• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

17 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

17 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

19 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

19 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

20 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

21 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

23 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

23 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

23 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

23 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

editor by editor
October 3, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?
0
SHARES
319
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শক্তিশালী ৰাডাৰ, যিয়ে শত্ৰুৱে দিয়া ৰকেট আকাশতেই ধ্বংস কৰি দিব পাৰে। কেৱল সেয়াই নহয় ইজৰাইলৰ বিখ্যাত ‘আয়ৰণ ডোম’ চিষ্টেম ইমানেই ক্ষমতাশালী যে সেই আয়ৰণ ডোমক পৰিচালিত কৰা ৰিস্ক এণ্ড কণ্ট্ৰল চেণ্টাৰৰ পৰা কম্পিউটাৰেৰেই ইয়াক কণ্ট্ৰল কৰিব পাৰি। আকাশী পথেৰে কোনো শত্ৰুৱে আক্ৰমণ কৰিলে সেই আক্ৰমণৰ লগে লগেই এক্টিভ হৈ পৰে সমগ্ৰ চিষ্টেম।

এই হাঁথিয়াৰ দিয়েই প্ৰতিপক্ষ হামাছক ৰখাবলৈ সক্ষম হৈছে ইজৰাইল। প্ৰথমে পথভ্ৰষ্ট হৈ পৰিলেও এয়াৰ ডিফেন্স চিষ্টেম এতিয়া সম্পূৰ্ণ এক্টিভ হৈ আছে। আয়ৰণ ডোমে ৰকেট বা ক্ষেপণাস্ত্ৰৰ আক্ৰমণক সম্পূৰ্ণৰূপে ৰখাই দিব বিচাৰিছে। ৰকেট-মৰ্টাৰ-গোলা-ড্ৰোনেৰে গুলি সকলোবোৰ ৭০ কিঃমিঃ দূৰত্বতেই নিশ্চিহ্ন কৰি দিব পাৰে। এই এণ্টি মিছাইল চিষ্টেমেৰেই হামাছৰ আক্ৰমণক প্ৰতিহত কৰিছে ইজৰাইলে। অতৰ্কিতে আক্ৰমণ কৰাৰ বাবেই পোনতে ইজৰাইলে ক্ষণিকৰ ভিতৰত জৱাব দিব পৰা নাছিল। ইজৰাইলী সেনা সূত্ৰৰ দাবী এই আয়ৰণ ডোমৰ সহায়তেই তেওঁলোকে গাজাৰ পৰা আকাশীপথেৰে হঠাৎ অহা ৫০০০হাজাৰ ৰকেট আকাশতেই ধ্বংস কৰিবলৈ সক্ষম হৈছে। এই ৰকেট ভূমিত আহি পৰিলে বহু লোকৰ মৃত্যু হ’লহেতেন। ধ্বংসলীলাৰ মাত্ৰা আৰু বৃদ্ধি পালেহেতেন।

আয়ৰণ ডোম চিষ্টেম যথেষ্ট ক্ষমতাশালী হ’লেও আয়ৰণ ডোম চিষ্টেমৰ কিছু ত্ৰুটিও আছে। সকলো বিপদ প্ৰতিহত কৰাৰ ক্ষমতা ইয়াৰ নাই। কম উচ্চতাৰে অহা ক্ষেপণাস্ত্ৰ ধৰি ৰাখিব নোৱাৰে এই হাঁথিয়াৰে। ২০১১ চনত এই ডোম চিষ্টেম ইজৰাইলৰ আকাশত মেলি ধৰিছে ইজৰাইলী সেনাই। দুটাকৈ ইজৰাইলী সংস্থাই ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমছ আৰু ইজৰাইল এৰোস্পেছ ইণ্ডাষ্ট্ৰীছে এই আয়ৰণ ডোম তৈয়াৰ কৰিছে। এই ডোম তৈয়াৰ কৰাত আমেৰিকাইয়ো সহায় কৰিছে ইজৰাইলক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24best news channel in assamBest News Portal of Assamisraelisrael defence systemisrael iron dome
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

January 16, 2026
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি
জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

January 16, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

January 16, 2026
Next Post
দুৰ্গাপুজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, দেৱীৰ আশীৰ্বাদত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিয়ে

দুৰ্গাপুজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, দেৱীৰ আশীৰ্বাদত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিয়ে

এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.