দিল্লীলৈ উৰা মাৰিলে লাভলীনাই। ৰাইজে মৰমেৰে ওপচাই দিলে অসমকন্যাক। পদকটো আগ্ৰহী শিশুক চুবলৈ দিয়াৰ ইচ্ছা লাভলীনাৰ। ১৭ আগষ্টত বাৰমুখীয়াৰ ঘৰলৈ যাব লাভলীনা।