• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভক্ষক আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ! মহিলা আৰক্ষীক ধৰ্ষণ কৰি পলাতক হৈ আছিল বিষয়াগৰাকী

ভক্ষক আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ! মহিলা আৰক্ষীক ধৰ্ষণ কৰি পলাতক হৈ আছিল বিষয়াগৰাকী

4 years ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

20 minutes ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

40 minutes ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

1 hour ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

1 hour ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

2 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

13 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

13 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

14 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভক্ষক আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ! মহিলা আৰক্ষীক ধৰ্ষণ কৰি পলাতক হৈ আছিল বিষয়াগৰাকী

editor by editor
September 12, 2022
in অপৰাধ, ভাৰত
0
ভক্ষক আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ! মহিলা আৰক্ষীক ধৰ্ষণ কৰি পলাতক হৈ আছিল বিষয়াগৰাকী
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহৰ অজুহাতত এগৰাকী মহিলা কনিষ্টবলক ধৰ্ষণ কৰাৰ অভিযোগত পলাতক হৈ থকা আৰক্ষী পৰিদৰ্শক টি আই সন্দীপ আয়াশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে পাটন বাইপাছৰ সমীপৰ পৰা পলাতক আৰক্ষী বিষয়াগৰাকীক আটক কৰা হয়।

উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱাৰ সম্ভেদ পাই যোৱা ৩৯ দিন ধৰি আৰক্ষী বিষয়া টি আই সন্দীপ আয়াশী পলাতক হৈ আছিল৷ পলাতক হৈ থকাৰ পাছতে তেওঁৰ সন্ধান দিওঁতাক ৫ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ দিয়া হ’ব বুলি আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বহুগুণাই ঘোষণা কৰিছিল।

ইফালে গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰক্ষীয়ে অভিযুক্ত আয়াশীক আদালতত হাজিৰ কৰোৱায় আৰু আদালতে তেওঁক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে। অৱশ্যে অভিযুক্ত সন্দীপ আয়াশীক এই গোচৰত সোধা-পোছাৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মালৈ নিব পাৰিব বুলিও আদালতে প্ৰকাশ কৰিছে।

লগতে পঢ়ক এটা কুকুৰৰ বাবেই দুই দেশৰ মাজত তয়াময়া যুদ্ধ! যুদ্ধৰ পৰিণাম কি হৈছিল?

মহিলা থানা আৰক্ষীয়ে জনোৱা মতে, ২০১৮ বৰ্ষত টি আই সন্দীপ আয়াশীক জবলপুৰৰ গোৰখপুৰ আৰক্ষী থানাৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ মাজতে ২০১৮ চনৰ জুলাইত আৰক্ষী লাইনত নিয়োজিত নতুন মহিলা কনিষ্টবলগৰাকীক কৰ্তব্যৰ বাবে গোৰখপুৰ থানালৈ প্ৰেৰণ কৰা হয় আৰু তাতে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আয়াশীৰ লগত মহিলা কনিষ্টবলগৰাকীৰ পৰিচয় ঘটে৷

কিন্তু ২০১৮ চনৰ অক্টোবৰ মাহত মহিলা কনিষ্টবলগৰাকীয়ে পানাগাৰত নিযুক্তি লাভ কৰে আৰু তাৰ পৰাই আৰক্ষী বিষয়া সন্দীপ আয়াশীয়ে মহিলা কনিষ্টবলগৰাকীক ছোনিয়া পেলেচ হোটেললৈ নি বিয়াৰ অজুহাতত ধৰ্ষণ কৰে।

অভিযোগ অনুসৰি ইয়াৰ পাছতো আয়াশীয়ে কনিষ্টবলগৰাকীৰ ওপৰত শাৰীৰিক নিৰ্যাতন অব্যাহত ৰাখিছিল। কিন্তু মহিলা কনিষ্টবলগৰাকীয়ে বিয়াৰ কথা ক’বলৈ আৰম্ভ কৰাৰে পৰা আৰক্ষী বিষয়াগৰাকীয়ে সমগ্ৰ বিষয়টো এৰাই চলিবলৈ ধৰে।

লগতে পঢ়ক আন্তৰ্জাতিক বজাৰত সৰ্বনিম্ন খাৰুৱা তেলৰ মূল্য! দেশত কেতিয়াকৈ কমিব পেট্ৰল-ডিজেলৰ মূল্য?

বিষয়াগৰাকীয়ে মহিলা কনিষ্টবলগৰাকীৰ কথাটোত গুৰুত্ব নকৰাত যোৱা জানুৱাৰী মাহত কোটোৱালী থানাত উপস্থিত হৈ আয়াশীৰ বিৰুদ্ধে অভিযোগ কৰে৷ অভিযোগ অনুসৰি আৰক্ষী বিষয়াগৰাকীয়ে মহিলা কনিষ্টবলগৰাকীৰ সৈতে বুজাবুলিলৈ আহি বিবাহৰ সন্মতি প্ৰদান কৰে৷

তাৰ পাছত তেওঁ মহিলা কনিষ্টবলগকাৰীৰে দূৰত্ব বজাই ৰাখিবলৈ ধৰে আৰু ইয়াৰ বিৰুদ্ধে কনিষ্টবলগৰাকীয়ে প্ৰতিবাদ কৰাত কনিষ্টবলগৰাকীক প্ৰয়াগৰাজলৈ লৈ নি পত্নীৰ মৰ্যাদা দিয়ে। এইদৰে বাধ্যত পৰি আৰক্ষী বিষয়াগৰাকীয়ে মহিলা কনিষ্টবলগৰাকীক বিবাহ কৰাই যদিও পুনৰ এৰাই চলিবলৈ ধৰে।

এইবাৰ মহিলা কনিষ্টবলগৰাকীয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰৰ দাখিল কৰে। জবলপুৰৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পাছত আৰক্ষী বিষয়া টি আই সন্দীপ আয়াশীয়ে গ্ৰেপ্তাৰ হোৱাৰ সম্ভেদ পাই পলায়ন কৰে। অৱশেষত ৩৯ দিন পলাতক হৈ থকাৰ পাছতে যোৱা দেওবাৰে আৰক্ষীয়ে পলাতক আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamCrime newsJabalpur Crime News
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

March 19, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
Next Post
টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

ৰোগীৰ প্ৰতি দায়ৱদ্ধ চিকিৎসক! ট্ৰেফিক জামত আৱদ্ধ, ৰাজপথতে বাহন এৰি ৪৫ মিনিট দৌৰি গৈ অস্ত্ৰোপচাৰ সম্পন্ন

ৰোগীৰ প্ৰতি দায়ৱদ্ধ চিকিৎসক! ট্ৰেফিক জামত আৱদ্ধ, ৰাজপথতে বাহন এৰি ৪৫ মিনিট দৌৰি গৈ অস্ত্ৰোপচাৰ সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.