• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰায় ৫ ঘণ্টা ধৰি ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ সদস্যৰ লগতে মুঠ ৬

প্ৰায় ৫ ঘণ্টা ধৰি ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ সদস্যৰ লগতে মুঠ ৬

1 year ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

5 minutes ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

34 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

1 hour ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

2 hours ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

5 hours ago
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

6 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

19 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

19 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

20 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

20 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰায় ৫ ঘণ্টা ধৰি ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ সদস্যৰ লগতে মুঠ ৬

editor by editor
May 5, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
প্ৰায় ৫ ঘণ্টা ধৰি ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ সদস্যৰ লগতে মুঠ ৬
0
SHARES
527
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় ৫ ঘণ্টা ধৰি ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৫ সদস্যৰ লগতে মুঠ ৬

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এক অতিকে হৃদয়বিদাৰক ঘটনা। একে পৰিয়ালৰে ৫ গৰাকী লোকে হেৰুৱালে প্ৰাণ। লগতে প্ৰাণ হেৰুৱাই এগৰাকী অন্য লোকেও। এই ঘটনা সংঘটিত হৈছে কালি ৪ মে’ৰ নিশা প্ৰায় ৯.৩০ মান বজাত।

এটা ৫ মহলীয়া অট্টালিকাত থকা এটা জোতা বনোৱা ফেক্টৰীত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অট্টালিকাটোৰ চতুৰ্থ মহলাত এই জুইৰ সুত্ৰপাত হয়। কিন্তু সেই মহলাতে ৬ জন লোক আৱদ্ধ হৈ পৰাত অকালতে প্ৰাণ হেৰুৱাই।

প্ৰাণ হেৰুওৱা লোক কেইগৰাকী- জোতা ব্যৱসায়ী পিতৃ, মাতৃ আৰু ৩ কন্যা, লগতে আন এগৰাকী লোক। সম্ভৱতঃ ঘৰৰ সহায়ক আছিল ষষ্ঠ নিহত লোক গৰাকী।

ঘটনা ইমানেই ভয়ংকৰ আছিল যে, প্ৰায় ৩৫ খন মান অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপনৰ চেষ্টা কৰে। কিন্তু পুৱতি নিশা প্ৰায় ৩ মান বজাত হে এই জুই নিয়ন্ত্ৰণলৈ আহে। জুই নিয়ন্ত্ৰণলৈ অহাৰ পাছতহে উদ্ধাৰকাৰী দলে ঘৰটোত প্ৰৱেশ কৰাত ৬ গৰাকী লোকৰ অদ্নিদ্বগ্ধ নিথৰ দেহ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত এতিয়াও ইয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই, যদিও শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতেই এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা বুলি ব্যক্ত কৰিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: fireFire BlastkanpurMassive fireuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ
বিনোদন

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

July 6, 2026
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!
জীৱনশৈলী

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

July 6, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

July 6, 2026
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!
জীৱনশৈলী

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

July 6, 2026
Next Post
বিদেশত নিৰ্মিত ছবিত ১০০% কৰ আৰোপ, আটাইতকৈ বেছি প্ৰভাৱিত হলীউড

বিদেশত নিৰ্মিত ছবিত ১০০% কৰ আৰোপ, আটাইতকৈ বেছি প্ৰভাৱিত হলীউড

প্ৰথমে সফল অভিনেত্ৰী, পাছত আই এ এছ হৈ জনসেৱাত কেৰিয়াৰ গঢ়া কোন এই অভিনেত্ৰী ?

প্ৰথমে সফল অভিনেত্ৰী, পাছত আই এ এছ হৈ জনসেৱাত কেৰিয়াৰ গঢ়া কোন এই অভিনেত্ৰী ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.