অসমত ক’ত কেতিয়া অনুষ্ঠিত হ’ব ভোটগ্ৰহণ, গুৱাহাটীত কেতিয়া ?
আজি ১৬ মাৰ্চ তাৰিখে ঘোষণা কৰা হ’ল নিৰ্বাচনৰ দিন। অহা ১৯ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
তাৰ পাছতে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোট। আৰু ৭ মে’ত তৃতীয় আৰু ১৩ মে’ত চতুৰ্থ পৰ্যায়ৰ ভোট।
২০ মে’ত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ । ২৫ মে’ত ষষ্ঠ পৰ্যায়ৰ আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১ জুন তাৰিখে।
বিহুৰ পাছতে অসমত নিৰ্বাচন অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ৰ বাবে ২৭ মাৰ্চ তাৰিখে মনোনয়ন দাখিলৰ অন্তিম দিন। ৩০ মাৰ্চ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন।
পাছে অসমৰ কোন সমষ্টিত কেতিয়া ..
প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত ৫ টা সমষ্টিত
কাজিৰঙা, শোণিতপুৰ, লক্ষিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট
দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিল তাৰিখে
দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁও
তৃতীয় পৰ্যায়ত ৭ মে’ তাৰিখে
কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ