• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৮ বছৰৰ মূৰকত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন, ভোটগণনাৰে আজি নিশ্চিত হ’ব অধ্যক্ষ, সংসদত হুলস্থুল হোৱাৰ সম্ভাৱনা

৪৮ বছৰৰ মূৰকত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন, ভোটগণনাৰে আজি নিশ্চিত হ’ব অধ্যক্ষ, সংসদত হুলস্থুল হোৱাৰ সম্ভাৱনা

2 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

5 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

5 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

6 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

6 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

7 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

7 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

8 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

9 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

9 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

10 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

10 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৪৮ বছৰৰ মূৰকত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন, ভোটগণনাৰে আজি নিশ্চিত হ’ব অধ্যক্ষ, সংসদত হুলস্থুল হোৱাৰ সম্ভাৱনা

editor by editor
June 26, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
৪৮ বছৰৰ মূৰকত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন, ভোটগণনাৰে আজি নিশ্চিত হ’ব অধ্যক্ষ, সংসদত হুলস্থুল হোৱাৰ সম্ভাৱনা
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪৮ বছৰৰ মূৰকত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন, ভোটগণনাৰে আজি নিশ্চিত হ’ব অধ্যক্ষ, সংসদত হুলস্থুল হোৱাৰ সম্ভাৱনা

আজি ২৬ জুন তাৰিখ বুধবাৰে পুৱা ১১ বজাত লোকসভাৰ অধ্যক্ষ পদৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। লোকসভাৰ সকলো সদস্যই ইয়াত ভোটদান কৰিব। এইবাৰ ৪৮ বছৰৰ মূৰকত অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে ১৯৭৬ চনত লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন হৈছিল। এতিয়ালৈকে ভাৰতত মুঠ ৩ বাৰ অধ্যক্ষ পদৰ নিৰ্বাচন হৈছে। ১৯৫২, ১৯৬৭ আৰপ ১৯৭৬।

অধ্যক্ষ আৰু উপ অধ্যক্ষ পদ সন্দৰ্ভত এন ডি এ আৰু ইণ্ডিয়াৰ মাজত কোনো সহমতত উপনীত নোহোৱাৰ পিছত মঙলবাৰে বিৰোধীয়ে কে. সুৰেশক প্ৰাৰ্থী হিচাপে মনোনিত কৰে। আনহাতে এন ডি এয পুনৰবাৰ আস্থা প্ৰকাশ কৰিছে সপ্তদশ লোকসভাত অধ্যক্ষ হিচাপে থকা ওম বিৰলাৰ ওপৰত।

এনে পৰিস্থিতিত ৰাজস্থানৰ কোটা-বুণ্ডি লোকসভা সমষ্টিৰ তিনিবাৰৰ সাংসদ ওম বিৰলাৰ লগতে কেৰেলাৰ মাভেলীকাৰাৰ পৰা অষ্টম বাৰৰ সাংসদ কে. সুৰেশৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হ’ব। ভাৰতৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰোধীয়ে লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।

পৰিসংখ্যাৰ ক্ষেত্ৰত এন ডি এ শক্তিশালী, সেয়েহে চৰকাৰতো ই আছে। সেয়ে ওম বিৰলাৰ বিজয় নিশ্চিত বুলি অনুমান কৰা হৈছে। লোকসভাত এন ডি এৰ সৈতে ২৯৩জন সাংসদ আছে। আনহাতে ইণ্ডিয়া শক্তিত ২৩৩ জন সাংসদ আছে।

সংসদত উপস্থিত থকা সদস্যৰ সৰল সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচন কৰা হয়। আজি যদি ওম বিৰলা জয়ী হয় তেন্তে তেওঁ দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ হোৱা প্ৰথমজন বিজেপি সাংসদ হ’ব। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ বলৰাম জাখৰে দুবাৰকৈ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তথ্য অনুসৰি ২৪ জুন সোমবাৰৰ পৰা আৰম্ভ হোৱা ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশনত যোৱা দুদিনত ৫৪২ গৰাকী সাংসদৰ ভিতৰত ৫৩৫ গৰাকীয়ে শপত গ্ৰহণ কৰিছে। এতিয়ালৈকে শপত লোৱা নাই ৭ জন সাংসদ। এনে পৰিস্থিতিত তেওঁলোকে এই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত আছে কংগ্ৰেছৰ শশী থাৰুৰ, এছ পিৰ আফজল আনছাৰী, নিৰ্দলীয় ৰছিদ ইঞ্জিনিয়াৰ আৰু অমৃতপল সিং, টিএমচিৰ শত্ৰুঘন সিনহা, দীপক অধিকাৰী আৰু শ্বেখ নুৰুল ইছলাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24assam liveassam live 24assam live 24 digitalAssam Newsaxom liveaxom live 24electionLok Sabha SpeakernewsSpeaker Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
Next Post
নিশাৰ ৰাজপথত অচিনাকী দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰি প্ৰাণ ল’লে সাংবাদিকৰ, দেশজুৰি চাঞ্চল্য

নিশাৰ ৰাজপথত অচিনাকী দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰি প্ৰাণ ল'লে সাংবাদিকৰ, দেশজুৰি চাঞ্চল্য

ভাৰত-ইংলেণ্ডৰ ছেমি ফাইনেলৰ দিনা বৰষুণ হ’লে কি হ’ব ফলাফল, কোন হ’ব বাহিৰ, পইণ্ট ভগাই লোৱা নিয়ম নাই

ভাৰত-ইংলেণ্ডৰ ছেমি ফাইনেলৰ দিনা বৰষুণ হ'লে কি হ'ব ফলাফল, কোন হ'ব বাহিৰ, পইণ্ট ভগাই লোৱা নিয়ম নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.