• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

1 month ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

33 minutes ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

1 hour ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

2 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

3 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

14 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

15 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

16 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

16 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

16 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

17 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

17 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘত ইজৰাইলৰ দাবীৰ পিছতে নতুন বিতৰ্ক

editor by editor
July 2, 2026
in অপৰাধ, বিশ্ব, ৰাজনীতি
0
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শেহতীয়াভাৱে ইজৰাইলে এটা ভয়ংকৰ তথ্য উদঙাইছে বিশ্ববাসীৰ সন্মুখত। ইজৰাইলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এই গুৰুত্বপূৰ্ণ বিষয়টো উপস্থাপন কৰি গাজাত নি*হত দুই সাংবাদিকৰ পৰিচয় আৰু তেওঁলোকৰ প্ৰকৃত কৰ্মস্থল সম্পৰ্কে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। ইজৰাইলৰ ৰাষ্ট্ৰসংঘস্থিত স্থায়ী প্ৰতিনিধি ডেনি ডেননে দাবী কৰিছে যে, ইজৰাইলৰ আক্ৰমণত নি*হত কেইজনমান সাংবাদিকক কেৱল সংবাদকৰ্মী হিচাপে উপস্থাপন কৰা হৈছিল বা পৰিচয় দিয়া হৈছিল। কিন্তু প্ৰকৃততে সংশ্লিষ্ট সাংবাদিকৰ স*শস্ত্ৰ সংগঠনৰ সৈতেও আছিল ওতঃপ্ৰোত সম্পৰ্ক, তথ্য সহকাৰে এই দাবী কৰিছে ইজৰাইজৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি ডেনি ডেননে। ইজৰাইলৰ এই দাবীৰ পিছতে আন্তঃৰাষ্ট্ৰীয় মহলত এই বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

ইজৰাইলে দাবী কৰা কোন এই সাংবাদিক?

ইজৰাইলে বিশেষভাৱে মুহাম্মদ আবু ইটিৱি আৰু মুহাম্মাদ নাছেৰ আবু হুৱাইদি ওৰফে আহমদ ৱিশ্বাহ নামৰ দুজন সাংবাদিকৰ কথা উল্লেখ কৰিছে। ইটিৱি গাজাৰ সংবাদমাধ্যম Al-Quds Al-Youm-ৰ সৈতে জড়িত সাংবাদিক হিচাপে পৰিচিত আছিল। ইয়াৰ উপৰিও  ইটিৱি United Nations Relief and Works Agencyৰ কৰ্মচাৰীও আছিল। কিন্তু ইজৰাইলৰ দাবী অনুসৰি, ইটিৱি একে সময়তে হামাছৰ নুখবা (Nukhba) বাহিনীৰ বুৰেইজ বেটেলিয়নৰো কমাণ্ডাৰ আছিল আৰু ২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰ*মণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এই অভিযোগৰ ভিত্তিত ২০২৪ চনত ইজৰাইলে ইটিৱিক লক্ষ্য কৰি অভিযান চলোৱাৰ দাবী কৰিছে। আনহাতে, হুৱাইদি গাজাভিত্তিক Al-Istiqlal সংবাদপত্ৰৰ ফটো-সাংবাদিক হিচাপে কৰ্মৰত হোৱাৰ উপৰিও এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ ফটো সাংবাদিক হিচাপে কৰ্মৰতৰ অভিযোগ উত্থাপন কৰিছে ইজৰাইলে। হুৱাইডিৰ মৃ*ত্যুৰ পিছত UNESCO, International Federation of Journalists (IFJ) আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠনে তেওঁক কৰ্তব্যৰত অৱস্থাত নি*হত সাংবাদিক হিচাপে উল্লেখ কৰিছিল। কিন্তু শেহতীয়াভাৱে ইজৰাইলে দাবী কৰে যে, তেওঁ Palestinian Islamic Jihad (PIJ)ৰ সামৰিক মিডিয়া শাখাৰ সৈতেও জড়িত আছিল। ইতিমধ্যে ৰাষ্ট্ৰসংঘত দিয়া ভাষণৰ সময়ত ইজৰাইলৰ প্ৰতিনিধি ডেনি ডেননে সংশ্লিষ্ট দুই সাংবাদিকৰ হাতত মাৰ*ণাস্ত্ৰ লৈ থকা দুখনকৈ ভিন্ন ফটো মুকলি কৰে।

হামাছৰ বিৰুদ্ধে ইজৰাইলৰ অভিযোগ

ৰাষ্ট্ৰসংঘত ভাষণ দি ডেনি ডেননে কয় যে, হামাছ আৰু আন স*শস্ত্ৰ সংগঠনসমূহে বহু সময়ত সামৰিক সদস্যসকলক সাংবাদিক বা অসামৰিক লোক হিচাপে উপস্থাপন কৰে। তেওঁৰ মতে, এইধৰণৰ তথ্য পৰীক্ষা নকৰাকৈ বিশ্বজুৰি প্ৰচাৰ হোৱাটো উদ্বেগজনক আৰু ৰাষ্ট্ৰসংঘই এনে বিষয়ত অধিক সতৰ্ক হোৱা উচিত। আনহাতে UNESCO, IFJ আৰু সাংবাদিক সুৰক্ষা বিষয়ক একাধিক আন্তঃৰাষ্ট্ৰীয় সংগঠনে মুহাম্মদ নাছেৰ আবু হুৱাইদিসহ বহু নি*হত সংবাদকৰ্মীক সাংবাদিক হিচাপেই তালিকাভুক্ত কৰি তদন্ত আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনাই আহিছে। সেয়ে বিষয়টো এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্কিত হৈ আছে। এই বিষয় সন্দৰ্ভত বিভিন্ন পক্ষই বিভিন্ন দাবী আগবঢ়াই আছে।
ইপিনে ইজৰাইলে এই তথ্য ৰাষ্ট্ৰসংঘত উপস্থাপন কৰাৰ পিছতে ভাৰততো ‘ভাৰত বিৰোধী’ তথাকথিত তেনে সাংবাদিক বা সংবাদগোষ্ঠী আছে নেকি বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন কৰিছে। সম্প্ৰতি মুষ্টিমেয় দুই-এটা আন্তঃৰাষ্ট্ৰীয় সংবাদগোষ্ঠীয়ে দেশবিৰুদ্ধ সংবাদ পৰিৱেশনেৰে ভাৰতৰ ভিতৰ চ’ৰাত বিশবাষ্প বিয়পাই অস্থিৰ কৰাৰ অপচেষ্টা চলাই থকা বুলি বিভিন্ন সচেনত মহলত চৰ্চা চলিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Israel Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
অপৰাধ

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

August 12, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!
ভাৰত

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

August 12, 2026
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা
ভাৰত

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

August 11, 2026
Next Post
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.