• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল, প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট

ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল, প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট

11 months ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

57 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

21 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 day ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল, প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট

ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল, প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট

editor by editor
April 11, 2025
in অসম, জীৱনশৈলী
0
ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল, প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট
0
SHARES
660
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল৷

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল

প্ৰথম স্থানত ৫৯১ নম্বৰেৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অমিশি শইকীয়া

দ্বিতীয় স্থানত ৫৯০ নম্বৰেৰে নুনমাটি অসম জাতীয় বিদ্যালয়ৰ শপ্তৰ্খ বৰদলৈ

তৃতীয় স্থানত ৫৮৯ নম্বৰেৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অনিৰ্বান বৰগোঁহাই

এইবাৰ মুঠ ৪,২২,৭৩৭ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।

ইয়াৰে ২,৭০,৪৭১জন পৰীক্ষাৰ্থী হৈছে উত্তীৰ্ণ।

আগন্তুক ৩ বছৰ শনিৰ নামত! ২০২৭ পৰ্যন্ত ৩ ৰাশিক সাফল্যৰ চূড়াত তুলি ধৰিব সূৰ্যপুত্ৰই

প্ৰথম বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ৮৯০৪১ জন।

দ্বিতীয় বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ১৩৫৫৬৮ জন৷

৪৫৮৬২গৰাকী ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হৈছে তৃতীয় বিভাগত।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবছৰৰ উত্তীৰ্ণৰ হাৰ৬৩.৯৮শতাংশ।

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৯,০৪১গৰাকী শিক্ষাৰ্থী, ইয়াৰ ভিতৰত ৫,৩৩৬গৰাকীয়ে ডিষ্টংছন লাভ কৰিছে, ১৬,৫১৭গৰাকীয়ে ষ্টাৰ নম্বৰ আৰু ১,৬৮,৩১২গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে।

দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৩৫,৫৬৮গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৫,৮৬২গৰাকী।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হাৰত শীৰ্ষ জিলা হৈছে শিৱসাগৰ জিলা৷

জিলাখনত উত্তীৰ্ণৰ হাৰ ৮৫.৫৫ শতাংশ।

উত্তীৰ্ণৰ হাৰত দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা।

সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা

ডিব্ৰুগড় জিলাৰ উত্তীৰ্ণৰ হাৰ ৮১.১০ শতাংশ।

ধেমাজি জিলা উত্তীৰ্ণৰ হাৰৰ তৃতীয় স্থানত আছে।

জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮০.৬৪শতাংশ।

উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন শ্ৰীভূমি জিলা।

জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮০.৬৪শতাংশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
Next Post
লঞ্চৰ পূৰ্বেই ভাইৰেল হ’ল  iPhone 17 চিৰিজৰ দাম, জানি থওক কি কি নতুন ফিচাৰ যোগ হ’ব   iPhone 17 চিৰিজত?

লঞ্চৰ পূৰ্বেই ভাইৰেল হ’ল iPhone 17 চিৰিজৰ দাম, জানি থওক কি কি নতুন ফিচাৰ যোগ হ’ব iPhone 17 চিৰিজত?

সূৰ্যৰ মহাগোচৰ, ৩০ দিনৰ ভিতৰত অভাৱনীয় সাফল্য লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই

সূৰ্যৰ মহাগোচৰ, ৩০ দিনৰ ভিতৰত অভাৱনীয় সাফল্য লাভ কৰিব ৫ৰাশিৰ জাতক জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.