• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিনিয়েকৰ বিবাহিত ভগ্নীৰ সৈতে আছিল অবৈধ সম্পর্ক, পলাই যাবলৈ অমান্তি হোৱাত ডিঙি ৰেপি হত্যা

ভিনিয়েকৰ বিবাহিত ভগ্নীৰ সৈতে আছিল অবৈধ সম্পর্ক, পলাই যাবলৈ অমান্তি হোৱাত ডিঙি ৰেপি হত্যা

5 years ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

3 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

4 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

4 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

5 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

6 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

7 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

10 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

10 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ভিনিয়েকৰ বিবাহিত ভগ্নীৰ সৈতে আছিল অবৈধ সম্পর্ক, পলাই যাবলৈ অমান্তি হোৱাত ডিঙি ৰেপি হত্যা

editor by editor
April 9, 2021
in অপৰাধ
0
ভিনিয়েকৰ বিবাহিত ভগ্নীৰ সৈতে আছিল অবৈধ সম্পর্ক, পলাই যাবলৈ অমান্তি হোৱাত ডিঙি ৰেপি হত্যা
0
SHARES
27.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশৰ বাৰাবংকিৰ মচৌলী থানা ক্ষেত্ৰত এগৰাকী বিবাহিত মহিলাক ডিঙি ৰেপি হত্যা কৰা হৈছে। আৰক্ষীয়ে হত্যাৰ লগত জড়িত প্ৰেমিকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে। ঘটনা অনুসৰি ৫ এপ্ৰিলত ৰফিনগৰ ষ্টেচনৰ ওচৰত ৰে’ললাইনত এগৰাকী যুৱতীৰ মৃতদেহ পোৱা গৈছিল। যুৱতীগৰাকী ডিঙি ৰেপি হত্যা কৰা হৈছিল। আৰক্ষীয়ে যুৱতীগৰাকী মচৌলীৰ কোটৱাৰ বাসিন্দা লালবাহাদুৰৰ কন্যা বুলি চিনাক্ত কৰে। আৰক্ষীয়ে অনুসন্ধান কৰি মোবাইল কলৰ আধাৰত ৰাজকুমাৰ ওৰফে কোমল নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে। যুৱকজন চফদৰগঞ্জ থানা ক্ষেত্ৰৰ চন্দনপুৰৱাৰ বাসিন্দাৰ লগতে মৃত যুৱতীগৰাকীৰ আত্মীয়ও। আৰক্ষীয়ে জনোৱা অনুসৰি দুয়োৰে মাজত অবৈধ সম্বন্ধ আছিল, যাৰ বাবে যুৱতীগৰাকীক হত্যা কৰা হৈছে। অভিযুক্ত ৰাজকুমাৰৰ ভগ্নীৰ বিয়া কোটৱা গাঁৱত হৈছিল। যাৰ বাবে ৰাজকুমাৰে ভগ্নীৰ ঘৰলৈ প্ৰায় অহা-যোৱা কৰিছিল। ইয়াৰ মাজতে ভগ্নীৰ ননদৰ সৈতে অবৈধ সম্পর্ক গঢ়ি উঠে ৰাজকুমাৰৰ। ৰাজকুমাৰে যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে যদিও তেওঁ অমান্তি হয়। দুয়োৰে সম্বন্ধৰ ঘটনা পোহৰলৈ অহাত ৰাজকুমাৰক ভগ্নীৰ ঘৰলৈ অহা বন্ধ কৰি দিয়ে। ইয়াৰ মাজতে ১১ ডিচেম্বৰ ২০২০ত ভগ্নীৰ ননদৰ বিয়া অন্য ঠাইত ঠিক হয়। বিয়াৰ খবৰ শুনি ৰাজকুমাৰে ভগ্নীৰ ননদক পলাই যাবলৈ প্ৰস্তাৱ দিয়ে যদিও তেওঁ অমান্তি হয় আৰু পৰিয়ালে ঠিক কৰা দৰাৰ লগত বিয়া হয়। বিয়াৰ পিছত প্ৰেমিক ৰাজকুমাৰে আত্মহত্যাৰ চেষ্টা কৰে যদিও প্ৰেমিকাই বাৰুকৈয়ে বুজায়। ইয়াৰ পিছতে প্ৰেমিক ৰাজকুমাৰে ভগ্নীৰ বিবাহিত ননদক এটা সৰু মোবাইল আৰু এখন ছিম কিনি দিয়ে। ইমানৰ পিছতো ৰাজকুমাৰে তেওঁক কেইবাবৰো পলাই যাবলৈ প্ৰস্তাৱ দিয়ে যদিও তেওঁ মান্তি নহয়। ফলত প্ৰেমিক ৰাজকুমাৰ উগ্ৰ হৈ উঠে আৰু প্ৰেমিকাক হত্যা কৰিবলৈ সিদ্ধান্ত লয়। ৪ এপ্ৰিলৰ নিশা প্ৰেমিকাক পূর্বে লগ কৰা ঠাইলৈ মাতে আৰু প্ৰেমিকাক তেওঁৰ সৈতে পলাই যাবলৈ লগ ধৰে। কিন্তু প্ৰেমিকাই পুনৰ অমান্তি হয়। পিছত দুয়ো তর্কাতর্কিত লিপ্ত হয় আৰু প্ৰেমিক ৰাজকুমাৰে প্ৰেমিকাক ছুৰীৰে ৰেপি হত্যা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24sister love
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’
অপৰাধ

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

July 15, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
Next Post
বৃটেইনৰ ৰাণী এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপৰ দেহাৱসান

বৃটেইনৰ ৰাণী এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপৰ দেহাৱসান

১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে ইচ্ছানুযায়ী সলনি কৰিব পাৰিব ধৰ্ম

১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে ইচ্ছানুযায়ী সলনি কৰিব পাৰিব ধৰ্ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.