• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিজা আইতাই মাতিব খুজিও মাতিব পৰা নাই! দেওবাৰে নিশাৰে পৰা ভেণ্টিলেছনত আছে কলিজা আইতা…

কলিজা আইতাই মাতিব খুজিও মাতিব পৰা নাই! দেওবাৰে নিশাৰে পৰা ভেণ্টিলেছনত আছে কলিজা আইতা…

3 years ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

44 minutes ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

1 hour ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

1 hour ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

2 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

2 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

3 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

4 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

5 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

6 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কলিজা আইতাই মাতিব খুজিও মাতিব পৰা নাই! দেওবাৰে নিশাৰে পৰা ভেণ্টিলেছনত আছে কলিজা আইতা…

editor by editor
January 23, 2023
in অসম, জীৱনশৈলী, স্বাস্থ্য
0
কলিজা আইতাই মাতিব খুজিও মাতিব পৰা নাই! দেওবাৰে নিশাৰে পৰা ভেণ্টিলেছনত আছে কলিজা আইতা…
0
SHARES
972
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কলিজা আইতা হাস্পতালত চিকিৎসাধীন হৈ আছে। দেশৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ গুণমুগ্ধই কৰিছে প্ৰাৰ্থনা। আইতা সুস্থ হৈ উঠক। বিগত কেইবাদিনো ধৰি আইতাৰ স্বাস্থ্য একেই আছে। কোনো পৰিবৰ্তন হোৱা নাই বুলি জনাইছে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই। বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই প্ৰতিসময়তে দি আছে আইতাৰ স্বাস্থ্যৰ আপডেট। আইতাৰ স্বাস্থ্যক লৈ সামাজিক মাধ্যমত দিছে বিশেষ পষ্ট। পষ্টত বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই লিখিছে-
‘কলিজা আইতা একেই আছে। এতিয়াও মাতবোল কৰা নাই। চকুও মেলা নাই। গভীৰ টোপোনিত লালকাল। পৰীক্ষাবোৰ সদায় এ কৰি আছে। ব্লাডৰ প্রায়বোৰ ৰিপোৰ্ট এ নৰ্মেল। গভীৰ আশা আৰু হেঁপাহেৰে ৰৈ আছো। আইতাই চকু মেলি চাব। আই চি ইউ ৰ ভিতৰলৈ গলেই ভাবো আইতাই এবাৰ মাতিব। চকু মেলি চাই সুধিব মই কত আছো? তই কিবা এটা খালিনে? বোল সোনকালে ঘৰলৈ যাওঁ। আইতাই এতিয়াই আমাক এৰি যাবলৈ ইচ্ছা কৰা নাই। এখন নিজৰ ঘৰ হ’ব। কৃষ্ণাক পঞ্চঅমৃত খুৱাব। কৃষ্ণাৰ এটা বেবী হ’ব। ঘৰখনত এখন সত্য নাৰায়ণ পূজা ও পাতিব লগা আছে। তদুপৰি অসমবাসী ৰাইজৰ মৰম স্নেহ এৰি আইতাই এতিয়াই গুচি যোৱাৰ কথা ভাবিবই নোৱাৰে।
হঠাতে আই চি ইউ ৰ গেটত থকা মানুহজনে চিঞৰি উঠিল- ‘এশ চাপন্ন’।
লগে লগে ঠিয় হৈ সুধিলোঁ কওক দাদা, কিবা মেডিচিন আনিব লাগিব নেকি?
মানুহজনে কলে, “নালাগে, আপোনাক ডাক্তৰে মাতিছে”। বুকুখন চিৰিংকৈ উঠিল। অলপ আগতে আইতাক চাই আহিছোহে। হে ভগৱান কিবা হল! একে উশাহতে ডাক্তৰৰ ওচৰ পালোঁ। ডাক্তৰে কলে, “চাওঁক আইতাৰ বয়স হৈছে। এতিয়ালৈ মাতবোল ও কৰা নাই। আমি ও সম্পূৰ্ণৰূপে চেষ্টা অব্যাহত ৰাখিছোঁ। কিন্তু ৰাতি ভেন্টিলেটৰ ও দিবলগীয়া হব পাৰে। সেইবাবে ইয়াতে এটা চহী কৰি দিয়ক।”
ডাক্তৰৰ কথাত শিহৰিত হৈ পৰিলোঁ। অলপ ৰব বুলি কৈ আইতাক চাবলৈ উধাতু খাই আইতাৰ বিচনা পালোঁ। আইতাক হেঁপাহেৰে বহুবাৰ মাতিলো। নাই এবাৰো সঁহাৰি নিদিলে। তথাপি সকলো ঠিকেই দেখিলোঁ। অলপ অক্সিজেন কম আছে বাবে অক্সিজেন দি থৈছে। ডাক্তৰৰ কাষলৈ গলো। কৰ্তব্যৰত ডাক্তৰক প্ৰশ্ন কৰিলোঁ, “কিবা ক্ৰিটিকেল দেখিছে নেকি ছাৰ?
নাই। তথাপি কেতিয়াবা হঠাতে ডিটৰেট কৰিব পাৰে। তেতিয়া আমি ভেন্টিলেটৰ লগাও। সেয়েহে পাৰ্মিশ্বনটো লৈ থৈ দিও।
উপায় নাই। দুখ আৰু বেজাৰ মনেৰে বুকুত শিল এটা থৈ চহীটো কৰি দিলোঁ।
নাই। আইতাই সুস্থ হৈ উঠিব। আইতাই আমাক অকলশৰীয়া কৰি নাযায়। ভগৱান এ ৰাইজৰ প্ৰাৰ্থনা শুনিব। আইতাই আকৌ মাতিব, “এই উৎপল, যা ভাত কেইটামান খাই ল”।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?
জীৱনশৈলী

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

April 15, 2026
Next Post
আকৌ সন্তানসম্ভৱা আলিয়া! নেট দুনীয়াত ভাইৰেল খবৰৰ সত্যতা?

আকৌ সন্তানসম্ভৱা আলিয়া! নেট দুনীয়াত ভাইৰেল খবৰৰ সত্যতা?

অসমত প্ৰায় ১ লাখ বাল্য বিবাহ হৈছে! কঠোৰ হৈছে হিমন্ত চৰকাৰ, কেবিনেটত ল’লে এইকেইটা বৃহৎ সিদ্ধান্ত…

অসমত প্ৰায় ১ লাখ বাল্য বিবাহ হৈছে! কঠোৰ হৈছে হিমন্ত চৰকাৰ, কেবিনেটত ল’লে এইকেইটা বৃহৎ সিদ্ধান্ত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.