• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

2 years ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

1 hour ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

2 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

2 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

3 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

4 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

5 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

6 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

6 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

7 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

8 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

8 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

editor by editor
August 12, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১২৮ বছৰৰ মূৰকত অলিম্পিকত সংযুক্ত হ’ব ক্ৰিকেট আৰু ফুটবল, বক্সিং বাদ পৰাৰ সম্ভাৱনা

পেৰিছ অলিম্পিকৰ সমাপনৰ পাছত এতিয়া ২০২৮ চনত ৪ বছৰৰ পাছত লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক প্ৰতিযোগিতাক লৈ বহু কথা ওলাইছে। ৫টা নতুন খেল অন্তৰ্ভুক্ত কৰা হ’ব লছ এঞ্জেলছ অলিম্পিকত। ইয়াৰ ফলত অলিম্পিকৰ দৰ্শকৰ সংখ্যাও দুগুণ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ ভিতৰত বিশ্বৰ অন্যতম জনপ্ৰিয় খেল ফুটবল আৰু ক্ৰিকেট অন্যতম। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। ক্ৰিকেটৰ লগতে বেছবল-চফটবল, ফ্লেগ ফুটবল, লেক্ৰছ আৰু স্কোয়াছক পৰৱৰ্তী অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ’ব।

এই সন্দৰ্ভত যোৱা বছৰৰ ১৬ অক্টোবৰত মুম্বাইতো আই অ’ চিৰ বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ ফলত ক্ৰিকেটৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। এই খেলৰ জৰিয়তে বিশ্বৰ বহু দেশে অলিম্পিকত প্ৰৱেশ কৰিব।

ফ্লেগ ফুটবলৰ প্ৰৱৰ্তনৰ পিছত এনএফএলৰ তাৰকা খেলুৱৈসকলেও এই মেচসমূহত অংশগ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে, ১২৮ বছৰ পূৰ্বে অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হৈছিল। যিটো পিছত অলিম্পিকৰ পৰা বাদ দিয়া হৈছিল। এতিয়া পুনৰ উভতি আহিছে ক্ৰিকেট।

আনহাতে অলিম্পিকত বক্সিঙৰ ভৱিষ্যতক লৈও যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অলিম্পিকৰ পৰা বক্সিং খেল বিধ আঁতৰাই পেলোৱা হ’ব পাৰে বুলি চৰ্চা চলিছে। কাৰণ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (আই অ’ চি) আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনৰ সৈতে বিবাদ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketfootballLos Angeles OlympicNew Gameolympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!
জীৱনশৈলী

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

March 21, 2026
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

March 21, 2026
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!
বিনোদন

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

March 21, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

March 21, 2026
Next Post
এই বৰ্ষত উভতি অহাৰ আশা ক্ষীণ…! ৬০ দিন ধৰি মহাকাশত বন্দী সুনীতাক লৈ স্বামীৰ হতাশজনক বাৰ্তা

এই বৰ্ষত উভতি অহাৰ আশা ক্ষীণ...! ৬০ দিন ধৰি মহাকাশত বন্দী সুনীতাক লৈ স্বামীৰ হতাশজনক বাৰ্তা

খাদ্য খোৱাৰ পাছতে আপোনাৰো তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাই নেকি, কিয় হয় এনে !

খাদ্য খোৱাৰ পাছতে আপোনাৰো তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাই নেকি, কিয় হয় এনে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.