• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Exit Poll জম্মু কাশ্মীৰঃ কেনেকৈ জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে?

Exit Poll জম্মু কাশ্মীৰঃ কেনেকৈ জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে?

2 years ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

58 minutes ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

1 hour ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

5 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

5 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

7 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

7 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

8 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

9 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

9 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

10 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

10 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

Exit Poll জম্মু কাশ্মীৰঃ কেনেকৈ জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে?

Exit Poll জম্মু কাশ্মীৰঃ কেনেকৈ জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে?

editor by editor
October 5, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
Exit Poll জম্মু কাশ্মীৰঃ কেনেকৈ জম্মু-কাশ্মীৰত চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে?
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোৰে দৃষ্টি  আছিল জম্মু-কাশ্মীৰৰ নিৰ্বাচনত। এটা দশকৰ পাছত জনমতৰ জৰিয়তে চৰকাৰ গঠন হ’বলৈ গৈ আছে জম্মু-কাশ্মীৰত৷ জম্মু-কাশ্মীৰত কোনে গঠন কৰিব চৰকাৰ সেয়া জানিবলৈ আগ্ৰহী এতিয়া দেশৰ জনতা৷ অহা ৮ অক্টোবৰত প্ৰকাশ পাব নিৰ্বাচনৰ ফলাফল। হাৰিয়ানাত ভোটদানৰ অন্ত পৰাৰ লগে লগে এগজিট প’ল প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে৷

চি ভোটাৰ ইণ্ডিয়া টুডেৰ সমীক্ষা অনুসৰি জম্মুত বিজেপিয়ে ২৭ৰ পৰা ৩১খন আসন পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও এন চি+য়ে  ১১ৰ পৰা ১৫খন, পিডিপিয়ে ০ৰ পৰা ২খন আসন আৰু অন্যান্যই ০ৰ পৰা ১খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। জম্মুত মুঠ ৪৩ খন বিধানসভাৰ আসন আছে। আৰু কাশ্মীৰত আছে মুঠ ৪৭খন আসন৷

চি ভোটাৰ ইণ্ডিয়াৰ এক্সিট প’লৰ মতে কাশ্মীৰত বিজেপিয়ে ০ৰ বিপৰীতে ১ আসন পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও এন চি+য়ে ২৯ৰ পৰা ৩৩খন, পিডিপিয়ে ৬ৰ পৰা ১০খন আসন আৰু আনসকলে ৬ৰ পৰা ১০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। কওঁ যে কাশ্মীৰ অঞ্চলত মুঠ ৪৭ খন আসন আছে। অৰ্থাৎ চি ভোটাৰ ইণ্ডিয়া টুডেৰ সমীক্ষা অনুসৰি এন চি+এ ৪০ৰ পৰা ৪৮খন আসন, বিজেপিয়ে ২৭ৰ পৰা ৩২খন, পিডিপিয়ে ৬ৰ পৰা ১২খন আসন আৰু অন্যান্যই ৬ৰ পৰা ১১খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

দৈনিক ভাস্কৰৰ সমীক্ষা অনুসৰি জম্মু-কাশ্মীৰত এন চি+য়ে ৩৫ৰ পৰা ৪০খন, বিজেপিয়ে ২০ৰ পৰা ২৫খন, পিডিপিয়ে ৪ৰ পৰা ৭খন আৰু অন্যান্যই ১২ৰ পৰা ১৬খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। একে সময়তে মেট্ৰিজৰ সমীক্ষা অনুসৰি জম্মু-কাশ্মীৰত বিজেপিয়ে ২৩-২৭খন, পিডিপিয়ে ৭ৰ পৰা ১১খন, এনচি+য়ে ৪৬ৰ পৰা ৫০খন আসন আৰু অন্যান্যই ৪ৰ পৰা ৬খন আসন লাভৰ সম্ভাৱনা আছে।

১০ বছৰৰ পিছত অনুষ্ঠিত বিধানসভা নিৰ্বাচন

২০১৪ চনত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ কথা ঘোষণা কৰি জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰে৷ তাৰপিছতেই ২০২৪ৰ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছত নিৰ্বাচন আয়োগে ৩টা পৰ্যায়ত ভোটদান সম্পূৰ্ণ কৰে।

৯০খন আসনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত জম্মু-কাশ্মীৰৰ জনসাধাৰণে উৎসাহেৰে অংশগ্ৰহণ কৰিছিল। ১৮ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ১ অক্টোবৰত শেষ বা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই নিৰ্বাচনত ৬৩.৮৮ শতাংশ লোকে ভোটদান কৰি এক অভিলেখ তৈয়াৰ কৰিছিল।

৯০খন আসনৰ বাবে প্ৰায় ৯০০ প্ৰাৰ্থী

১০ বছৰৰ মূৰত উপত্যকাত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত প্ৰায় ৯০০ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। জম্মু-কাশ্মীৰৰ বহু দলে এই নির্বাচনত নিজৰ সম্পূর্ণ শক্তিৰে যুঁজ দিছে৷ ফহৰুখ আব্দুল্লাৰ দল নেশ্ব্যনেল কনফাৰেন্স, মেহবুবা মুফতীৰ দল পিডিপি, কংগ্ৰেছ, বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি বহু স্থানীয় দলেও এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে।

ৰাজনৈতিক সমীকৰণ কি?

জম্মু-কাশ্মীৰৰ ৰাজনৈতিক সমীকৰণৰ কথা ক’লে ফাহৰুখ আব্দুল্লাৰ দল আৰু কংগ্ৰেছে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল। আনহাতে পিডিপিয়ে অকলে নিৰ্বাচনত প্ৰৱেশ কৰিছিল। ইয়াৰ বাহিৰেও কাশ্মীৰৰ বহু আসনত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল।  বহু নিৰ্দলীয় প্ৰাৰ্থীয়েও বিজয়ৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে এই ৰাজ্যত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ
বাণিজ্য

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

April 17, 2026
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

April 17, 2026
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
মৰ্মান্তিক! ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চৰ দুৰ্ঘটনা, থিতাতে নিহত ৰোগী

মৰ্মান্তিক! ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চৰ দুৰ্ঘটনা, থিতাতে নিহত ৰোগী

নৱৰাত্ৰীৰ চতুৰ্থ দিন, দেৱীৰ কোনটো ৰূপক পূজা কৰিব? নৱৰাত্ৰীত দেৱীৰ এই ৰূপক পূজা নকৰিলে ধনলাভৰ সপোন আধৰুৱা হৈ থাকিব আপোনাৰ

নৱৰাত্ৰীৰ চতুৰ্থ দিন, দেৱীৰ কোনটো ৰূপক পূজা কৰিব? নৱৰাত্ৰীত দেৱীৰ এই ৰূপক পূজা নকৰিলে ধনলাভৰ সপোন আধৰুৱা হৈ থাকিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.