• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাঘতেই বিয়া! নতুন বছৰৰ আৰম্ভনিতেই বিয়াত বহিব সিদ্ধাৰ্থ-কিয়াৰা…

3 years ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

1 hour ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

2 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

4 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

5 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

6 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

22 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

23 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

24 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাঘতেই বিয়া! নতুন বছৰৰ আৰম্ভনিতেই বিয়াত বহিব সিদ্ধাৰ্থ-কিয়াৰা…

editor by editor
December 31, 2022
in জীৱনশৈলী, ভাৰত
0
মাঘতেই বিয়া! নতুন বছৰৰ আৰম্ভনিতেই বিয়াত বহিব সিদ্ধাৰ্থ-কিয়াৰা…
0
SHARES
782
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বছৰজোৰা আয়োজন৷ কিন্তু বিয়াখন এই বৰ্ষত নহ’ল৷ বলীউডত ২০২২ চনত আছিল কেইবাখনো হাইপ্ৰফাইল বিয়া৷ সকলোৱে অপেক্ষা কৰিছিল এখন বিশেষ বিয়ালৈ৷ বিয়াখন নহ’ল যদিও নতুন বছৰত বলীউডৰ প্ৰথমখন বিয়াই হ’ব দুই বিশেষ চেলিব্ৰিটিৰ৷

নতুন বছৰৰ আৰম্ভনিতে কইনা হ’বলৈ সাজু হৈছে কিয়াৰা আদৱানী৷ পিছে দৰাও এলাপেছা নহয়৷ বলীউডৰ হেণ্ডচম হাংক সিদ্ধাৰ্থ মলহোত্ৰাৰ সৈতে বিয়াত বহিব কিয়াৰা৷ ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখে দুয়োৰে বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে কিয়াৰা-সিদ্ধাৰ্থৰ ঘনিষ্ঠ এক সূত্ৰই৷ সূত্ৰটোৱে জনোৱা অনুসৰি ৰাজস্থানৰ জয়চলেমত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান৷ প্ৰাসাদোসম বিলাসবহুল জয়ছলম পেলেছত বিবাহৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আনহাতে নিমন্ত্ৰিত অতিথিৰ তালিকাও প্ৰকাশ কৰিছে সূত্ৰটোৱে৷ বিবাহৰ অনুষ্ঠানত মনিষ মলহোত্ৰা, কৰণ জোহাৰকৰে ধৰি আদিকে ধৰি বলীউডৰ বহুকেইজন হাইপ্ৰফাইল ব্যক্তি উপস্থিত থাকিব বিবাহ অনুষ্ঠানত৷

২০২২ বৰ্ষটো কিয়াৰাৰ বাবে আছিল উল্লেখনীয় বছৰ৷ ২০২৩ৰ মাঘতেই বিয়া সিদ্ধান্ত ফাইনেল বুলি জনাইছে কিয়াৰা-সিদ্ধাৰ্থৰ ঘনিষ্ঠ মহলে৷ পূৰ্বে বিবাহৰ বাবে চণ্ডিগড়ৰ দ্যা অৱৰয় সুখবিলাস স্পা এণ্ড ৰিজৰ্ট বুকিং কৰিছিল যদিও শেহতীয়াভাৱে ৰাজস্থানৰ জয়ছলম পেলেছকেই ফাইনেল বুলি সিদ্ধান্ত লৈছে কিয়াৰা-সিদে৷ বিগত কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল সিদ্ধাৰ্থ-কিয়াৰা৷ কিন্তু সংবাদমহলৰ পৰা এই সম্পৰ্ক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল দুই অভিনেতাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
Next Post
নতুন বছৰৰ প্ৰথমটো দিন কেনে যাব আপোনাৰ?

নতুন বছৰৰ প্ৰথমটো দিন কেনে যাব আপোনাৰ?

নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন