• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰষ্টেট কৰ্কটত আক্ৰান্ত বাইডেন! জানক প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ এয়া লক্ষণ নেকি? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

10 months ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

29 minutes ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

48 minutes ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

18 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

19 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

20 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

21 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

22 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

23 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

প্ৰষ্টেট কৰ্কটত আক্ৰান্ত বাইডেন! জানক প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ এয়া লক্ষণ নেকি? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

প্ৰষ্টেট কৰ্কটত আক্ৰান্ত বাইডেন! জানক প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ এয়া লক্ষণ নেকি? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

editor by editor
May 28, 2025
in স্বাস্থ্য
0
প্ৰষ্টেট কৰ্কটত আক্ৰান্ত বাইডেন! জানক প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ এয়া লক্ষণ নেকি? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰষ্টেট কৰ্কটত আক্ৰান্ত প্ৰাক্তন মাৰ্কিন প্ৰেছিডেণ্ট জ বাইডেন। কেৱল বাইডেনেই নহয়, সমগ্ৰ পৃথিৱীত পুৰুষৰ মাজত হোৱা অন্যতম প্ৰধান কৰ্কট এয়া। কিন্তু চিকিৎসকে জনাইছে যে সময় মতে ধৰা পৰিলে এই ৰোগৰ চিকিৎসা সম্ভৱ। সেয়ে লজ্জা নাৰাখি প্ৰষ্টেট কৰ্কটৰ সাধাৰণ লক্ষণসমূহৰ দিশলৈ নজৰ ৰাখি স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক।

প্ৰস্ৰাৱৰ সমস্যা

ঘনে ঘনে প্ৰস্ৰাৱ, বিশেষকৈ নিশা প্ৰস্ৰাৱৰ বেগ বাঢ়ে। প্ৰস্ৰাৱ আৰম্ভ হলে ধৰি ৰাখিবলৈ অসুবিধা হোৱা আৰু প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল বা ৰখি ৰখি প্ৰস্ৰাৱ হোৱা।

প্ৰস্ৰাৱত ৰক্ত বা বীৰ্যত ৰক্ত

প্ৰস্ৰাৱৰ সৈতে তেজ যোৱা অথৱা বীৰ্যৰ সৈতে তেজ যোৱাও প্ৰষ্টেট কৰ্কটৰ এক লক্ষণ হব পাৰে।

তলপেট বা কঁকালৰ তলত বিষ

তলপেট, কঁকাল, নিতম্ব বা উৰুৰ ওপৰৰ অংশত অস্বস্তি অনুভৱ কৰা, যি সাধাৰণ হাঁড়ৰ কৰ্কটত দেখা দিয়া লক্ষণ।

ইৰেকটাইল ডিছফাংছন

হঠাৎ লিংগ উত্থানত সমস্যাই দেখা দিলে ইও কৰ্কটৰ লক্ষণ হব পাৰে। অৱশ্যে ইয়াৰ অনন্য কাৰণো থাকিব পাৰে।

অজানা কাৰণত ওজন কমি যোৱা বা ক্লান্তি

কোনো নিৰ্দিষ্ট কাৰণ অবিহনেই শৰীৰৰ ওজন দ্ৰুত কমি যোৱা আৰু অতিৰিক্ত ক্লান্তি অনুভৱ কৰাও প্ৰষ্টেট কৰ্কটৰ লক্ষণ হব পাৰে।

এই ধৰণৰ এক বা একাধিক লক্ষণে দেখা দিলে দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কেৱল বিশেষজ্ঞ চিকিৎসকলেই সঠিক ৰোগ নিৰ্ণয় কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?
জীৱনশৈলী

March 12, 2026
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

March 11, 2026
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

February 4, 2026
Next Post
বিবাহিত পুৰুষ অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

গৰমত শীতল পানীয় খাইছেনে? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন