• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াই ৰাজ, ৫ বছৰে সৰু ৰাজৰ সৈতে থকা প্ৰেমৰ বাবেই প্ৰাণ কাঢ়িলে ৰাজাৰ

এয়াই ৰাজ, ৫ বছৰে সৰু ৰাজৰ সৈতে থকা প্ৰেমৰ বাবেই প্ৰাণ কাঢ়িলে ৰাজাৰ

9 months ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

60 minutes ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

2 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

2 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

3 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

4 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

4 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

5 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

5 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

8 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

9 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এয়াই ৰাজ, ৫ বছৰে সৰু ৰাজৰ সৈতে থকা প্ৰেমৰ বাবেই প্ৰাণ কাঢ়িলে ৰাজাৰ

editor by editor
June 9, 2025
in বিবিধ, ভাৰত
0
এয়াই ৰাজ, ৫ বছৰে সৰু ৰাজৰ সৈতে থকা প্ৰেমৰ বাবেই প্ৰাণ কাঢ়িলে ৰাজাৰ
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়াই ৰাজ, ৫ বছৰে সৰু ৰাজৰ সৈতে থকা প্ৰেমৰ বাবেই প্ৰাণ কাঢ়িলে ৰাজাৰ

মেঘালয়ত ইন্দোৰৰ নৱবিবাহিত দম্পতী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ এক চাঞ্চল্যকৰ প্ৰকাশ। আৰক্ষীয়ে নিশ্চিত কৰিছে যে সোণম ৰঘুবংশীয়ে তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাক নিযুক্তি দিছিল আৰু হত্যাকাৰী নিয়োগ কৰি স্বামী ৰাজাক হত্যা কৰিছিল।

বিয়াৰ পূৰ্বে সোণম ৰাজ কুশৱাহাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু ৰাজেই এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড। লগতে সহযোগ কৰিছিল অন্য ২ সংগীয়ে। যি বৰ্তমানে সোনম আৰু ৰাজৰ লগতে আৰক্ষীৰ জালত।

এই গোচৰৰ তদন্তত পোহৰলৈ আহিছে যে ইন্দোৰত সোণমৰ পিতৃৰ এটা সৰু প্লাইউড কাৰখানা আছে। সেই কাৰখানাতেই কাম কৰিছিল ৰাজ কুশৱাহাই। সোণমে প্ৰায়ে ফেক্টৰীৰ অফিচলৈ গৈছিল আৰু তাতেই ৰাজৰ সৈতে দেখা হৈ প্ৰেম হৈছিল।

কিন্তু ৰাজ সোনমতকৈ ৫ বছৰে সৰু আছিল। আৰক্ষীৰ অনুমান ৰাজৰ সৈতে এই প্ৰেমৰ বাবেই সোনমে ৰাজৰ সৈতে মিলি ৰাজাক পৰিকল্পনা অনুসৰি শ্বিলঙলৈ নি হত্যা কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indor CaseRaja RaghubanshiSonam Raghubanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়
জীৱনশৈলী

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

March 18, 2026
Next Post
ৱাছিম আক্ৰামৰ ডাঙৰ অভিলেখ ভংগ হ’ব, যশপ্ৰীত বুমৰাহে কৰিব এই কৃতিত্ব

ৱাছিম আক্ৰামৰ ডাঙৰ অভিলেখ ভংগ হ’ব, যশপ্ৰীত বুমৰাহে কৰিব এই কৃতিত্ব

১৬ দিনে জনতা-আৰক্ষীৰ বিভ্ৰান্ত কৰি মাজনিশা আত্মসমৰ্পণ সোনমৰ! কিয় মেঘালয় আৰক্ষীৰ ওচৰত কৰিবলৈ বাধ্য হ’ল সোনম?

১৬ দিনে জনতা-আৰক্ষীৰ বিভ্ৰান্ত কৰি মাজনিশা আত্মসমৰ্পণ সোনমৰ! কিয় মেঘালয় আৰক্ষীৰ ওচৰত কৰিবলৈ বাধ্য হ’ল সোনম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.