• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঞ্চৰ এজন কমেডিয়ানৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰীলৈ ভগৱন্ত সিং মানৰ ৰোমাঞ্চকৰ যাত্ৰা…

মঞ্চৰ এজন কমেডিয়ানৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰীলৈ ভগৱন্ত সিং মানৰ ৰোমাঞ্চকৰ যাত্ৰা…

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

3 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

4 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

6 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

6 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

7 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

7 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

22 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

23 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

23 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মঞ্চৰ এজন কমেডিয়ানৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰীলৈ ভগৱন্ত সিং মানৰ ৰোমাঞ্চকৰ যাত্ৰা…

editor by editor
March 10, 2022
in ভাৰত, ৰাজনীতি
0
মঞ্চৰ এজন কমেডিয়ানৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰীলৈ ভগৱন্ত সিং মানৰ ৰোমাঞ্চকৰ যাত্ৰা…
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে ধাৱমান হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন ৰাজনৈতিক দল আম আদমি পাৰ্টি-এ৷ কংগ্ৰেছক উৎখাত কৰি পঞ্জাৱৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ দিশে AAP৷ পঞ্জাৱত ৰাজনৈতিক মিৰাকল সৃষ্টি কৰাৰ AAP-এ পঞ্জাৱত মুখ্যমন্ত্ৰী হিচাপে পক্ষেপ কৰিছে এনে এগৰাকী ৰাজনৈতিক নেতাক, যিগৰাকীৰ পূৰ্বে পঞ্জাৱৰ এগৰাকী অতি জনপ্ৰিয় কৌতুক অভিনেতা আছিল৷ তেওঁ হৈছে ভগৱন্ত সিং মান৷

পঞ্জাৱৰ চাটজৰ এটা পঞ্জাৱী শিখ জাট পৰিয়ালত ১৯৭৩ চনত ভগৱন্ত সিং মানৰ জন্ম হৈছিল৷ সৰুৰে পৰা কৌতুক অভিনয়ৰ প্ৰতি ৰাপ থকা ভগৱন্ত সিং মানে কলেজীয়া জীৱনত পঞ্জাৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃমহাবিদ্যালয়ৰ কৌতুক মহোৎসৱত দুবাৰকৈ সোণৰ পদকো লাভ কৰিছিল৷ ইয়াৰ পিছতে ভগৱন্ত সিং মানে ৰাজনৈতিক, ব্যৱসায় আৰু ক্ৰীড়াৰ দৰে সাধাৰণ বিষয়বোৰক নিজৰ স্বভাৱজাত দক্ষতাৰ কৌতুক অভিনয়েৰে মানুহৰ মাজত অতি ৰসিকতাৰে উপস্থাপন কৰি জনপ্ৰিয়তা লাভ কৰে৷

মানে সেই সময়তে জগতাৰ জাগ্গীৰ সৈতে কমেডী এলবাম মুকলি কৰাৰ লগতে দূৰদৰ্শনতো জুগনু কেহন্দা হে নামৰ এক কমেডি অনুষ্ঠানো কৰিছিল৷ ১০ বছৰৰ একেলগে কাম কৰাৰ পিছত মান আৰু জাগ্গীয়ে পৃথক হয় আৰু তেওঁ ৰাণা ৰণবীৰৰ সৈতে জুতি বান্ধি কমেডি অনুষ্ঠান কৰি যায়৷

লগতে পঢ়ক কাইলৈ নিৰ্বাচনৰ ফলাফল : জ্যোতিষীৰ ভৱিষ্যদ্বাণী, উত্তৰ প্ৰদেশত আকৌ যোগীৰাজ নিশ্চিত!

ইয়াৰ পিছত আকৌ জাগ্গীৰে পুনৰ মিলন ঘটি তেওঁলোকে লাইফ ইউথ ৱাইফ নামৰ এক শ্ব’ৰেৰে কানাডা আৰু ইংলেণ্ড ভ্ৰমণ কৰি অনুষ্ঠান পৰিৱেশন কৰে৷ ২০০৮ চনত ভগৱন্ত সিং মানে ষ্টাৰ প্লাছৰ দ্য গ্ৰেটাৰ ইণ্ডিয়ান লাফ্টাৰ চেলেঞ্জত অংশগ্ৰহণ কৰে৷ মেইন মা পঞ্জাৱ দীত কৰা অভিনয়ৰ বাবে মানে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে৷ মানে প্ৰায় ২৫ টা কমেডি এলবাম, ৪ টা মিউজিক এলবাম, ১৩ খন ছবি, পোন্ধৰখন ভিডিঅ’ এলবামত অভিনয় কৰিছিল৷

২০১১ চনত ভগৱন্ত মানে পিপলছ পাৰ্টি অৱ পঞ্জাৱ ত যোগদান কৰি ২০১২ চনত লেহৰা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰে৷ ইয়াৰ পিছতে ২০১৪ চনত ভগৱন্ত সিং মানে আম আদমি পাৰ্টিত যোগদান কৰি চাংগ্ৰুৰ লোকসভা সমষ্টিৰ পৰা ২,১১,৭২১ টা ভোটত জয়লাভ কৰে৷

ইয়াৰ পিছতে আপ-এ নেতৃত্বই মানক পঞ্জাৱত দলীয় আহ্বায়ক হিচাপে নিযুক্তি দিয়ে৷ কিন্তু ড্ৰাগছ মাফিয়াৰ গোচৰত অৰবিন্দ কেজৰিৱালে বিক্ৰম সিং মাজিথিয়াৰ ওচৰত চৰ্তহীন ক্ষমা বিচৰাৰ দাবীত পদত্যাগ কৰে৷ ২০১৭ চনত তেওঁ ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশৰ বাবে সুখবীৰ সিং বাদল আৰু ৰৱনীত সিং বিট্টুৰ বিৰুদ্ধে জালালাবাদত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বাদলৰ হাতত ১৮,৫০০ টা ভোটত পৰাজিত হয়৷

লগতে পঢ়ক অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

২০১৪ চনৰ পৰা ২০১৯ চনলৈ লোকসভাৰ সাংসদ হৈ থকা সময়ত ভগৱন্ত সিং মানে দুখন সংসদীয় সমিতিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০১৯ৰ লোকসভা নিৰ্বাচনত পুনৰ একেটা লোকসভা সমষ্টিৰ পৰা আপৰ হৈ ১,১১,১১১ টা ভোটত জয়লাভ কৰে৷ যোৱা ৯ ফেব্ৰুৱাৰীত মানে লোকসভাত কৃষকসকলৰ বিষয়বোৰ সংসদত উত্থাপন কৰি সমগ্ৰ দেশবাসীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷

২০২২ৰ ফেব্ৰুৱাৰি মাহত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে আম আদমি পাৰ্টি-এ ভগৱন্ত সিং মানক পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে৷ তেওঁৰ নেতৃত্বতে আদ আদমি পাৰ্টি-এ পঞ্জাৱত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয়৷

ভগৱন্ত সিং মানৰ নেতৃত্বতে পঞ্জাৱত আম আদমি পাৰ্টি-এ বৃহৎ জয়ৰ দিশে ধাৱমান হৈছে৷ এই মূহূৰ্তলৈকে দলটোৱে ৮৭ খন আসনত অগ্ৰগতি লাভ কৰিছে৷ ভগৱন্ত সিং মানৰ নেতৃত্বতে পঞ্জাৱত আদ আদমি পাৰ্টি-এ চৰকাৰ কৰাটো প্ৰায় নিশ্চিত হৈছে৷ সমগ্ৰ দেশতে বিজেপিৰ প্ৰতি থকা ঢৌ আৰু শাসকীয় কংগ্ৰেছক পঞ্জাৱত বিধ্বস্ত কৰি এতিয়া ভগৱন্ত সিং মান সমগ্ৰ দেশৰ ৰাজনীতিতে চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBhagwant Singh Mannpunjab election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
ৰাছিয়াৰ বৃহৎ মুখথেকেচা! খাৰকিভসহ অন্য এক হেৰুওৱা চহৰ উদ্ধাৰ ইউক্ৰেইন সেনাৰ

ৰাছিয়াৰ বৃহৎ মুখথেকেচা! খাৰকিভসহ অন্য এক হেৰুওৱা চহৰ উদ্ধাৰ ইউক্ৰেইন সেনাৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.