতকালতহে বিবাহপাশত আৱদ্ধ হ’ব অৰ্জুন-মালাইকা?

এই সমস্যা সমাধানৰ বাবে এতিয়াৰেপৰা উবেৰে চালকসকলৰ বাবে দৈনিক দৰমহা প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰিছে। ইয়াৰ ফলত সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে ভ্ৰমণৰ উপাৰ্জন শুকুৰবাৰে চালকসকলৰ হাতত জমা দিয়া হ’ব৷ আনহাতে শুকুৰবাৰৰ পৰা দেওবাৰলৈকে হোৱা উপাৰ্জন সোমবাৰে চালক প্ৰদান কৰিব।

উবেৰ এপটোৱে এতিয়াৰে পৰা ভ্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে চালকসকলক পেমেণ্টৰ ধৰণ (নগদ বা অনলাইন) দেখুৱাব। প্ৰতিষ্ঠানটোৰ মতে, ইয়াৰ ফলত চালকজনে অনলাইন বা নগদ ধনৰ যি ৰাইড বিচাৰে তাকে বাছি ল’ব পাৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamuber
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
Next Post
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.