• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

4 years ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

17 minutes ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

19 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

19 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

20 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

20 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

21 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

21 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

22 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

24 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

1 day ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

ছবি দেখি "নাৰাজ" জেকুলিনৰ অনুৰাগী

editor by editor
January 9, 2022 - Updated on January 17, 2022
in চিনেমা, বিনোদন, ভাৰত
0
ইন্টাৰনেটৰ বজাৰলৈ আকৌ আহিল জেকুলিন ফাৰ্ণাণ্ডেজৰ আন এক চূৰান্ত অন্তৰংগ মুহূৰ্তৰ ছবি

jacqueline love byte image goes viral in social media

0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিতৰ্কৰ অন্ত পৰাৰ নামেই নোলোৱা হৈছে অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজৰ বিতৰ্কিত অধ্যায়ৰ। লাহে লাহে অভিনেত্ৰী উপাধিৰ লগে লগে আন এটা উপাধিয়ে নামৰ আগত সংযুক্ত হৈ পৰিছে জেকুলিন ফাৰ্ণাণ্ডাজৰ নামৰ আগত। সেয়া হৈছে “বিতৰ্কিত” শব্দ। কিয়নো শেহতীয়াকৈ জেকুলিন ফাৰ্ণাণ্ডাজেৰ নাম যি বিতৰ্কত সাঙুৰ খাইছে সেই বিতৰ্কৰ শেষ হোৱাৰ নাম নোলোৱা হৈছে অভিনেত্ৰীৰ গাৰ পৰা। প্ৰেমিকৰ কু-কৰ্মৰ ফল ভুগী অন্ত কৰিব পৰা নাই অভিনেত্ৰী গৰাকীয়ে। প্ৰেমিক সুৰেশ চন্দ্ৰশেষৰৰ ওপৰত গোচৰ চলি আছিল ২০০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ। এই গোচৰৰ বাবে ইতিমধ্যে জেকুলিনৰ প্ৰেমিক চন্দ্ৰশেষৰক বহুবাৰ জেৰা চলাইছে ইডিয়ে।

কিন্তু ইডিৰ জেৰাত চন্দ্ৰশেষৰে প্ৰেমিকা হিচাপে জেকুলিন ফাৰ্ণাণ্ডেজৰ নাম লোৱাৰ পাছত ইডিৰ সন্মুখত একাধিকবাৰ জেৰাৰ সন্মুখিন হৈছে প্ৰেমিকা তথা বলিউডৰ অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ। কিন্তু ইডিৰ জেৰাত যেনেদৰে চন্দ্ৰশেষৰে প্ৰেমিকা হিচাপে জেকুলিনৰ নাম উচ্চাৰণ কৰিছিল ঠিক তেনেদৰে জেকুলিনে কিন্তু ইডিৰ জেৰাত সুৰেশ চন্দ্ৰশেষৰ জেকুলিনৰ প্ৰেমিক নহয় বুলি স্বীকাৰ কৰিছিল।

 

অধিক পঢ়কঃ Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

 

কিন্তু জেকুলিন ফাৰ্ণাণ্ডেজে অস্বীকাৰ কৰিলেও ইন্টাৰনেটত ভাইৰেল হোৱা ছবিয়ে কিন্তু মিছা কথা নকয়। বিগত বৰ্ষৰ শেষৰ পৰা বৰ্তমান সময়লৈকে বহুকেইখন অন্তৰংগ ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে চন্দ্ৰশেষৰ আৰু জেকুলিন ফাৰ্ণাণ্ডেজৰ অন্তৰংগ মুহূৰ্তৰ।

 

জেকুলিনে নিজকে দূৰত্ব বজাই ৰাখি বিতৰ্কৰ পৰা যিমানেই নিজক সুৰক্ষা দিবলৈ চেষ্টা নকৰক লাগে ভাইৰেল হোৱা ছবি সমূহে স্পষ্ট কৰে যে প্ৰকৃততে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক কিমান গভীৰ আছিল। প্ৰেমিকৰ ধন আত্মসাত কৰা গোচৰ চলি থকাৰ মাজতে এইবাৰ পুনৰ আৰু এখন ছবি ভাইৰেল হ’ল ছ’চিয়েল মিডিয়াত য’ত জেকুলিন ফাৰ্ণাণ্ডেজ আৰু চন্দ্ৰশেষৰ মাজৰ গোপন অন্তৰংগ মুহূৰ্ত চলি আছিল।

 

অধিক পঢ়কঃ স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…

 

যিখন ছবিত জেকুলিন ফাৰ্ণাণ্ডেজৰ দেহৰ ওপৰত ভৰ দি শুই আছে প্ৰেমিক চন্দ্ৰশেষৰ। কিন্তু ছবিখন চৰ্চা আৰু অনুৰাগীৰ মাজত আচৰিত লগাৰ মূল কাৰণ হ’ল জেকুলিনৰ ডিঙিৰ সোমাজতে স্পষ্ট হৈ আছে এটা ৰঙা চিন। যি চিনক মনোযোগ দি চালে ধৰিব পাৰি যে এইয়া জেকুলিনৰ ডিঙিত প্ৰেমিকৰ “love bite”।

আৰু ছ’চিয়েল মিডিয়াত এই ছবি ভাইৰেল হোৱাৰ লগে লগে এতিয়া জেকুলিন ফাৰ্ণাণ্ডেজৰ আনুৰাগী আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত হৈ-চৈ লাগিছে। কিন্তু জেকুলিনে বিত্তীয় প্ৰৱঞ্চক সুৰেশ চন্দ্ৰশেষৰৰ লগত কোনো প্ৰেমৰ সম্পৰ্ক নাই বুলি স্পষ্ট কৰিলেও ভাইৰেল হোৱা ছবিয়ে কিন্তু মিছা কথা নকয়।

See More

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest assamese news portal in assambest assamese news portal of assambest news channel in assamBest News Portal in Assamfraud casehickeyjacqueline fernandezlovestory of jacqueline fernandezscandalthe best news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
জীৱনশৈলী

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

January 14, 2026
Next Post
time machine

অকল্পনীয়! কল্পনাতীত! ‘নাছা’ৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ‘Time Machine’

bulli bai app

ভুল কৰোতে জ্ঞান ঘূৰি নাহিল। এতিয়া ধৰা পৰি দিল্লী আৰক্ষীক বাৰম্বাৰ আত্মহত্যাৰ ভাবুকি ‘বুল্লী বাই’ এপৰ স্ৰষ্টা যোৰহাটৰ নীৰজ বিষ্ণই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.