• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী, নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩বিষয়াক

নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী, নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩বিষয়াক

5 years ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

3 minutes ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

49 minutes ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

1 hour ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

2 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

2 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

3 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

4 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

5 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

5 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

5 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

6 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী, নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩বিষয়াক

editor by editor
September 9, 2021
in অসম, গুৱাহাটী
0
নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী, নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩বিষয়াক
0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ মেচিন নাৱেৰে গৈ ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা, এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰত নচলিব চিংগল মেচিন নাও৷ তাৰ পৰিৱৰ্তে ৬ খন চৰকাৰী ফেৰী চলোৱাৰ নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰীৰ৷ তাৰোপৰি নৱেম্বৰৰ পৰা দলং নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷ ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব দলং নিৰ্মাণৰ কাম৷  মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, নাওখনত আছিল ৯০গৰাকী যাত্ৰী৷ ইয়াৰে এগৰাকী যাত্ৰীৰ মৃত্যু হয় আৰু দুগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে৷ বৰ্তমান ব্ৰহ্মপুত্ৰত চলি আছে বায়ু সেনাৰ উদ্ধাৰ অভিযান৷ এতিয়ালৈকে ৮২ জন লোকক কৰা হৈছে উদ্ধাৰ আৰু বৰ্তমানেও সন্ধানহীন ৭ জন লোক৷ নিৰুদ্দেশ হৈ থকা লোকৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা৷ বায়ু সেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান৷  ইফালে নিশাই নিমাতীঘাটত উপস্থিত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী৷ চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন, তপন গগৈ উপস্থিত নিমাতীঘাটত৷ ঘটনা সন্দর্ভত তদন্ত কমিটী গঠন কৰাৰ কথা ঘোষণা মন্ত্ৰীৰ৷ ইতিমধ্যে নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩ গৰাকী বিষয়াক৷ কার্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰীক, যোৰহাট সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীক নিলম্বন৷ পৰিবহণ বিভাগৰ সচিব যাদৱ শইকীয়াক তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ দুৰ্ঘটনা সন্দৰ্ভত মাজুলীত আছুৱে পালন কৰিছে ক’লা দিৱস৷ মাজুলীৰ ৰাজপথত আছুৰ ক’লা পতাকা উত্তোলন৷ নিমাতীঘাটৰ দুর্ঘটনাত আলফা (স্বাঃ)ৰ শোক প্ৰকাশ৷ মৃতকৰ বিদেহী আত্মাৰ সদগতিৰ কামনা আলফা (স্বাঃ)ৰ৷ ঘটনাৰ পাছতে শোকৰ ছাঁ সমগ্ৰ অসমত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24himanta biswa sharmamajuli boat accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
Next Post
গুৱাহাটীত সম্পন্ন হ’ব পৰিমিতা দাসৰ শেষকৃত্য, মাজুলীৰ পৰা লৈ অনা হৈছে নশ্বৰদেহ

গুৱাহাটীত সম্পন্ন হ’ব পৰিমিতা দাসৰ শেষকৃত্য, মাজুলীৰ পৰা লৈ অনা হৈছে নশ্বৰদেহ

পুনৰ অশান্ত ডিমা হাছাও

পুনৰ অশান্ত ডিমা হাছাও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.