• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

3 years ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

13 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

14 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

15 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

15 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

16 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

17 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

17 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

17 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

18 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

19 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

20 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

editor by editor
August 10, 2023
in ভাৰত, ৰাজনীতি
0
৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?
0
SHARES
62
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আবেলি ৪ বজাত সংসদৰ নিজৰ বক্তব্য ৰাখিব। বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীগৰাকী সংসদত উপস্থিত হোৱা নাই। কিন্তু প্ৰধানমন্ত্ৰী সংসদত উপস্থিত হোৱাৰ পূৰ্বেই কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেই কৰিছে বিস্ফোৰক মন্তব্য। তেওঁ টুইটত লিখিছে, ‘প্রধানমন্ত্ৰী মোদী আহিলে কি হ’ব? তেওঁ পৰমাত্মা নেকি? তেওঁতো কোনো ভগৱান নহয়!’ খৰ্গেই লগতে কয়, ‘প্রধানমন্ত্ৰী মোদীয়ো ১৬৭ ৰ অধীনত মণিপুৰৰ ওপৰত আলোচনা কৰাটো আমি বিচাৰো। প্রধানমন্ত্ৰী মোদীৰ উপস্থিতিত আমি মণিপুৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। কিন্তু প্ৰধানমন্ত্ৰীৰ আজিলৈকে সংসদত উপস্থিত হোৱাৰ সাহস নহ’ল।’

https://twitter.com/kharge/status/1689529148484534272?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1689529148484534272%7Ctwgr%5E3f43d4774d51ec678c0f9104e67d5a62a6527e44%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fhindi.news24online.com%2Findia%2Fno-confidence-motion-rajya-sabha-lop-kharge-says-pradhan-mantri-kya-parmatma-hai%2F301012%2F

অনাস্থা প্ৰস্তাৱক লৈ আজি তৃতীয় আলোচনা
লোকসভাত কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ বিষয়ে আলোচনা অব্যাহত আছে। এই আলোচনাৰ আজি তৃতীয়টো দিন। বৃহস্পতিবাৰে বিয়লী ৪বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱক লৈ বিৰোধীয়ে কৰা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ সংসদত উপস্থিত হ’ব। বিগত ৮ আগষ্টৰ পৰাই অনাস্থা প্ৰস্তাৱৰ ওপৰত সংসদত আলোচনা চলি আছে। বিগত দুটা দিনৰ আলোচনাত বিৰোধী সাংসদসকলে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনিছে। প্রধানমন্ত্ৰীক দেশদ্ৰোহী বুলিও আখ্যা দিছে বিৰোধীয়ে তেনেক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে আজি তেওঁ ৰাখিবলগীয়া বক্তব্যত এইসমূহৰ প্ৰত্তুত্ত্যৰ দিবনে সেয়াহে এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ পাছতেই হ’ব ভোট
প্রধানমন্ত্ৰী মোদীৰ ভাষণৰ পাছতেই অনাস্থা প্ৰস্তাৱক লৈ সদনত ভোটদান পৰ্ব আৰম্ভ হ’ব। অনাস্থা প্ৰস্তাৱক লৈ হ’বলগা ভোটদান পৰ্বত কিন্তু প্ৰধানমন্ত্ৰীৰ সমৰ্থনত থকা সাংসদৰ সংখ্যাই সৰহ যে সেয়া স্পষ্ট হৈ আছে। বিৰোধী দল কংগ্ৰেছে বিগত ২৬ জুলাইত মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ কথা প্ৰকাশ কৰিছিল। তাৰপিছতেই অধ্যক্ষ ওম বিৰালাই এই প্ৰস্তাৱ স্বীকাৰ কৰি আলোচনাৰ বাবে ৮-৯ আগষ্টৰ দিনটো থিৰাং কৰে। প্রধানমন্ত্ৰী মোদীয়ে তেওঁৰ শাসনকালত দ্বিতীয়বাৰৰ বাবে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছে। ২০১৮ চনত পোনপ্ৰথমে প্ৰধানমন্ত্ৰী মোদী অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছিল। সেইবাৰো বিৰোধী মোদীৰ হাতত পৰাস্ত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

March 11, 2026
Next Post
৫টা উপায়ঃ এই ৫ ঘৰুৱা উপায় মানিলেই সোনকালে ভাল হ’ব চকুৰ ৰোগ

৫টা উপায়ঃ এই ৫ ঘৰুৱা উপায় মানিলেই সোনকালে ভাল হ’ব চকুৰ ৰোগ

ভাল কথা পাতিবলৈ ৰুচি নাই, এইবোৰ কৰিবলৈকে জনতাই ভোট দি পঠিয়াইছে? মোদীৰ বক্তৃতাৰ বিৰোধীলৈ প্ৰশ্ন?

ভাল কথা পাতিবলৈ ৰুচি নাই, এইবোৰ কৰিবলৈকে জনতাই ভোট দি পঠিয়াইছে? মোদীৰ বক্তৃতাৰ বিৰোধীলৈ প্ৰশ্ন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.