• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

1 year ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

2 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

3 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

4 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

5 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

23 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

1 day ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

editor by editor
November 22, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজৱ! মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টো দাখিল, ৪ঘণ্টা মৰ্গত, পাছে শেষ কৃত্যৰ বাবে নিয়াৰ সময়তে জী উঠিল ব্যক্তি

আজৱ-গজৱ ভাৰতৰ খবৰ। এইবাৰ ৰাজস্থানৰ পৰা আহিছে এক বিশেষ খবৰ। মৃত বুলি ঘোষণা এগৰাকী লোক, তাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ ফলাফলো সদৰি। পাছত ৪ ঘণ্টা ঘৰি মৰ্গত ৰাখি থোৱা হয় মৃতদেহ। কিন্তু তাৰ পাছতে লাগে হুৱা দুৱা।

কিয়নো, মৃত বুলি সদৰি হোৱা সেই ব্যক্তিৰ যেতিয়া শেষ কৃত্যৰ বাবে লৈ যোৱা হয়, তেতিয়াই জী উঠে ব্যক্তি। ততাতৈয়াকৈ পুনৰ চিটি হাস্পতাললৈ নি অক্সিজেন দি চেলাইন দি চিকিৎসা সম্পন্ন কৰা হয়। বৰ্তমানে লোকগৰাকীক আই চি ইউত ৰখা হৈছে। অৱশ্যে চিকিৎসকে সুস্থিৰ বুলি জানিবলৈ দিয়ে লোকগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত।

এই ঘটনা ৰাজস্থানৰ ঝুনঝুনু জিলাৰ। ঘটনা সকলোফালে ভাইৰেল হোৱা পাছতে একপ্ৰকাৰৰ হাহাকাৰ লাগি যায়। যি হাস্পতালে লোকগৰাকীক মৃত ঘোষণা কৰি মৰণোত্তৰ পৰীক্ষাৰো ফলাফল পৰ্যন্তও দি দিছিল, সেই হাস্পতালৰ বিৰুদ্ধে সৰব হৈ উঠিছে সচেতন নাগৰিক।

অকনো সময় নষ্ট নকৰাকৈ ঘটনা পোহৰলৈ অহাৰ পাছতে সেই হাস্পতালৰ ৪ গৰাকী চিকিৎসকৰ লগতে হাস্পতালৰ অধ্যক্ষক নিলম্বন কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এগৰাকী ২৫ বছৰীয়া ৰোহিতেশ নামৰ ২৫ বছৰীয়া যুৱকক স্বাস্থ্য সম্বন্ধীয় কিছু সমস্যাৰ বাবে এক ব্যক্তিগত হাস্পতালত ভৰ্তি কৰাইছিল। যুৱকগৰাকী অনাথ, ইয়াৰ উপৰিও কাণেৰে নুশুনাৰ লগতে কথাও কব নোৱাৰে যুৱকগৰাকীয়ে। এক অনাথ আশ্ৰমতে বাস কৰিছিল যুৱকগৰাকী।

কালি ২১ নৱেম্বৰ তাৰিখে বিয়লি ২ মান বজাত ভৰ্তি কৰাইছিল । কিন্তু লগে লগে হাস্পতাল কৰ্তৃপক্ষই মৃত ঘোষণা কৰে যুৱকগৰাকীক। তাৰ পাছত হাস্পতালৰ নিয়ম অনুসাৰে প্ৰথমে মৰণোত্তৰ পৰীক্ষা তাৰ পাছত শেষ কৃত্যলৈ নিয়াৰ পূৰ্বে ৪ ঘন্টা ধৰি মৰ্গতে ৰখা হয়।

শেষত যুৱকগাৰকীৰ শেষ কৃত্যলৈ নিয়াৰ সময়তহে পোহৰলৈ আহে জীৱিত থকাৰ কথা। সেই সময়ত মৃত বুলি ভৱা যুৱকে লাহে লাহে লৰচৰ কৰিবলৈ ধৰাত হাহাকাৰ লাগি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rajasthanrajasthan newsSocial Media Viralviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

January 17, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
Next Post
মহাৰাষ্ট্ৰত কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, আসনক লৈ টনা-আঁজোৰা

মহাৰাষ্ট্ৰত কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী, আসনক লৈ টনা-আঁজোৰা

ডিচেম্বৰত মেষ-সিংহ সহ ৪ ৰাশিৰ কেৰিয়াৰত উন্নতি, ব্যৱসায়তো বাম্পাৰ লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন