• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড

প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড

3 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

9 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

11 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

11 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

12 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

13 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

14 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

15 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

15 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

16 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড

editor by editor
September 8, 2023
in চিনেমা, বাণিজ্য, বিনোদন, ভাৰত
0
প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বক্স অফিচত ছুনামী। নিজেই নিজৰ ৰেকৰ্ড ভাঙিলে বাদশ্বাদে। প্ৰথম দিনাৰ ব্যৱসায়ৰ নিৰিখত ৰেকৰ্ড গঢ়িছিল শ্বাহৰুখৰ পাঠানে। পাঠানৰ পাছত এইবাৰ জাৱান। জাৱানে বক্স অফিচত প্ৰথম দিনাই আয় কৰিছে ৭৫ কোটি টকা। ছবিখনে একাধিক ভাষাত মুক্তি লাভ কৰিছে। ইয়াৰ মাজতে কেৱল হিন্দী ভাৰ্ছনৰ পৰা আয় কৰিছে ৬৫ কোটি আৰু বাকী ১০ কোটি আয় কৰিছে তামিল, তেলেগু ভাৰ্ছনৰ পৰা।

বক্স অফিচ ইণ্ডিয়াৰ তথ্যই প্ৰকাশ মতে প্ৰথম দিৱা ছবিখনৰ হিন্দী ভাৰ্ছনে আয় কৰিছে ৬৫ কোটি টকা। তাৎপৰ্যপূৰ্ণভাৱে পাঠানে প্ৰথম দিনাই আয় কৰিছিল ৫৬ কোটি। অৰ্থাৎ জাৱানেৰে শ্বাহৰুখে নিজেই পাঠানৰ ৰেকৰ্ড ভংগ কৰিলে। নতুন কি কি ৰেকৰ্ড গঢ়িলে জাৱানে?

জন্মাষ্টমীৰ দিনা জাৱানৰ মুক্তি শ্বাহৰুখ খানৰ মাষ্টাৰষ্টক বুলিও বহু বিশেষজ্ঞই ধাৰণা কৰিছে। বুধবাৰে নিশা ২বজাৰ পৰাই শ্বাহৰুখৰ ছবি চাবলৈ ভিৰ কৰিছে ভক্তই। স্বাভাৱিকভাৱেই প্ৰশ্ন উত্থাপন হৈছে শ্বাহৰুখে কি কি ৰেকৰ্ড ভাঙিলে?

১) জাৱান বৰ্তমান পৰ্যন্ত সৰ্বোচ্চ আয় কৰা কৰা হিন্দী ছবি। কেৱল সেয়াই নহয়, মুক্তিৰ দিনা ৬০ কোটিৰ ব্যৱসায় কৰা প্ৰথম হিন্দী ছবিৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে জাৱানে।
২) গুজৰাট আৰু পশ্চিমবংগত জাৱানে সৰ্বাধিক ব্যৱসায় কৰিছে। পাঠানৰ হিন্দী ভাৰ্ছনৰ পৰাই জাৱানে সৰ্বাধিক আয় কৰিছে।
৩) এডভান্স বুকিঙতো ৰেকৰ্ড গঢ়িছে জাৱানে। মুক্তিৰ আগে আগে ছবিখনে ৫.৫৭ লাখ টিকেট বিক্ৰি কৰিছে।
৪) জাৱানে একাধিক ভাষাত মুক্তিলাভ কৰিছে। দেশৰ ভিতৰত চেন্নাইত সৰ্বাধিক ব্যৱসায় কৰিছে ছবিখনে। মুম্বাইত ছবিখনে ব্যৱসায় কৰিছে ৫৫ শতাংশ। হায়দৰাবাদত ব্যৱসায় কৰিছে ৭৫ শতাংশ।
৫) একাধিক দেশত মুক্তি লাভ কৰিছে জাৱানে। পিংকভিলাৰ ৰিপৰ্ট অনুসৰি প্ৰথম দিনা জাৱানৰ গ্লৱেল কালেকশ্ব্যন ৮৫ কোটি। সেই ক্ষেত্ৰত প্ৰথম দিনাই সমগ্ৰ বিশ্বজুৰি ১৩০ কোটিৰ ব্যৱসায় কৰিছে ছবিখনে। কেৱল ভাৰততেই আয় কৰিছে ৮৫ শতাংশ।
৬) শ্বাহৰুখৰ জাৱানৰ পূৰ্বে দক্ষিণৰ ছবিসমূয়েহে এনেদৰে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। RRRয়ে প্রথম দিনা ব্যৱসায় কৰিছিল ২২৩.৫ কোটি, বাহুবলী-২য়ে আয় কৰিছিল ২১৪.৫ কোটি আৰু কেজিএফ চেপ্টাৰ-২ য়ে আয় কৰিছিল ১৬৮.৫ কোটি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
জ’ বাইডেনক আদৰিবলৈ বিমান বন্দৰলৈ কিয় নগ’ল প্রধানমন্ত্ৰী মোদী? শ্বেখ হাছিনা আৰু ঋষি ছুনাকক কোনে আদৰণি জনালে বিমান বন্দৰত?

জ’ বাইডেনক আদৰিবলৈ বিমান বন্দৰলৈ কিয় নগ’ল প্রধানমন্ত্ৰী মোদী? শ্বেখ হাছিনা আৰু ঋষি ছুনাকক কোনে আদৰণি জনালে বিমান বন্দৰত?

দেশৰ নাম সলনি কৰোতে কিমান হাজাৰ কোটি খৰচ কৰিব চৰকাৰে? হিচাপ দেখিলে আচৰিত হ’ব আপুনিও

দেশৰ নাম সলনি কৰোতে কিমান হাজাৰ কোটি খৰচ কৰিব চৰকাৰে? হিচাপ দেখিলে আচৰিত হ’ব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.