চিকিৎসাৰ নামত লুণ্ঠন ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমৰ! ঘৰলৈ আহিয়েই মৃত্যুমুখী ৰোগী উঠি বহিল বিছনাত। ৬ দিন পৰ্যন্ত ICUত আছিল চাবুৱাৰ ৰবীন গোহাঁই।