• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?

8 months ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

46 minutes ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

2 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

4 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

5 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

6 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

7 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?

গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?

editor by editor
June 2, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গা -মূৰ গৰম হৈ থাকে, জ্বৰ নাই, হঠাৎ ক্লান্তিয়ে আৱৰি ধৰিছে৷ ভোক নাই, পেটটো ফুলা ফুলা ভাৱ অনবৰতে লাগি থাকে৷ ভাৱিছে গেছেই হৈছে৷ চিকিৎসকে কিন্তু কৈছে, এই উপসৰ্গ লিভাৰ কৰ্কটৰ প্ৰথম ভাগৰ লক্ষণো হব পাৰে৷ আৰু ঠিক সময়ত ধৰা নপৰিলে সেই নীৰৱ ঘাতক ক্ৰমে মাৰাত্মক হৈ উঠিব পাৰে৷ লিভাৰ কৰ্কটৰ প্ৰাথমিক পৰ্যায়ত উপসৰ্গ ইমানেই মৃদু যে বহুতেই বুজিব নোৱাৰে৷ ফলত ৰোগী যেতিয়া চিকিৎসকৰ কাষলৈ যায় তেতিয়ালৈ বহু দেৰি হৈ যায়৷ কি কি লক্ষণে দেখা দিলে সাৱধান হ’ব?

১. পেটৰ সোঁফালে অস্বস্তি বা বিষ

লিভাৰ শৰীৰৰ সোঁফালে থাকে৷ প্ৰাথমিক পৰ্যায়ত বহুতেই পেটৰ ওপৰৰ সোঁফালে হালকা বিষ বা চাপ অনুভৱ কৰিব৷ কেতিয়াবা কেতিয়া সেয়া পিঠিৰ ফালেও যায়৷ বহুতেই এয়া গেছৰ বিষ বুলি ভুল কৰে৷

২. বিনা কাৰণত ওজন কমি যোৱা

ডায়েট বা ব্যায়াম নকৰিলেও যদি শৰীৰৰ ওজন হঠাৎ কমি যায় তেতিয়া সতৰ্ক হোৱা দৰকাৰ৷ লিভাৰ কৰ্কটত শৰীৰৰ ওজন কমি যায়৷ পেশীও ক্ষয় যায়, ভোকো কমি যায়৷

৩. পেট ফুলি থকা বা পানী জমা হোৱা

পেট ফুলা অনুভৱ হলে অৱহেলা নকৰিব৷ লিভাৰৰ কৰ্কট হলে শৰীৰত প্ৰটিনৰ ঘাটি হয়, ফলত পেটত পানী জমা হয়৷ দেখাত সমস্যাটো গেছৰ দৰে হলেও প্ৰকৃতপক্ষে সেয়া কৰ্কটৰ লক্ষণ৷

৪. চকু আৰু চাল হালধীয়া হৈ পৰা

লিভাৰে ঠিকধৰণে কাম নকৰিলে শৰীৰত বিলিৰুবিন নামৰ এবিধ ৰঞ্জক জমা হয়৷ ফলত চকু আৰু চাল হালধীয়া হৈ যায়৷ বহু সময়ত প্ৰস্ৰাৱৰ ৰং গাঢ় হৈছে৷ ছালত খজুলিও হব পাৰে৷

৫. অতিৰিক্ত ক্লান্তি বা দুৰ্বলতা

টোপনিতো ক্লান্ত অনুভৱ হৈয়েই থাকে৷ প্ৰতিদিনৰ কামত মন নবহে৷ এয়া কৰ্কটৰ প্ৰাথমিক লক্ষণ৷ কৰ্কটে শৰীৰৰ কোষসমূহক দুৰ্বল কৰে৷ ফলত ক্লান্তিভাৱে শৰীৰত বাঁহ বান্ধে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য
জীৱনশৈলী

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত
জীৱনশৈলী

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

January 29, 2026
Next Post
এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?

কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন