• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তথ্যত নিশ্চিত, হত্যাই কৰা হৈছে ৰাজাক! কেনেকৈ হত্যা কৰা হৈছে ইন্দোৰৰ পৰা মেঘালয়লৈ অহা ৰাজাক? মেঘালয়লৈ আহি নিখোঁজ নৱদম্পতিৰ সৈতে ঠিক কি ঘটিছিল?

তথ্যত নিশ্চিত, হত্যাই কৰা হৈছে ৰাজাক! কেনেকৈ হত্যা কৰা হৈছে ইন্দোৰৰ পৰা মেঘালয়লৈ অহা ৰাজাক? মেঘালয়লৈ আহি নিখোঁজ নৱদম্পতিৰ সৈতে ঠিক কি ঘটিছিল?

1 year ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

20 minutes ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

41 minutes ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

2 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

3 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

5 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

5 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

6 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

7 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

8 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

8 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

9 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

তথ্যত নিশ্চিত, হত্যাই কৰা হৈছে ৰাজাক! কেনেকৈ হত্যা কৰা হৈছে ইন্দোৰৰ পৰা মেঘালয়লৈ অহা ৰাজাক? মেঘালয়লৈ আহি নিখোঁজ নৱদম্পতিৰ সৈতে ঠিক কি ঘটিছিল?

তথ্যত নিশ্চিত, হত্যাই কৰা হৈছে ৰাজাক! কেনেকৈ হত্যা কৰা হৈছে ইন্দোৰৰ পৰা মেঘালয়লৈ অহা ৰাজাক? মেঘালয়লৈ আহি নিখোঁজ নৱদম্পতিৰ সৈতে ঠিক কি ঘটিছিল?

editor by editor
June 4, 2025
in অপৰাধ, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
তথ্যত নিশ্চিত, হত্যাই কৰা হৈছে ৰাজাক! কেনেকৈ হত্যা কৰা হৈছে ইন্দোৰৰ পৰা মেঘালয়লৈ অহা ৰাজাক? মেঘালয়লৈ আহি নিখোঁজ নৱদম্পতিৰ সৈতে ঠিক কি ঘটিছিল?
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিবাহৰ পাছতেই শ্বিলংলৈ হানিমুন কৰিবলৈ আহি নিখোঁজ হৈছে নৱদম্পতি৷ ৰাস্তাৰ কাষত পৰি ৰৈছে তেওঁলোকৰ স্কুটি৷ তাৰপাছতেই ৮ দিন ধৰি সন্ধানহীন দম্পতি৷ অৱশেষত দুদিন পূৰ্বে মেঘালয়ৰ ৱেচাউদাং জলপ্ৰপাতৰ কাষৰ এটা গাঁতত উদ্ধাৰ হৈছে ইন্দোৰৰ যুৱক ৰাজা ৰঘূবংশীৰ দেহ৷ পত্নীগৰাকীৰ মৃতদেহৰ এতিয়ালৈকে কোনো সন্ধান লাভ কৰা হোৱা নাই৷ কিন্তু কেনেকৈ মৃত্যু হৈছে এই নৱদম্পতিৰ? হত্যা নে দুৰ্ঘটনা? মহিলাৰ দেহ ক’ত? এটাৰ পাছত আনটো প্ৰশ্ন উত্থাপিত হৈছে৷ বৰ্তমানলৈকে উদ্ধাৰ হৈছে মহিলাৰ এটা বগা চাৰ্ট, এটা স্ক্ৰিণ ভঙা মোবাইল, টেবলেট আৰু ৰাজাই পৰিধান কৰা স্মাৰ্টৱাছ৷ শেহতীয়াকৈ আৰক্ষীৰ হাতত পৰিছে এখন দা৷ এই দাখনেই হত্যাৰ সম্ভাৱ্য অস্ত্ৰ বুলি ধাৰণা কৰা হৈছে৷ ৱেচাউদাং জলপ্ৰপাতৰ বহু তলত থকা এটা খাদৰ পৰা ভঙা মোবাইলৰ লগতে দাখন উদ্ধাৰ হৈছে৷
ইষ্ট খাছী হিলৰ আৰক্ষী ছুপাৰ বিবেক চিয়েমে জনাইছে যে ৰাজাৰ পত্নী সোনমক বিচাৰি তদন্ত আৰম্ভ হৈছে৷ NDRF, SDRF, আৰু Special Operations Team যৌথ উদ্যোগত এই তালাচি চলিছে৷ বিবাহৰ পাছত মেঘালয়লৈ হানিমুনলৈ আহিছিল ইন্দোৰৰ নৱদম্পতি ৰাজা আৰু সোনম ৰঘুবংশী৷ কিন্তু বাহিৰলৈ গৈ বিগত ২৩ মেৰ পৰা নিখোঁজ হৈ আছিল সেই দম্পত্তি৷ নিখোঁজ হোৱাৰ ৮ দিনৰ পাছত মেঘালয়ৰ ছহৰাত ৱেচাউডাং জলপ্ৰপাতৰ কাষৰ খাদৰ পৰা উদ্ধাৰ হৈছে ৰাজৰ পচি যোৱা দেহ৷ দেহৰ সোঁ হাতৰ টেটু দেখিহে নিশ্চিত হৈছে যে এই দেহ ৰাজাৰেই দেহ৷
উল্লেখ্য যে সেই দম্পতি নংগ্ৰিয়েট গাওঁৰ এখন হোমষ্টেত থাকি বিগত ২৩ মেত চেক আউট কৰিছিল৷ ৰাজাৰ দেহ যত পোৱা গৈছে সেই স্থানৰ পৰা হোমষ্টেৰ দূৰত্ব প্ৰায় ২০ কিঃমিঃ৷ ৰাজাহঁত পূৰ্বৰ দিনটোত আছিল মাওলাখিয়াত৷ এখন স্কুটি ভাড়াত লৈ দুয়ো মেঘালয় ভ্ৰমণ কৰিছিল৷ সেই স্কুটিয়েই পাৰ্ক কৰা আছিল নংগ্ৰিয়েট গাওঁৰ লিভিং ৰুট ব্ৰীজৰ কাষত৷ তাৰপৰাই লিভিং ৰুট ব্ৰীজ চাবলৈ ৩০০০ ধাপ তললৈ নামিছিল দুয়ো৷ তাত নিশাও কটাইছিল দুয়ো৷
।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

July 24, 2026
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক
জীৱনশৈলী

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

July 24, 2026
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?
ভাৰত

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

July 24, 2026
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?
ভাৰত

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

July 24, 2026
Next Post
টকাৰ পাহাৰত শুব আপুনি, চন্দ্ৰ আজি কন্যাত আছে, গজকেশৰী যোগত কঁপাল ফুলিব ৫ৰাশিৰ

টকাৰ পাহাৰত শুব আপুনি, চন্দ্ৰ আজি কন্যাত আছে, গজকেশৰী যোগত কঁপাল ফুলিব ৫ৰাশিৰ

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.