• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

2 years ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

14 minutes ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

28 minutes ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

46 minutes ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

2 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

2 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

2 hours ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

3 hours ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

3 hours ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

3 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

12 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

‘এয়াই সঠিক সময়...!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ

editor by editor
September 3, 2024
in ক্ৰীড়া, বিশ্ব
0
‘এয়াই সঠিক সময়…!’ আন্তৰ্জাতিক ফুটবৰৰ পৰা অৱসৰ ঘোষণা ছুয়াৰেজৰ
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিলে উৰুগুৱেৰ কিংবদন্তী ষ্ট্ৰাইকাৰ লুই ছুৱাৰেজে৷ ৩৭ বছৰ বয়সীয়া এইগৰাকী উৰুগুৱে ষ্ট্ৰাইকাৰে চকুপানী টুকি ঘোষণা কৰে অৱসৰৰ কথা৷ তেওঁ শেষ মেচ খেলিব ২০২৬ চনৰ FIFA বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচ৷ সেই মেচ হ’ব পেৰাগুৱেৰ বিৰুদ্ধে৷ সেই মেচেই হ’ব তেওঁৰ ফেয়াৰৱেল মেচ৷

ছুৱাৰেজে তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰৰ পৰা বিদায় ল’লেও আন্তৰ্জাতিক স্তৰত সকলোতকৈ বেছি গল কৰে৷ উৰুগুৱেৰ সকলোতকৈ বেছি গল দিয়া খেলুৱৈ হিচাপে তেওঁ জনাজাত৷ আৰু তেওঁ শেষ মেচ খেলাৰ বাবে বাছি লৈছে ঐতিহাসিক এস্তাদিঅ ছেণ্টেনাৰিও ষ্টেডিয়ামক৷ ১৯৩০ চনত FIFA বিশ্বকাপৰ প্ৰথম মেচ এই ষ্টেডিয়ামতেই খেলা হৈছিল৷

লুই ছুৱাৰেজে কয়, ‘মই এই বিষয়টোক লৈ বহুদিন ভাৱিছো আৰু পৰ্যবেক্ষণো কৰিছো৷ মই ভাৱিছো অৱসৰৰ বাবে এয়াই সঠিক সময়৷ মই জাতীয় দলৰ হৈ শেষ মেচ খেলি ৰিলেক্স হৈ পৰিম৷ মই এতিয়া ইমানেই উত্তেজিত যে মই সেই ২০০৭ চনৰ প্ৰথম মেচ খেলোতে যেনেকৈ উত্তেজিত হৈছিলো৷ ১৯ বছৰীয়া সেই তৰুণ খেলুৱৈজন এতিয়া ছিনিয়ৰ প্লেয়াৰ৷ এজন বয়ষ্ক খেলুৱৈ৷ মই এনে এটা দলৰ হৈ খেলিছো যাৰ এক সোণালী অধ্যায় আছে৷’

উৰুগুৱেৰ হৈ লুই ছুয়াৰেজৰো এক আকৰ্ষণীয় ইতিহাস আছে৷ তেওঁক কোৱা হয় পিস্তলেৰো৷ যাৰ অৰ্থ ফিনিছিঙৰ গুৰু৷ ছুয়াৰেজ এতিয়া উৰুগুৱেৰ আটাইতকৈ বেছি গল দিয়া খেলুৱৈ৷ ১৪ বছৰৰ আন্তৰ্জাতিক কেৰিয়াৰত তেওঁ মুঠ ১৪২ খন মেচ খেলিছে আৰু গোল দিছে ৬৯টা৷ তেওঁ অৱসৰৰ পূৰ্বে শেষ মেচ খেলিছে ২০২৪ৰ কোপা আমেৰিকা৷ তাতেই তেওঁ অতিৰিক্ত সময়ত পেনাল্টি শুটআউটৰ পৰা গল কৰে৷ উৰুগুৱে কোপা আমেৰিকাত তৃতীয় স্থানত থাকে৷ ছুয়োৰেজে এই খেলক লৈ কয়, ‘মই বহুত কঠিন কঠিন সময়ৰ সৈতে মোকাবিলা কৰিছো৷ বহু অভিজ্ঞতা আছে এই তালিকাত৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of AssamfootballLuis SuarezSelecciónUruguaya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো
জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

March 28, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
Next Post
ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.