• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ৩ বছৰ শনিৰ নামত! ২০২৭ পৰ্যন্ত ৩ ৰাশিক সাফল্যৰ চূড়াত তুলি ধৰিব সূৰ্যপুত্ৰই

আগন্তুক ৩ বছৰ শনিৰ নামত! ২০২৭ পৰ্যন্ত ৩ ৰাশিক সাফল্যৰ চূড়াত তুলি ধৰিব সূৰ্যপুত্ৰই

1 year ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

18 minutes ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

49 minutes ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

1 hour ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

2 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

3 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

4 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

4 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

5 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

6 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

20 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

21 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক ৩ বছৰ শনিৰ নামত! ২০২৭ পৰ্যন্ত ৩ ৰাশিক সাফল্যৰ চূড়াত তুলি ধৰিব সূৰ্যপুত্ৰই

আগন্তুক ৩ বছৰ শনিৰ নামত! ২০২৭ পৰ্যন্ত ৩ ৰাশিক সাফল্যৰ চূড়াত তুলি ধৰিব সূৰ্যপুত্ৰই

editor by editor
April 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগন্তুক ৩ বছৰ শনিৰ নামত! ২০২৭ পৰ্যন্ত ৩ ৰাশিক সাফল্যৰ চূড়াত তুলি ধৰিব সূৰ্যপুত্ৰই
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্মফল আৰু ন্যায়ৰ দেৱতা শনিদেৱ অত্যন্ত নিষ্ঠুৰ৷ কৰ্মফলৰ হিচাপত বা কৰ্মৰ ভিত্তিত তেওঁলোকে ফলপ্ৰদান কৰে৷ সকলোতকৈ ধীৰ গতিসম্পন্ন গ্ৰহ৷ প্ৰতি আঢ়ৈ বছৰৰ মূৰে মূৰে ৰাশি পৰিবৰ্তন কৰি থাকে এই গ্ৰহই৷ যাৰ অৰ্থ হৈছে প্ৰতি ৩০ বছৰৰ মূৰে মূৰে একেই ৰাশিলৈ উভতি আহে এই গ্ৰহ৷ বিগত ২৯ মাৰ্চ ২০২৪ শনিবাৰে শনিয়ে আঢ়ৈ বছৰৰ মূৰত নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভৰ পৰা বাহিৰলৈ ওলাই মীনত প্ৰৱেশ কৰিছে৷ ইয়াৰ ফলত চাৰে সাতিৰ পৰা মুক্তি পাইছে ৩ৰাশিৰ জাতক জাতিকাই৷ কৰ্কট, বৃশ্চিকে মুক্তি পোৱাৰ ওপৰিও মুক্তি পাইছে মকৰ ৰাশিৰ জাতক জাতিকাইয়ো৷ শনিয়ে মীনত প্ৰৱেশ কৰাৰ লগে লগে মীন ৰাশিৰ জাতক জাতিকাই চাৰে সাতিৰ দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰিছে৷ কুম্ভ প্ৰৱেশ কৰিছে চাৰে সাতিৰ তৃতীয় পৰ্যায়ত৷ মেষ ৰাশিৰ জাতক জাতিকাৰ সকলোৱে চাৰে সাতিত প্ৰৱেশ কৰিছে৷ মেষৰ সৈতে চাৰে সাতি আৰম্ভ হৈছে ধনু আৰু সিংহ ৰাশিৰ জাতকৰ ওপৰতো৷

জ্যোতিষ শাস্ত্ৰমতে শনি হৈছে সকলোতকৈ শক্তিশালী গ্ৰহ৷ কুষ্ঠিত শনি মজবুত বা শক্তিশালী থাকিলে ফুটপাথৰ পৰা ৰাজপ্ৰসাদত ভৰি দিব পাৰে জাতক জাতিকাই৷ আৰু কুষ্ঠিত শনি দুৰ্বল বা অশুভ হলে সমগ্ৰ জীৱন ধৰি মূল্য ভৰিব লাগে৷ কুষ্ঠিত শনি মজবুত থাকিলে কেইবাটাও ইংগিত পোৱা সম্ভৱ৷ কুষ্ঠিত শনিৰ অৱস্থান শুভ হলে হঠাৎ হাতলৈ টকা পইছা আহে৷ দীৰ্ঘদিন ধৰি কোনো ধন পাবলগীয়া থাকিলে আয়ৰ নতুন নতুন উৎস তৈয়াৰ হব৷

অত্যাধিক ধন হাতলৈ আহিব পাৰে৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ ভাল হব৷ যদি কোনো জাতক জাতিকাই লোহাৰ ব্যৱসায় কৰে সেইক্ষেত্ৰত ব্যাপক পৰিমাণে লাভ হব৷ শনিৰ কৃপাত লাভৰ মুখ দেখা পাব৷ শনিৰ কৃপাপাত্ৰ তেওঁলোকেই হয় যিসকল চিধা ৰাস্তাত থাকে৷ বয়স্ক লোকক সেৱা কৰক৷ পৰিশ্ৰম কৰক সফলতা নিশ্চয় পাবই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
Next Post
চ’ত পূৰ্ণিমান পূৰ্বেই ধ্ৰুৱ যোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ জাতকৰ

চ’ত পূৰ্ণিমান পূৰ্বেই ধ্ৰুৱ যোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ জাতকৰ

বুধৰ মাৰ্গী দশাত জীৱনত সুখ বাঢ়িব ৪ৰাশিৰ! কাৰ কাৰ পূৰণ হ’ব গাড়ী-ঘৰ ক্ৰয়ৰ সপোন?

বুধৰ মাৰ্গী দশাত জীৱনত সুখ বাঢ়িব ৪ৰাশিৰ! কাৰ কাৰ পূৰণ হ’ব গাড়ী-ঘৰ ক্ৰয়ৰ সপোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.