• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CBSEৰ দশম আৰু দ্বাদশৰ পৰীক্ষা বাতিল হ’ব নেকি?

CBSEৰ দশম আৰু দ্বাদশৰ পৰীক্ষা বাতিল হ’ব নেকি?

5 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

16 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

16 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

17 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

18 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

18 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

19 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

20 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

21 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

21 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

22 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

23 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

CBSEৰ দশম আৰু দ্বাদশৰ পৰীক্ষা বাতিল হ’ব নেকি?

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাক সমৰ্থন জনায়

editor by editor
April 9, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, শিক্ষা
0
CBSEৰ দশম আৰু দ্বাদশৰ পৰীক্ষা বাতিল হ’ব নেকি?
0
SHARES
721
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণত শংকিত সমগ্ৰ দেশ। পৰীক্ষা স্থগিত ৰখাৰ আহ্বানেৰে চৰকাৰলৈ আৱেদন একাংশ শিক্ষাৰ্থীৰ। মে’ত অনুষ্ঠিত হ’বলগীয়া CBSCৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰাখিবলৈ অথবা অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ১ লক্ষাধিক শিক্ষাৰ্থীৰ স্বাক্ষৰ সম্বলিত এক আৱেদন পত্ৰ প্ৰেৰণ কৰে চৰকাৰলৈ। অৱশ্যে, শিক্ষাৰ্থীৰ পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সম্পূৰ্ণ কোভিড প্ৰট’কল মানি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰে CBSE আৰু CISCE উভয় কৰ্তৃপক্ষই। প্ৰতিদিনে অধিক অৱনতি ঘটিছে দেশৰ কোভিড পৰিস্থিতি। প্ৰতিদিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। তেনে পৰিস্থিতিত শিক্ষানুস্থানত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তক লৈ অসন্তুষ্ট শিক্ষাৰ্থী তথা অভিভাৱকসকল। এইক্ষেত্ৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাক সমৰ্থন জনায়। পৰিস্থিতিৰ বিবেচনা নকৰাকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বাবে CBSEক দায়িত্বজ্ঞানহীন আখ্যা কংগ্ৰেছ নেত্ৰীগৰাকীৰ। আনহাতে, ভাৰতত কোভিড আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনে গঢ়িছে নতুন ৰেকৰ্ড । বৰ্তমানলৈকে দেশত কোভিড আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১.৩১ লাখ। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ১৬,৭৬৪গৰাকী ব্যক্তি আৰু মৃত্যু হৈছে ৭৮০জন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cbse exam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?
বিনোদন

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

August 12, 2026
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
বিনোদন

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

August 12, 2026
Next Post
প্ৰতিদিনে কোভিড আক্ৰান্তৰ সংখ্যাই গঢ়িছে নতুন ৰেকৰ্ড; নতুন আক্ৰান্ত  ১,৩১,৯৬৮ জন

প্ৰতিদিনে কোভিড আক্ৰান্তৰ সংখ্যাই গঢ়িছে নতুন ৰেকৰ্ড; নতুন আক্ৰান্ত ১,৩১,৯৬৮ জন

ভিনিয়েকৰ বিবাহিত ভগ্নীৰ সৈতে আছিল অবৈধ সম্পর্ক, পলাই যাবলৈ অমান্তি হোৱাত ডিঙি ৰেপি হত্যা

ভিনিয়েকৰ বিবাহিত ভগ্নীৰ সৈতে আছিল অবৈধ সম্পর্ক, পলাই যাবলৈ অমান্তি হোৱাত ডিঙি ৰেপি হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.